• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপি নেতাৰ নিৰ্লজ্জ কাণ্ড! মধ্যপ্ৰদেশৰ ভাইৰেল ভিডিঅ’ক লৈ দেশজুৰি চৰ্চা, জনতাৰ প্ৰশ্ন এইবাৰ বুলডোজাৰ চলিবনে অভিযুক্ত প্ৰৱেশৰ গৃহত?

বিজেপি নেতাৰ নিৰ্লজ্জ কাণ্ড! মধ্যপ্ৰদেশৰ ভাইৰেল ভিডিঅ’ক লৈ দেশজুৰি চৰ্চা, জনতাৰ প্ৰশ্ন এইবাৰ বুলডোজাৰ চলিবনে অভিযুক্ত প্ৰৱেশৰ গৃহত?

3 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

44 minutes ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

1 hour ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

2 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

2 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

3 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

4 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

5 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

5 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

6 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

8 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজেপি নেতাৰ নিৰ্লজ্জ কাণ্ড! মধ্যপ্ৰদেশৰ ভাইৰেল ভিডিঅ’ক লৈ দেশজুৰি চৰ্চা, জনতাৰ প্ৰশ্ন এইবাৰ বুলডোজাৰ চলিবনে অভিযুক্ত প্ৰৱেশৰ গৃহত?

editor by editor
July 5, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বিজেপি নেতাৰ নিৰ্লজ্জ কাণ্ড! মধ্যপ্ৰদেশৰ ভাইৰেল ভিডিঅ’ক লৈ দেশজুৰি চৰ্চা, জনতাৰ প্ৰশ্ন এইবাৰ বুলডোজাৰ চলিবনে অভিযুক্ত প্ৰৱেশৰ গৃহত?
0
SHARES
315
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এজন ব্যক্তিয়ে চিগাৰেট হুঁপি হুঁপি ফুটপাথত বহি থকা এজন আদিবাসী যুৱকৰ গাত প্ৰস্ৰাৱ কৰিছে। গাত প্ৰস্ৰাৱ কৰি দিয়াৰ ভিডিঅ’ এতিয়া সমগ্ৰতে ভাইৰেল। জাতিবিদ্বেষৰ এই নমুনা দেখি শিয়ৰি উঠিছে দেশবাসী। মধ্যপ্ৰদেশৰ ছিধি জিলাত এই ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ পাছতেই মধ্যপ্ৰদেশৰ ছিধি সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে বিজেপি নেতাগৰাকীক। ইতিমধ্যে গ্ৰেপ্তাৰৰ পাছতেই বিজেপি নেতাগৰাকীৰ মত, এই ভিডিঅ’ ভুৱা। তেওঁ এনে কোনো অপৰাধ কৰা নাই।

দুদিন ধৰি সামাজিক মাধ্যমত ভাইৰেল হৈ আছে এই ভিডিঅ’। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই অস্বস্তিত পৰিছে মধ্যপ্ৰদেশ বিজেপি চৰকাৰো। কাৰণ বিৰোধীয়েও এই বিষয়টোক লৈ মুখ খুলিছে। বিৰোধীৰ মত, ‘বিজেপিৰ শাসনকালত আদিবাসী ভাই-ভনীসকলৰ ওপৰত অত্যাচাৰ বাঢ়িছে। মধ্যপ্ৰদেশৰ এই কাণ্ড মানৱীয় কাম হ’ব নোৱাৰে। বিজেপিয়ে আদিবাসী আৰু দলিতসকলৰ প্ৰতি পুহি ৰখা ঘৃণাৰহে এই বহিঃপ্ৰকাশ।’

ভাইৰেল ভিডিঅ’ৰ অভিযুক্তগৰাকীৰ নাম প্ৰৱেশ শুক্লা। প্ৰৱেশ শুক্লা হৈছে বিজেপিৰ MLAৰমাকান্ত শুক্লাৰ পুত্ৰ। আনহাতে নিৰ্যাতিত আদিবাসী ব্যক্তিগৰাকীৰ নাম দশমত ৰাভত। বয়স ৩৬ বছৰ। ব্যক্তিগৰাকীকো আৰক্ষীয়ে ইতিমধ্যে সদৰ থানালৈ মাতি ঘটনা সন্দৰ্ভত সোধপোছ কৰিছে। ব্যক্তিগৰাকীক সোধপোছ কৰাৰ পাছতেই মঙলবাৰে নিশা প্ৰায় ২বজাত আৰক্ষীয়ে প্ৰৱেশক গ্ৰেপ্তাৰ কৰিছে। প্ৰৱেশৰ বিৰুদ্ধে নেশ্ব্যনেল ছিকিউৰিটি এক্ট, এছচি, এছ টি এক্টসহ ভাৰতীয় দণ্ডবিধিক একাধিক ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। অভিযুক্ত প্ৰৱেশৰ বিধায়ক পিতৃকো জেৰা কৰিছে আৰক্ষীয়ে। বিষয়টোক লৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে অভিযুক্তৰ বিৰুদ্ধে নেশ্ব্যনেল চিকিউৰিটি এক্ট লগোৱাৰ বাবে নিৰ্দেশ দিছে প্ৰশাসনক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
Next Post
ৰাস্তাত বাহন লৈ ওলোৱাৰ পূৰ্বে পঢ়ক! অন্যথা ২৫০০০ ফাইন ভৰিব পাৰে আপুনিও

ৰাস্তাত বাহন লৈ ওলোৱাৰ পূৰ্বে পঢ়ক! অন্যথা ২৫০০০ ফাইন ভৰিব পাৰে আপুনিও

নতুনকৈ ৭ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী আঁচনীৰ ধন, আৰু কি কি বৃহৎ ঘোষণা কেবিনেটৰ?

নতুনকৈ ৭ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী আঁচনীৰ ধন, আৰু কি কি বৃহৎ ঘোষণা কেবিনেটৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.