• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

6 months ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

18 minutes ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

1 hour ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

3 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

3 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

4 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

4 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

6 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

7 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

8 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

8 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

9 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

editor by editor
April 10, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰয়াগৰাজ মহাকুম্ভ মেলাৰ সময়ত ভাইৰেল হৈ পৰা মনালিছা ভোছলেই বিবাহপাশত আৱদ্ধ হৈছে৷ মুছলমান যুৱক ফৰমান খানৰ সৈতে বিয়াত বহিছে মনালিছা৷ কিন্তু বিবাহ সম্পন্ন হ’লেও বিতৰ্কই লগ এৰা নাই মনালিছাৰ৷ বিবাহৰ ফটো ভাইৰেল হোৱাৰ পাছৰে পৰাই এই বিবাহক লৈ বিভিন্নজনে বিভিন্ন ধৰণে আপত্তি দেখুৱাই আহিছে৷ কোনোৱে যদি ধৰ্মক লৈ প্ৰশ্ন তুলিছে, কোনোৱে আকৌ প্ৰশ্ন তুলিছে বয়সক লৈ৷ শেহতীয়াকৈ এই বিতৰ্কই পাইছেগৈ আইনৰ কাষ৷ কাৰণ ভাৰতীয় আইন অনুসৰি এগৰাকী কন্যাই ১৮ বছৰৰ পূৰ্বে বিবাহত বহাটো অপৰাধ৷ আৰু মনালিছাৰো বয়স বহুজনেই ১৮ বছৰ সম্পূৰ্ণ হোৱা নাই বুলি দাবী কৰিছে৷ 

ফৰমান খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে মনালিছা

১১ মাৰ্চত কেৰালাত উত্তৰ প্ৰদেশৰ বাসিন্দা ফৰমান খানক বিয়া কৰাই মনালিছাই সংবাদ শিৰোনাম দখল কৰিছে৷ তিৰুৱনন্তপুৰমৰ অৰুমানুৰ নাইনাৰ মন্দিৰত অনুষ্ঠিত হোৱা এই বিয়াখনে বহুসংখ্যক লোকৰে  দৃষ্টি আকৰ্ষণ কৰিছিল৷ বিশেষকৈ তেওঁৰ পৰিয়ালে এই বিবাহক “প্ৰেম জেহাদ” বুলিও অভিযোগ কৰিছিল৷

বিয়াৰ সময়ত দাবী – মনালিছাৰ বয়স আছিল ১৮ বছৰ

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি, বিবাহৰ সময়ত মনালিছা আৰু ফৰমানে দাবী কৰিছিল যে মনালিছাৰ বয়স ১৮ বছৰ আৰু এইটো এই বিবাহৰ সিদ্ধান্তও দুয়োৰে নিজৰ৷ দুয়োৰেই এই বিবাহত মত আছে৷ দুয়োৰে বিবাহত মত থাকিলেও পৰিয়াল আৰু বিশ্ব হিন্দু পৰিষদে আপত্তি কৰে। তেওঁলোকে অভিযোগ কৰে যে মনালিছা নাবালিকা আৰু সেয়া লাভ জেহাদৰ গোচৰ হ’ব পাৰে।

জন্মৰ প্ৰমাণ পত্ৰ অনুসৰি মনালিছাৰ প্ৰকৃত বয়স ১৬ বছৰ ২ মাহ

লাভ জেহাদ বুলি দাবী কৰি থকা পৰিয়ালে মধ্যপ্ৰদেশ আৰক্ষীত এজাহাৰ দাখিল কৰিছে। প্ৰথম অৱস্থাত বয়সক লৈ বিবাদ হৈছিল যদিও মনালিছাই সংবাদমেলত নিজকে প্ৰাপ্তবয়স্ক বুলি ঘোষণা কৰিছিল। ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ তদন্তত এটা উল্লেখযোগ্য সত্য পোহৰলৈ আহিছে। মধ্যপ্ৰদেশৰ জন্মৰ প্ৰমাণ পত্ৰ অনুসৰি মনালিছাৰ প্ৰকৃত বয়স ১৬ বছৰ ২ মাহ।

POCSO আইনৰ অধীনত ফৰমান খানৰ বিৰুদ্ধে FIR ৰুজু

২০০৯ চনৰ ডিচেম্বৰ মাহত জন্ম হোৱা বুলি কোৱা মনালিছা বিবাহৰ সময়ত নাবালিকাই আছিল। এই তথ্যৰ পিছতে মহেশ্বৰ থানাত যৌন অপৰাধৰ পৰা আদি কৰি শিশু সুৰক্ষা (POCSO) আইনৰ অধীনত ফৰমান খানৰ বিৰুদ্ধে FIR ৰুজু কৰা হৈছে। SC/ST (Prevention of Atrocities) Act আৰু অপহৰণৰ অধীনতো ধাৰা জাৰি কৰা হৈছে।

বয়সৰ প্ৰমাণৰ নথি-পত্ৰৰ বাবে অনুৰোধ

আৰক্ষীয়ে এতিয়া দুয়োপক্ষৰ পৰা বয়স সম্পৰ্কীয় নথি-পত্ৰ বিচাৰিছে। মনালিছাৰ পৰিয়ালৰ দাবী ফৰমান খানে ছবিৰ প্ৰতিশ্ৰুতিৰে মনালিছাক প্ৰলোভিত কৰিছিল। মনালিছা আৰু ফৰমানে কয় যে তেওঁলোকে ফেচবুকত লগ পাইছিল আৰু প্ৰেমত পৰে তাৰপিছতেই বিবাহ কৰে দুয়োৱে৷ কিন্তু যদিহে মনালিছা নাবালিকা বুলি প্ৰমাণিত হয় তেন্তে বিবাহক অবৈধ বুলি গণ্য কৰা হ’ব আৰু শিশু বিবাহ নিষেধাজ্ঞা আইন প্ৰযোজ্য হ’ব। মধ্য প্ৰদেশৰ ডিজিপিলৈ এনচিএছটিয়ে বয়সৰ নথি অচিৰেই জমা দিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে৷

হিন্দু ৰীতি-নীতি অনুসৰি বিবাহ

প্ৰয়াগৰাজ মহাকুম্ভ ২০২৫ত ৰুদ্ৰাক্ষ আৰু মালা বিক্ৰী কৰা মনালিছা তেওঁৰ সুন্দৰ চকু আৰু হাঁহিৰ বাবে “কুম্ভ মেলাৰ মোনালিছা” উপনাম লাভ কৰে। ২০২৬ চনৰ মাৰ্চ মাহত হিন্দু ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হয় এই দম্পতীহাল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ
জীৱনশৈলী

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

October 3, 2026
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?
জীৱনশৈলী

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

October 3, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

October 3, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

October 3, 2026
Next Post
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.