• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিনোদন জগতত ২৫ বছৰ সম্পূৰ্ণ! এইবাৰ আন্তৰ্জাতিক স্বীকৃতি কৰণ জোহাৰলৈ

বিনোদন জগতত ২৫ বছৰ সম্পূৰ্ণ! এইবাৰ আন্তৰ্জাতিক স্বীকৃতি কৰণ জোহাৰলৈ

3 years ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

2 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

2 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

4 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

4 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

5 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

20 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

20 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

21 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

21 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

22 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

23 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিনোদন জগতত ২৫ বছৰ সম্পূৰ্ণ! এইবাৰ আন্তৰ্জাতিক স্বীকৃতি কৰণ জোহাৰলৈ

editor by editor
June 19, 2023
in চিনেমা, জীৱনশৈলী, ভাৰত
0
বিনোদন জগতত ২৫ বছৰ সম্পূৰ্ণ! এইবাৰ আন্তৰ্জাতিক স্বীকৃতি কৰণ জোহাৰলৈ
0
SHARES
176
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডত তেওঁ জনপ্ৰিয়। চিনেমাৰ সৈতে সম্পৰ্কিত হৈ থাকিলে তেওঁৰ বিষয়ে নজনা মানুহ হয়তো খুব কমেই ওলাব। বিনোদন জগতত তেওঁ অৱদানক লৈ সন্দেহৰ অৱকাশ নাই। চলিত বছৰতেই বিনোদন জগতত ২৫ বছৰ সম্পূৰ্ণ কৰিছে পৰিচালক কৰণ জোহাৰে। জীৱনৰ এই বিশেষ সময়খিনিত কৰণ জোহাৰে লাভ কৰিবলৈ সক্ষম হৈছে বিশেষ সফলতা। বিশ্বৰ বিনোদন জগততো তেওঁৰ অৱদানৰ কথালৈ লক্ষ্য ৰাখি কৰণ জোহাৰক ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ পৰা বিশেষ সন্মান প্ৰদান কৰা হৈছে। ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ সকলো সদস্যৰ উপস্থিতিতেই পাৰ্লিয়ামেণ্টত সন্মানিত কৰা হৈছে কৰণ জোহাৰক।

আগন্তুক ২০ জুনত ওৱেষ্টমিনষ্টাৰৰ প্ৰাসাদত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব। তাতেই ‘হাউছ অৱ কমন’ আৰু ‘হাউছ অৱ লৰ্ডছ’ৰ উপস্থিতিত সন্মানিত হ’ব বলীউডৰ খ্যাতনামা প্ৰযোজক-পৰিচালকক। বলীউডত নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল, ‘দিলৱালে দুলহানিয়া লে জায়েংগে’ ছবিখনেৰে। সেই ছবিখনতেই সহকাৰী পৰিচালক হিচাপে আছিল কৰণ জোহাৰ। পৰিচালনাৰ ওপৰিও প্ৰযোজনাতো কৰণ জোহাৰ পৰিপক্ক। কৰণে প্ৰযোজনা কৰিছে, ‘দোস্তানা’ ‘ডিয়াৰ জিন্দেগী’, ‘ইয়ে জাৱানী হে দিৱানী’ৰ দৰে ছবিও। আনকি কৰণৰ একাধিক ছবিৰ শ্বুটিং হৈছে ইংলেণ্ডত।

ব্ৰিটেইনে ‘কভি খুছি কভি গম’, ‘মাই নেম ইজ খান’, ‘ইয়ে দিল হে মুছকিল’ৰ দৰে একাধিক হিট ছবিৰ শ্বুটিং কৰিছে কৰণে। ব্ৰিটেনৰ বিনোদন জগতৰ সৈতে কৰণৰ পুৰণি সম্পৰ্ক আছে। এইবাৰ ব্ৰিটেইনতেই সন্মানিত হৈছে কৰণ জোহাৰ। আগন্তুক ২৮ জুলাইত মুক্তিলাভ কৰিব কৰণ জোহাৰৰ পৰিচালিত ছবি ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’। এই ছবিত অভিনয় কৰিছে আলিয়া ভাট্ট, ৰণবীৰ সিঙ, ধৰ্মেন্দ্ৰ, শাবানা আজমি, চূৰ্ণী গঙ্গোপাধ্যায়, টোটা ৰায়চৌধুৰীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

September 9, 2026
Next Post
সাৱধান! বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এলাৰ্ট

সাৱধান! বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এলাৰ্ট

আপোনাৰ ২০০০টকীয়া নোট জমা দিলেনে? ৰিজাৰ্ভ বেংকে পুনৰ দিছে বিশেষ জাননী

আপোনাৰ ২০০০টকীয়া নোট জমা দিলেনে? ৰিজাৰ্ভ বেংকে পুনৰ দিছে বিশেষ জাননী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.