বৰপেটা PHEৰ JE নাছিৰুদ্দিন আহমেদ গ্ৰেপ্তাৰ। ADC নৱজিৎ পাঠকক উৎকোচ যাচি গ্ৰেপ্তাৰ নাছিৰুদ্দিন। বৰপেটা PHEত ৩০০ কোটি টকাৰ কেলেংকাৰি। কেতিয়া গ্ৰেপ্তাৰ হ’ব মূল খলনায়ক অভিযন্তা বিজিত দত্ত?