‘আৰু মাত্ৰ কেইটামান নাট্য মুহূৰ্ত…।’ ‘মাত্ৰ ৫০০ টকা, ২০০ টকা আৰু গেলাৰীত মাত্ৰ ৫০ টকাৰ বিনিময়ত আপোনালোকে উপভোগ কৰিব পাৰিব এখন সামাজিক নাটক।’- আকৌ কেতিয়া প্ৰতিধ্বনিত হ’ব এই ঘোষণা?