সুদীৰ্ঘ দিন শিক্ষক বৃত্তিত জড়িত হৈও চৰকাৰী স্বীকৃতিৰ পৰা বঞ্চিত এইসকল শিক্ষক। উপায়ন্তৰ হৈ বিকল্প বৃত্তিত জড়িত হৈ পৰিছে শিক্ষকসকল।