• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

1 month ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

6 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

7 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

8 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

9 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

9 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

10 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

11 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

12 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

12 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

13 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

14 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

অসম আৰক্ষীৰ কোন বিষয়াৰ বিৰুদ্ধে এই অভিযোগ?

editor by editor
September 16, 2026
in অপৰাধ, অসম, লেখা
0
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ
0
SHARES
252
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম আৰক্ষীক লৈ পুনৰ উত্থাপন হৈছে গুৰুতৰ অভিযোগ। পাথাৰকান্দিত এগৰাকী ব্যৱসায়ীক অপহৰণ কৰি তেওঁৰ পৰা ১৪ লাখ টকা লুট কৰাৰ অভিযোগ উঠিছে আৰক্ষীৰ কেইগৰাকীমান বিষয়াৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, পাথাৰকান্দি ৰে’ল ষ্টেচনৰ পৰা ব্যৱসায়ীজনৰ পৰা এই ধনখিনি লৈ যোৱা হৈছিল। জানিব পৰা মতে, ব্যৱসায়ীজনে এগৰাকী ব্যক্তিৰ পৰা মুঠ ২৫ লাখ টকা লাভ কৰিছিল। সেই ধনৰ মাজৰ পৰা ১৪ লাখ টকা আৰক্ষীৰ লোকেই লুট কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাক কেন্দ্ৰ কৰি এতিয়া পাথাৰকান্দি আৰক্ষী থানাৰ কেইগৰাকীমান আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে।

অভিযোগৰ আঙুলি পাথাৰকান্দি থানাৰ SI লাংথৈবা সিনহা, কনিষ্টবল আনোৱাৰ হুছেইন আৰু সজল শুক্লবৈদ্যৰ লগতে আন দুগৰাকী কনিষ্টবলৰ বিৰুদ্ধে উঠিছে। ঘটনাটোৰ তদন্তৰ অংশ হিচাপে কনিষ্টবল সজল শুক্লবৈদ্য আৰু আনোৱাৰ হুছেইনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেৰা চলোৱা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে, পাথাৰকান্দি থানাৰ SI লাংথৈবা সিনহা বৰ্তমানেও পলাতক হৈ আছে বুলি অভিযোগ উঠিছে।

 

ইফালে, গ্ৰেপ্তাৰ হোৱা দুজন কনিষ্টবলৰ বাসগৃহত তালাচী চলাই ২ লাখ টকাকৈ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা এই ধনৰাশি আৰু ব্যৱসায়ীজনৰ পৰা লুট হোৱা বুলি অভিযোগ কৰা ধনৰ মাজত কোনো সম্পৰ্ক আছে নেকি, সেই বিষয়েও তদন্তকাৰী সংস্থাই অনুসন্ধান চলাইছে। ঘটনাটোৱে স্বাভাৱিকতে আৰক্ষী বিভাগৰ ভিতৰতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এগৰাকী ব্যৱসায়ীক অপহৰণ কৰি বৃহৎ পৰিমাণৰ ধন লুট কৰাৰ অভিযোগত আৰক্ষীৰ লোকৰ নাম জড়িত হোৱাক লৈও বিভিন্ন মহলত চৰ্চা চলিছে।

অৱশ্যে, এই ঘটনাৰ সৈতে জড়িত অভিযোগসমূহৰ সম্পূৰ্ণ সত্যতা তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে স্পষ্ট হ’ব। আৰক্ষীৰ তদন্তত ১৪ লাখ টকাৰ ধন ক’লৈ গ’ল, ঘটনাটোত আৰু কোন কোন লোক জড়িত আছিল আৰু পলাতক SI লাংথৈবা সিনহাৰ ভূমিকা কি আছিল—সেই সকলো দিশ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24assam police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ
অসম

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

October 30, 2026
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!
অসম

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

October 30, 2026
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা
বাণিজ্য

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

October 30, 2026
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

October 30, 2026
Next Post
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.