Tag: assam police

অৱশেষত চৰকাৰৰ চক্ৰব্যুহ ফালিলে বৰ্ষাশ্ৰীয়ে! উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন

অৱশেষত চৰকাৰৰ চক্ৰব্যুহ ফালিলে বৰ্ষাশ্ৰীয়ে! উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন

অৱশেষত জামিন লাভ কৰিলে কাৰাৰুদ্ধ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে৷ বৃস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰাৰুদ্ধ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন আবেদন মঞ্জুৰ কৰে৷ গুৱাহাটী ...

পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

মানৱেন্দ্ৰ কুমাৰ দাসঃ শিৱসেনাৰ গৰিষ্ঠসংখ্যক বিধায়কৰ বিসম্বাদৰ পৰিণতিত ৰাজনৈতিক সংকট সৃষ্টি হৈছিল মহাৰাষ্ট্ৰত৷ পৰৱৰ্তী সময়ত বাধ্য হৈ মুখ্যমন্ত্ৰী পদৰ পৰা ...

হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

মানৱেন্দ্ৰ কুমাৰ দাসঃ যোৱা ২ জুলাইৰ পৰা দুদিনীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা৷ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু ...

বানপানীয়ে বিধ্বস্ত কৰিলে অৰ্থনীতি। ৫০ লাখ বানাক্ৰান্তক সকাহ দিব কোনে?

বানপানীয়ে বিধ্বস্ত কৰিলে অৰ্থনীতি। ৫০ লাখ বানাক্ৰান্তক সকাহ দিব কোনে?

মানৱেন্দ্ৰ কুমাৰ দাসঃ ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত হৈছে ৫০ লক্ষাধিক লোক৷ এই তথ্য প্ৰকাশ কৰিছে খোদ ৰাজ্য চৰকাৰে৷   ...

দ্ৰৌপদী মূৰ্মুক লৈ বিজেপিৰ চমৎকাৰী খেল

দ্ৰৌপদী মূৰ্মুক লৈ বিজেপিৰ চমৎকাৰী খেল

বিৰোধীৰ মুখ্য নেত্ৰী হ’বলৈ গৈ আকৌ এবাৰ উজুটি খালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ নিজৰ ৰাজনৈতিক শক্তি দেখুৱাবলৈ মমতাই ৰাষ্ট্ৰপতি পদৰ ...

শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে নিশা বানত উটি গ’ল বিষয়াসহ আৰক্ষী কণিষ্ঠবল, মৃতদেহ উদ্ধাৰ

শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে নিশা বানত উটি গ’ল বিষয়াসহ আৰক্ষী কণিষ্ঠবল, মৃতদেহ উদ্ধাৰ

এক শোকাৱহ ঘটনাই জোকাৰি গৈছে কামপুৰ অঞ্চল৷ কৰ্বত্যৰত অৱস্থাতে এগৰাকী কণিষ্ঠবলসহ এজন আৰক্ষী বিষয়া বানৰ কোবাল সোঁতত উটি গৈ মৃত্যু ...

মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ’ল কিন্তু সলনি নহ’ল কংগনা!

মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ’ল কিন্তু সলনি নহ’ল কংগনা!

দেশ জ্বলিছে…আন্দোলন চলিছে৷ জম্মু-কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, উত্তৰ-পূবৰ পৰা লক্ষদ্বীপলৈ আন্দোলনত থৰহৰিৰে কঁপিছে দেশ৷   পিছে এই আন্দোলনত এইবাৰ কৃষক নহয়, ...

স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

মানৱেন্দ্ৰ কুমাৰ দাসঃ ভাৰতৰ লক্ষ লক্ষ জনতাই সাম্ৰাজ্যবাদী ইংৰাজৰ বিৰুদ্ধে সুদীৰ্ঘ ২০০ বছৰীয়া সংগ্ৰাম চলাই আজুৰি আনিছিল বহু আকাংক্ষিত স্বাধীনতা৷ ...

Page 1 of 6 1 2 6

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

ভাৰত

Confirmed
0
Deaths
0
Recovered
0
Active
0
Last updated: November 27, 2022 - 5:25 am (+05:30)