• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনতা এতিয়া ইণ্ডিয়াৰ পক্ষত, উপনিৰ্বাচনৰ ফলাফলক লৈ কি প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ

জনতা এতিয়া ইণ্ডিয়াৰ পক্ষত, উপনিৰ্বাচনৰ ফলাফলক লৈ কি প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ

2 years ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

34 minutes ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

1 hour ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

3 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

3 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

4 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

4 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

5 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

5 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

6 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

6 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জনতা এতিয়া ইণ্ডিয়াৰ পক্ষত, উপনিৰ্বাচনৰ ফলাফলক লৈ কি প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ

জনতা এতিয়া ইণ্ডিয়াৰ পক্ষত, উপনিৰ্বাচনৰ ফলাফলক লৈ কি প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ

editor by editor
July 14, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
জনতা এতিয়া ইণ্ডিয়াৰ পক্ষত, উপনিৰ্বাচনৰ ফলাফলক লৈ কি প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাতখন ৰাজ্যৰ ১৩ খন আসনৰ মাজৰ ১০খনতেই উপনিৰ্বাচনত জয়ী হৈছে ইণ্ডিয়া জোঁট৷ এই বিজয়ৰ পাছতেই প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাহুল গান্ধীয়ে৷ শনিবাৰে সন্ধিয়া এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট৷ লোকসভাৰ বিৰোধী দলনেতাই এই সন্দৰ্ভত কয়, ‘সাত ৰাজ্যৰ বিধানসভা উপনিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিছে যে, বিজেপিয়ে ভয় আৰু বিভ্ৰান্তিৰ পৰিবেশ তৈয়াৰ কৰিছে৷ সেই পৰিবেশ মানুহেই চূৰ্ণ কৰি দিলে৷’ ৰাহুল গান্ধীয়ে লগতে কয়, ‘কৃষক, শ্ৰমিক, যুৱকৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী কিংবা চাকৰিয়াল, সমাজৰ প্ৰতিটো ক্ষেত্ৰতেই মানুহে বিচাৰিছে স্বৈৰাচাৰ ধ্বংস হৈ ন্যায় প্ৰতিষ্ঠা হওক৷ জীৱনশৈলীৰ উন্নতি আৰু সংবিধান ৰক্ষাৰ বাবে এতিয়া প্ৰতিজন মানুহেই ইণ্ডিয়া জোঁটৰ পক্ষত আছে৷ জয় হিন্দুস্তান, জয় সংবিধান৷’

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পৰবৰ্তী প্ৰথম উপনিৰ্বাচনৰ ফলপ্ৰকাশ পাইছে শনিবাৰে৷ ৭ ৰাজ্যৰ ১৩ আসনত বিধানসভা উপনিৰ্বাচনত উত্থান ইণ্ডিয়া জোঁটৰ৷ ধৰাশায়ী কেন্দ্ৰৰ শাসকদল৷ উত্তৰাখণ্ডৰ দুখন আসনেই জয় কৰিছে কংগ্ৰেছে৷ বদ্ৰীনাথ আসনক BSPৰ হাতৰ পৰা আঁজুৰি আনিছে কংগ্ৰেছে৷ পশ্চিমবংগত তৃণমূল, হিমাচল, উত্তৰাখণ্ড কংগ্ৰেছ, পঞ্জাৱত আপ আৰু তামিলনাডুত DMK প্ৰাৰ্থীয়ে বহু ব্যৱধানত বিজয় সাবস্ত্য কৰিছে৷ ৭ৰাজ্যৰ ১৩ আসনৰ মাজত মাত্ৰ ২খন আসনহে লাভ কৰিছে BJPয়ে৷

আৰু এটি আসনত NDAশিৱিৰৰ JDU প্ৰাৰ্থীক হৰুৱাই জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী৷  হিমাচলত বিজয় সাব্যস্ত কৰিছে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ পত্নীয়ে৷ পঞ্জাৱত আপেই উৰুৱাই আছে বিজয় ধ্বজা৷ পশ্চিমবংগত তৃণমূল কংগ্ৰেছে উৰুৱাই আছে বিজয় ধ্বজ্জা৷ লোকসভা নিৰ্বাচনৰ ৪০০পাৰ কৰা টাৰ্গেট আছিল নৰেন্দ্ৰ মোদীৰ৷ বিজেপিৰ টাৰ্গেট আছিল ৩৭০৷ কিন্তু একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে গেৰুৱা শিবিৰে৷ ২৪০ত ৰৈ গ’ল বিজেপি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!
বিনোদন

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

July 6, 2026
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

July 6, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

July 6, 2026
Next Post
১০ গুণ শক্তি বাঢ়িছে ৰাহুৰ, মাৰ্চ পৰ্যন্ত ৩ ৰাশিৰ উন্নতিৰ পথ প্ৰশস্ত কৰিছে মায়াবী গ্ৰহই

১০ গুণ শক্তি বাঢ়িছে ৰাহুৰ, মাৰ্চ পৰ্যন্ত ৩ ৰাশিৰ উন্নতিৰ পথ প্ৰশস্ত কৰিছে মায়াবী গ্ৰহই

মাত্ৰ ২ ছেকেণ্ডত কথমপি বাচিল ট্ৰাম্প! জানি থওক আমেৰিকাৰ ৰাজনীতিকৰ ওপৰত আ/ক্ৰ/ম/ন/ৰ ক’লা ইতিহাস

মাত্ৰ ২ ছেকেণ্ডত কথমপি বাচিল ট্ৰাম্প! জানি থওক আমেৰিকাৰ ৰাজনীতিকৰ ওপৰত আ/ক্ৰ/ম/ন/ৰ ক’লা ইতিহাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.