• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ২ ছেকেণ্ডত কথমপি বাচিল ট্ৰাম্প! জানি থওক আমেৰিকাৰ ৰাজনীতিকৰ ওপৰত আ/ক্ৰ/ম/ন/ৰ ক’লা ইতিহাস

মাত্ৰ ২ ছেকেণ্ডত কথমপি বাচিল ট্ৰাম্প! জানি থওক আমেৰিকাৰ ৰাজনীতিকৰ ওপৰত আ/ক্ৰ/ম/ন/ৰ ক’লা ইতিহাস

2 years ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

9 seconds ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

40 minutes ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

1 hour ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

2 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

3 hours ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

3 hours ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

5 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

5 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

7 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

8 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

9 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাত্ৰ ২ ছেকেণ্ডত কথমপি বাচিল ট্ৰাম্প! জানি থওক আমেৰিকাৰ ৰাজনীতিকৰ ওপৰত আ/ক্ৰ/ম/ন/ৰ ক’লা ইতিহাস

মাত্ৰ ২ ছেকেণ্ডত কথমপি বাচিল ট্ৰাম্প! জানি থওক আমেৰিকাৰ ৰাজনীতিকৰ ওপৰত আ/ক্ৰ/ম/ন/ৰ ক’লা ইতিহাস

editor by editor
July 14, 2024
in বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
মাত্ৰ ২ ছেকেণ্ডত কথমপি বাচিল ট্ৰাম্প! জানি থওক আমেৰিকাৰ ৰাজনীতিকৰ ওপৰত আ/ক্ৰ/ম/ন/ৰ ক’লা ইতিহাস
0
SHARES
410
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক কৰা আক্ৰমণক লৈ চলিছে সৰ্বত্ৰতে চৰ্চা৷ আক্ৰমণৰ ভিডিঅ’ই স্তম্ভিত কৰি তুলিছে বিশ্ববাসীক৷ ট্ৰাম্পৰ কাণেৰে বৈ আহিছে তেজ৷ নিৰাপত্তাৰক্ষীয়ে ঘেৰি ধৰা ট্ৰাম্পৰ ছবি ভাইৰেল হৈ পৰিছে সামাজিকমাধ্যমত৷ সামাজিকমাধ্যমত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আশু আৰোগ্য কামনা কৰি পোষ্ট শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও৷ ঘটনাক লৈ ৰাষ্ট্ৰপতি জ’ বাইডেন, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ, প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওবামাকে ধৰি বিশ্বৰ সকলো ৰাজনৈতিক নেতাই শোক প্ৰকাশ কৰিছে৷

আক্ৰমণৰ বলি হোৱা ডনাল্ড ট্ৰাম্পেই প্ৰথম ৰাষ্ট্ৰপতি নহয়৷ আমেৰিকাৰ বহু ৰাজনৈতিক নেতাক আক্ৰমণ কৰিছে দুৰ্বৃত্তই৷ এই আক্ৰমণত চাৰিজন ৰাষ্ট্ৰপতিয়ে প্ৰাণো হেৰুৱাইছে৷ আমেৰিকাৰ কোনো কোন ৰাষ্ট্ৰপতিয়ে দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে জানি থওক সবিশেষ৷

ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন প্ৰথম ভুক্তভোগী

আমেৰিকাৰ ৰাষ্ট্ৰপতি হত্যাৰ প্ৰথমটো কলা দাগ লাগিছিল ১৮৬৫ চনৰ এপ্ৰিল মাহত৷ আমেৰিকাৰ ১৬ সংখ্যক ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনক গুলীয়াই হত্যা কৰা হৈছিল৷ গৃহযুদ্ধৰ শেষত ৱাছিংটনৰ ডিচি ফৰ্ডৰ থিয়েটাৰত অভিনয়ৰ সময়ত মঞ্চ অভিনেতা উইকলকেছ বুথে আব্ৰাহাম লিংকনৰ মূৰত গুলীচালনা কৰে৷ গুলীবিদ্ধ হোৱাৰ ১২ ঘণ্টাৰ ভিতৰতেই লিংকনৰ মৃত্যু হয়৷ সেই সময়ত হত্যাকাৰীয়ে পলায়ন কৰিবলৈ সক্ষম হয় দিও ভাৰ্জিনিয়াত বন্দি হয় হত্যাকাৰীজন৷

জেমছ গাৰ্ফিল্ডে

আমেৰিকাৰ ২০ সংখ্যক ৰাষ্ট্ৰপতি জেমছ গাৰ্ফিল্ডৰ জন্ম হৈছিল ১৮৮১ চনত ৱাশ্বিংটন ডিচিত৷ ৰে’ল ষ্টেচনত গুলীবিদ্ধ হৈছিল এইগৰাকী ৰাষ্ট্ৰপতি৷ কেইবাটাও গুলীয়ে ভেদি গৈছিল তেওঁৰ শৰীৰ৷ কেইমানমানৰ পাছতেই নিউ জাৰ্চিত তেওঁৰ মৃত্যু হয়৷ খবৰ অনুসৰি জেমছ গাৰ্ফিল্ডক তেওঁৰ এজন প্ৰাক্তন সমৰ্থক চাৰ্লছ গুইটৱে গুলীয়াই হত্যা কৰে৷ খবৰ অনুসৰি চাৰ্লছ গুইট মানসিক ৰোগত আক্ৰান্ত হৈ পৰে৷ গুইটৰ অসন্তুষ্টিৰ কাৰণ হৈছিল তেওঁ গাৰ্ফিল্ডৰ প্ৰশাসনৰ অধীনত চাকৰিৰ পৰা বঞ্চিত হৈছিল৷ পাছলৈ গুইটক ফাঁচী দিয়া হয়৷

উইলিয়াম মেককিনলি

আমেৰিকাৰ ২৫ সংখ্যক ৰাষ্ট্ৰপতি উইলিয়াম মেককিনলিক লক্ষ্য কৰি গুলীচলনা কৰা হৈছিল ১৯০১ চনৰ ছেপ্টেম্বৰ মাহত৷ তেওৰ দ্বিতীয় কাৰ্যকালৰ ছমাহৰ ভিতৰতেই এই ঘটনা৷ ৰাজহুৱা সভাত উইলিয়াম মেককিনলিক গুলীয়াই দুৰ্বৃত্তই৷ দুৰ্বৃত্তৰ গুলীয়ে থকা সৰকা কৰা উইলিয়াম মেককিনলিয়ে ঘটনাৰ এসপ্তাহৰ পাছত মৃত্যুক সাবটে৷

জন এফ. কেনেডিৰ হত্যাকাণ্ড

আমেৰিকাৰ ৩৫ সংখ্যক ৰাষ্ট্ৰপতি জন এফ কেনেডি৷ ১৯৬৩ চনত কেনেডীক গুলীয়াই হত্যা কৰিছিল মেৰিন লি হাৰ্ভি অছৱাল্ডে। ১৯৬৩ চনৰ নৱেম্বৰ মাহত ডালাছত এক সমাৱেশৰ সময়ত অছৱাল্ডে ষষ্ঠ মহলাৰ পৰা কেনেডীক লক্ষ্য কৰি গুলীয়াই৷ সেই গুলীচালনাৰ ঘটনাতেই মৃত্যু হৈছিল কেনেডিৰ৷ কেনেডিক আক্ৰমণ কৰাৰ কেইদিনমান পিছতে ছোভিয়েট সমৰ্থক অছৱাল্ডক গ্ৰেপ্তাৰ কৰে আমেৰিকাৰ সেনাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ
ভাৰত

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

July 24, 2026
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে
ভাৰত

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

July 24, 2026
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে
বাণিজ্য

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

July 24, 2026
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ
জীৱনশৈলী

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

July 24, 2026
Next Post
অসাধাৰণ নিৰাপত্তা…২০ কিঃগ্ৰাঃ ‘ফুটবল’ কিয় লৈ ফুৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে?

অসাধাৰণ নিৰাপত্তা...২০ কিঃগ্ৰাঃ ‘ফুটবল’ কিয় লৈ ফুৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে?

মোৰ জীৱন সলনি হৈ গ’ল…! আম্বানীৰ পুত্ৰৰ বিয়াত আহি কিয় জীৱন সলনি হৈ গ’ল জন ছিনাৰ?

মোৰ জীৱন সলনি হৈ গ’ল...! আম্বানীৰ পুত্ৰৰ বিয়াত আহি কিয় জীৱন সলনি হৈ গ’ল জন ছিনাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.