• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোৰ জীৱন সলনি হৈ গ’ল…! আম্বানীৰ পুত্ৰৰ বিয়াত আহি কিয় জীৱন সলনি হৈ গ’ল জন ছিনাৰ?

মোৰ জীৱন সলনি হৈ গ’ল…! আম্বানীৰ পুত্ৰৰ বিয়াত আহি কিয় জীৱন সলনি হৈ গ’ল জন ছিনাৰ?

2 years ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

21 minutes ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

1 hour ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

3 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

4 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

4 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

17 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

18 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

18 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

18 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

20 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

20 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোৰ জীৱন সলনি হৈ গ’ল…! আম্বানীৰ পুত্ৰৰ বিয়াত আহি কিয় জীৱন সলনি হৈ গ’ল জন ছিনাৰ?

মোৰ জীৱন সলনি হৈ গ’ল...! আম্বানীৰ পুত্ৰৰ বিয়াত আহি কিয় জীৱন সলনি হৈ গ’ল জন ছিনাৰ?

editor by editor
July 14, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
মোৰ জীৱন সলনি হৈ গ’ল…! আম্বানীৰ পুত্ৰৰ বিয়াত আহি কিয় জীৱন সলনি হৈ গ’ল জন ছিনাৰ?
0
SHARES
5.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হলীউড তাৰকা তথা WWE খেলুৱৈ জন ছিনা সম্প্ৰতি অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়ালৈ আহিছে৷ ভাৰতলৈ আহিছে তাৰকাগৰাকী৷ আম্বানী পুত্ৰৰ বিবাহৰ অনুষ্ঠানত সময় অতিবাহিত কৰিছে জন ছিনাই৷ দেশীয় পোছাকত জন ছিনাক দেখি বহুজনে প্ৰশংসাও কৰিছে৷ কেৱল পোছাকেই নহয় মূৰত পাগুৰী বান্ধি বিয়াৰ উৎসৱত নাচ-বাগ কৰাও দেখা গৈছে জন ছিনাক৷

এই বিয়াৰ অনুষ্ঠানত আহিয়েই তেওঁ লগ পাইছে দেখ বিদেশৰ একাধিক অতিথিক৷ এই অতিথিসকলৰ বহুসংখ্যক তেওঁৰ অনুৰাগীও৷ একাধিক ব্যক্তিৰ সৈতে সময় কটাই জীৱন সলনি হৈ গৈছে জন ছিনাৰ৷ তাৰমাজতেই তেওঁ এক্সযোগে শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট৷ সেই পোষ্টত তেওঁ লিখিছে যে এজন ব্যক্তিৰ ওচৰত তেওঁ আজীৱন কৃতজ্ঞ থাকিব৷ দেশলৈ উভতি যোৱাৰ পাছতেই জন ছিনাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট৷ তাত তেওঁ অনন্ত আম্বানী আৰু ৰাধিকাৰ বিয়াত যোগ দিয়াৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে৷ শ্বাহৰুখৰ সৈতে তেওঁৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে, তেওঁৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰিছে৷

জন ছিনাই কি লিখিছে সামাজিক মাধ্যমত?

জন ছিনাই এক্স হেণ্ডেলত অনন্তৰ বিয়াত শ্বাহৰুখক লগ পোৱাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে৷ তেওঁ লিখিছে, এয়া এক অনন্য অভিজ্ঞতা তথা আশ্চৰ্যজনক মুহূৰ্ত৷ ২৪ঘণ্টা অসাধাৰণভাৱে পাৰ হৈছে৷ এই সময়ক এতিয়াও মই বিশ্বাস কৰিব পৰা নাই৷ মই আম্বানী পৰিয়ালৰ প্ৰতি অত্যন্ত কৃতজ্ঞ আৰু মোৰ যেনেধৰনে স্বাগত জনাইছে মই মুগ্ধ হৈ পৰিছো৷ বহু অবিস্মৰণীয় মুহূ্ৰ্তৰে ভৰা এক অভিজ্ঞতা৷ যিয়ে মোক অগণিত নতুন বন্ধু লগ পোৱাৰ সুযোগ দিছে৷ ইয়াৰ মাজতেই শ্বাহৰুখ খান অন্যতম৷ তেওঁক ব্যক্তিগতভাৱে লগ পাই মোৰ জীৱনেই পজিটিভ হৈ পৰিছে৷ ’

জন ছিনাৰ এই পোষ্ট দেখামাত্ৰকেই শ্বাহৰুখ ভক্তই শ্বেয়াৰ কৰিছে বিশেষ পোষ্টটো৷ বহুতেই আকৌ জন ছিনাক পাগুৰীত সুন্দৰ দেখা বুলিও মন্তব্য কৰিছে৷ মুকেশ আম্বানীয়েও জন ছিনাক জনাইছে উষ্ণ আদৰণি৷

আহি আছে জন ছিনাৰ নতুন ছবি

কামৰ ক্ষেত্ৰত জন ছিনাক প্ৰিয়ংকা চোপ্ৰাৰ সৈতে দেখা যাব হেডছ অৱ ষ্টেট ছবিত৷ ইতিমধ্যেই ছবিখনৰ শ্বুটিং আৰম্ভ হৈছে৷ জন ছিনাৰ ওপৰিও বহু আন্তৰ্জাতিক ছেলিব্ৰিটি আহিছে আম্বানীৰ পুত্ৰৰ বিয়ালৈ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী
বিনোদন

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

July 5, 2026
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

July 5, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

July 5, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
Next Post
আকৌ বিৰোধী উপদলপতি হ’ল গৌৰৱ গগৈ, গৌৰৱক কি পদৱীত থকাটো আপুনি আশা কৰিছিল?

আকৌ বিৰোধী উপদলপতি হ’ল গৌৰৱ গগৈ, গৌৰৱক কি পদৱীত থকাটো আপুনি আশা কৰিছিল?

অনন্ত-ৰাধিকাৰ বিয়াত প্ৰধানমন্ত্ৰী, নৱদম্পতিক আশীৰ্বাদেই নহয় মোদীয়ে দিলে এই দামী উপহাৰো 

অনন্ত-ৰাধিকাৰ বিয়াত প্ৰধানমন্ত্ৰী, নৱদম্পতিক আশীৰ্বাদেই নহয় মোদীয়ে দিলে এই দামী উপহাৰো 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.