• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী চাকৰিৰ পৰীক্ষাৰ তাৰিখ সদৰি, ব’হাগ বিহুৰ পূৰ্বেই ৩৫ হাজাৰ নিবনুৱাই লাভ কৰিব চাকৰি- মুখ্যমন্ত্ৰী

চৰকাৰী চাকৰিৰ পৰীক্ষাৰ তাৰিখ সদৰি, ব’হাগ বিহুৰ পূৰ্বেই ৩৫ হাজাৰ নিবনুৱাই লাভ কৰিব চাকৰি- মুখ্যমন্ত্ৰী

2 years ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

21 minutes ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

46 minutes ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

1 hour ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

2 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

4 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

4 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

5 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

5 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

6 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

7 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

8 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চৰকাৰী চাকৰিৰ পৰীক্ষাৰ তাৰিখ সদৰি, ব’হাগ বিহুৰ পূৰ্বেই ৩৫ হাজাৰ নিবনুৱাই লাভ কৰিব চাকৰি- মুখ্যমন্ত্ৰী

editor by editor
July 9, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিশ্ব, ভাৰত, ৰাজনীতি
0
চৰকাৰী চাকৰিৰ পৰীক্ষাৰ তাৰিখ সদৰি, ব’হাগ বিহুৰ পূৰ্বেই ৩৫ হাজাৰ নিবনুৱাই লাভ কৰিব চাকৰি- মুখ্যমন্ত্ৰী
0
SHARES
625
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অহা বহাগৰ পূৰ্বে ৰাজ্যত হাজাৰ হাজাৰ নিবনুৱাই লাভ কৰিব চৰকাৰী চাকৰি। এই কথা ঘোষণা কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কালি ৮ জুলাই তাৰিখে নিশা সামাজিক মাধ্যম ফেচবুক যোগে সদৰি কৰিলে এই কথা। লগতে সদৰি কৰিলে পৰীক্ষাৰ তাৰিখ।

কেতিয়াকৈ অনুষ্ঠিত হব তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ, শিক্ষক আৰু অসম আৰক্ষীৰ পৰীক্ষা সকলো তাৰিখ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ছেপ্টেম্বৰ মাহৰ পৰা অনুষ্ঠিত হব পৰীক্ষা আৰু বহাগ বিহুৰ পূৰ্বে সকলোৱে লাভ কৰিব নিযুক্তি পত্ৰ।

ঘোষণা কৰা অনুসৰি, ADRE 2024 – Assam Direct Recruitmentৰ তৃতীয় বৰ্গ তথা গ্ৰেড ৩ৰ পৰীক্ষা ১৫, ২২ আৰু ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হব। এইবাৰ পৰীক্ষা লোকসেৱা আয়োগৰ পৰীক্ষাৰ আৰ্হিত অনুষ্ঠিত হব। প্ৰথমে প্ৰিলিমছ, তাৰ পাছত মেইনছ আৰু শেষত ভাইভা প্ৰক্ৰিয়া।

চতুৰ্থ বৰ্গ তথা গ্ৰেড ৪ৰ বাবেও একেই ব্যৱস্থাৰে পৰীক্ষা হব। প্ৰথমে প্ৰিলিমছ, তাৰ পাছত মেইনছ আৰু শেষত ভাইভা। ২০ আৰু ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব পৰীক্ষা। গ্ৰেড ৩ৰ বাবে খালী হৈ আছে প্ৰায় ৭৫০০ পোষ্ট, গ্ৰেড৪ত খালী হৈ আছে ৪৫০০ৰো অধিক পোষ্ট। বিহুৰ পূৰ্বে সকলো খালী পদ পূৰ হব।

প্ৰাথমিক শিক্ষা বিভাগৰো শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া সোনকালেই অনুষ্ঠিত হব। অৱশ্যে চেকেণ্ডাৰী বিভাগৰ পৰীৰক্ষা অলপ পলম হব। তাতোকৈ ডাঙৰ কথা এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হব -গণিত বিষয়ত সুকীয়া শিক্ষকৰ পদৰ পৰীক্ষা। পূৰ্বে কেৱল বিজ্ঞান শিক্ষক আছিল, এতিয়াৰ পৰা গণিত বিষয়তো হব।

আৰক্ষীৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ৬৪৩৪টা পদৰ আৰক্ষীৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হব । অহা ৩ অক্টোবৰৰ পৰা আৰক্ষীৰ শাৰিৰীক যোগ্যতাৰ পৰীক্ষা আৰম্ভ হ’ব। সেয়ে বানপানী শুকোৱাৰ পিছত খেলপথাৰবোৰ মুকলি হোৱাৰ পিছত সকলোকে শাৰিৰীক যোগ্যতাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

শাৰিৰীক যোগ্যতাৰ পৰীক্ষাৰ পাছতে হ’ব লিখিত আৰু ভাইভা পৰীক্ষা। চলিত বিত্তিয় বৰ্ষতে এই পদ পূৰ্ণৰ লক্ষ্য। ২০২৫ ত আৰু নতুন পদৰ আবেদন প্ৰক্তিয়া আৰম্ভ কৰাৰ লক্ষ্য অসম চৰকাৰৰ।

এই পৰীক্ষা সমুহৰ বিষয়ে সদৰি কৰি উঠি কয় যে, মেধাৰ ভিত্তিত নিযুক্তি দিয়াটো বৰ সহজ নহয়। ক’ৰবাত ক’ৰবাত দলৰ ক্ষতিও হয়। দলৰ কাৰ্যকৰ্তায়ো দুঃখ কৰে দলত থাকিও চাকৰি নাপাঁও বুলি। কিন্তু চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া মেধাৰ ভিত্তিতেই কৰিব

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ পিছত এইবাৰৰ নিৰ্বাচনী সভাত আৰু ৩৫ হাজাৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। অহা ব’হাগ বিহুৰ আগতেই আৰু ৩৫ হাজাৰ চাকৰি দিয়া হব। আজিৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেয়ে সকলোকে ভালকৈ পঢ়িবলৈ আহ্বান।

উল্লেখ্য যে, কালি ৮ জুলাই তাৰিখে এক বিশেষ বৈঠকত এই পৰীক্ষা সন্দৰ্ভত আলোচনা কৰি বিশেষ সিদ্ধান্তত উপনীত হয় আৰু সামাজিক মাধ্যম যোগেই সকলো কথা সদৰি কৰে। ইয়াৰ উপৰিও কাইলৈ বুধবাৰ ১০ জুলাই তাৰিখে কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ কথাও সদৰি কৰে।

https://www.facebook.com/share/v/CoMaEfoMRNsmRWXS/

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ADREADRE Examassamassam cmassam policeassam police examguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ
বিনোদন

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

August 6, 2026
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ
ভাৰত

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

August 6, 2026
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ
জীৱনশৈলী

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

August 6, 2026
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ
বিনোদন

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

August 6, 2026
Next Post
৫ জোৱান একেলগে শ্বহীদ, সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ আৰু নিৰ্বিচাৰ গুলীচালনা

৫ জোৱান একেলগে শ্বহীদ, সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ আৰু নিৰ্বিচাৰ গুলীচালনা

মোদী-পুটিন ভাই ভাই, পাছে মাজত কোন এই নাৰী

মোদী-পুটিন ভাই ভাই, পাছে মাজত কোন এই নাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.