• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদী-পুটিন ভাই ভাই, পাছে মাজত কোন এই নাৰী

মোদী-পুটিন ভাই ভাই, পাছে মাজত কোন এই নাৰী

2 years ago
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

7 minutes ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

49 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

1 hour ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

2 hours ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

2 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

3 hours ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

4 hours ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

4 hours ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

5 hours ago
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

6 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

7 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মোদী-পুটিন ভাই ভাই, পাছে মাজত কোন এই নাৰী

editor by editor
July 9, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
মোদী-পুটিন ভাই ভাই, পাছে মাজত কোন এই নাৰী
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মোদী-পুটিন ভাই ভাই, পাছে মাজত কোন এই নাৰী

সোমবাৰে সন্ধিয়া দুদিনীয়া ৰাছিয়া ভ্ৰমণৰ বাবে মস্কোত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰীক তেওঁৰ চৰকাৰী বাসগৃহত উষ্ম আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহত উপস্থিত হয়, তেতিয়া পুটিনে ইতিমধ্যে তেওঁক আদৰণি জনাবলৈ থিয় হৈ আছিল।

প্ৰধানমন্ত্ৰী মোদী গাড়ীৰ পৰা ওলাই অহাৰ লগে লগে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে প্ৰথমে হাত মিলাই তাৰ পিছত দুয়ো দুয়োকে সাৱটি ধৰি তেওঁলোকৰ গভীৰ সম্পৰ্ক প্ৰকাশ কৰে। অৱশ্যে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনৰ বৈঠকৰ সময়ত এগৰাকী মহিলাই বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ছাঁৰ দৰে উপস্থিত আছিল মহিলাগৰাকী।

https://x.com/RusEmbIndia/status/1810383571041005724

প্ৰকৃততে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনৰ দুয়োৰে মাজত এক সাদৃশ্য আছে। দুয়ো দেশৰ প্ৰধানে কেৱল নিজৰ মাতৃভাষাত কথা পতাটোহে বেছি পছন্দ কৰে। সোমবাৰে নিশাৰ আহাৰ গ্ৰহণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ সময়ত পুটিনক ৰাছিয়ান ভাষাত ভাষণ দিয়া দেখা গৈছিল আৰু প্ৰধানমন্ত্ৰী মোডীয়েও তেওঁৰ সৈতে হিন্দী ভাষাত কথা পাতিছিল। এনে অৱস্থাত ৰাষ্ট্ৰপতি দুগৰাকীক ইজনে সিজনক বুজাবলৈ দুয়োখন দেশৰ পৰা দ্বিভাষিকক নিয়োগ কৰা হৈছিল আৰু এই মহিলাগৰাকীও তাৰ ভিতৰত এগৰাকী আছিল।

এই মহিলাগৰাকীক ৰাছিয়াৰ ফালৰ পৰা আছিল। ৰাষ্ট্ৰপতি পুটিনৰ কথাবোৰ ৰাছিয়ান ভাষাৰ পৰা হিন্দীলৈ অনুবাদ কৰি পি এম মোদীক কৈ আছিল। প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি পুটিনৰ বৈঠকৰ সময়ত এইগৰাকী মহিলা আৰু ভাৰতে নিয়োগ কৰা অনুবাদকজনো তেঁওলোকৰ সৈতে উপস্থিত আছিল।

উল্লেখ্য যে, ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে শীৰ্ষ আলোচনাত মিলিত হ’ব। এই ভ্ৰমণক এক বহল ভূ-ৰাজনৈতিক প্ৰেক্ষাপট আৰু সংকেত হিচাপে দেখা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bladimir PutinIndian PMmodiModi Putinnarendra-modiPutinRanissia Pm
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?
জীৱনশৈলী

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

April 21, 2026
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

April 21, 2026
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?
জীৱনশৈলী

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

April 21, 2026
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে
জীৱনশৈলী

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

April 21, 2026
Next Post
পাকঘৰৰ এবিধ ৰঙা পাচলিৰ সমুখত ফেইল বহু নামি দামী প্ৰসাধন সামগ্ৰী

পাকঘৰৰ এবিধ ৰঙা পাচলিৰ সমুখত ফেইল বহু নামি দামী প্ৰসাধন সামগ্ৰী

বিৰাট কোহলীৰ ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে FIR, পূৰ্বেও দাখিল হৈছিল অভিযোগ

বিৰাট কোহলীৰ ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে FIR, পূৰ্বেও দাখিল হৈছিল অভিযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.