• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ জোৱান একেলগে শ্বহীদ, সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ আৰু নিৰ্বিচাৰ গুলীচালনা

৫ জোৱান একেলগে শ্বহীদ, সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ আৰু নিৰ্বিচাৰ গুলীচালনা

2 years ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

1 hour ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

2 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

4 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

4 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

5 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

7 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

7 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

8 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

9 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

10 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৫ জোৱান একেলগে শ্বহীদ, সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ আৰু নিৰ্বিচাৰ গুলীচালনা

editor by editor
July 9, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
৫ জোৱান একেলগে শ্বহীদ, সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ আৰু নিৰ্বিচাৰ গুলীচালনা
0
SHARES
260
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫ জোৱান একেলগে শ্বহীদ, সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ আৰু নিৰ্বিচাৰ গুলীচালনা

জম্মু-কাশ্মীৰৰ কথুৱা জিলাত সেনাৰ টহল দি থকা সন্ত্ৰাসবাদীৰ এম্বুছত এজন কনিষ্ঠ কমিছনড অফিচাৰ জেচিঅ’কে ধৰি ৫জন সেনা জোৱান শ্বহীদ হয়। আন ৫জন গুৰুতৰভাৱে আহত। বৰ্তমানে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰিছে নিৰাপত্তা বাহিনীয়ে। গভীৰ নিশালৈকে অব্যাহত থাকে এই অভিযান। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ এটা ফ্ৰণ্ট সংগঠন কাশ্মীৰ টাইগাৰছে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

সোমবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত বিলৱাৰ উপজিলাৰ বদনোটাৰ বৰনুদ অঞ্চলৰ জেণ্ডা নলাৰ সমীপত সেনাবাহিনীৰ ২২ গড়হোৱাল ৰাইফলছৰ বাহনত আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে। সেনাবাহিনীৰ এই গাড়ীখন অঞ্চলটোত টহল দি আছিল। গাড়ীখনত দহজন জোৱান আছিল।

সন্ত্ৰাসবাদীয়ে প্ৰথমে গ্ৰেনেড নিক্ষেপ কৰে। ইয়াৰ পিছতে আৰম্ভ কৰে নিৰ্বিচাৰে গুলীচালনা। সন্ত্ৰাসবাদীয়ে তীখাৰ গুলী ব্যৱহাৰ কৰাৰ সন্দেহ। সেনা জোৱানেও দায়িত্ব গ্ৰহণ কৰি প্ৰতিশোধমূলক ব্যৱস্থা আৰম্ভ কৰে। আক্ৰমণৰ পিছত সন্ত্ৰাসবাদীকেইটা পলায়ন কৰি ঘন অৰণ্যত সোমাই পৰে। সন্ত্ৰাসবাদীকেইটা ওখ এলেকাত আছিল বুলি কোৱা হৈছে।

আনহাতে, পেৰা কমাণ্ডোকো সেনাৰ অভিযানত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁক আক্ৰমণ কৰা অঞ্চললৈ বিমানেৰে লৈ যোৱা হৈছে। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি সন্ত্ৰাসবাদীক নিৰ্মূলৰ বাবে এক বৃহৎ অভিযান চলাবলৈ সাজু হৈছে সেনাই। অৱশ্যে সন্ধিয়াৰ পৰাই ধাৰাসাৰ বৰষুণ আৰু কুঁৱলী আৰম্ভ হয়। আহত জোৱান কেইজনক পি এইচ চি বদনোটাত প্ৰাথমিক চিকিৎসাৰ অন্তত পাঠানকোটৰ ছৈনিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই আক্ৰমণত তিনিজন অস্ত্ৰধাৰী সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ ৷ শেহতীয়াকৈ সীমান্তৰ সিপাৰৰ পৰা তেওঁলোকৰ অনুপ্ৰৱেশৰ সন্দেহ। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা অভিযানৰ ওপৰত চকু ৰাখিছে খোদ ডিজিপি আৰ আৰ শ্বেইনে।

সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা অঞ্চলটো উধমপুৰৰ বসন্তগড় অঞ্চলৰ সৈতে সংযুক্ত। তাত বহু এনকাউণ্টাৰ হৈছে। অনুমান কৰা হৈছে যে সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ কৰাৰ পিছত সন্ত্ৰাসবাদীয়ে এই পথেৰে ভৈয়ামত উপস্থিত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indiaindia borderindian armyjammu and kashmir
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ
বিনোদন

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

July 17, 2026
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?
প্ৰযুক্তি

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

July 17, 2026
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

July 17, 2026
Next Post
মোদী-পুটিন ভাই ভাই, পাছে মাজত কোন এই নাৰী

মোদী-পুটিন ভাই ভাই, পাছে মাজত কোন এই নাৰী

পাকঘৰৰ এবিধ ৰঙা পাচলিৰ সমুখত ফেইল বহু নামি দামী প্ৰসাধন সামগ্ৰী

পাকঘৰৰ এবিধ ৰঙা পাচলিৰ সমুখত ফেইল বহু নামি দামী প্ৰসাধন সামগ্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.