• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোকাখাতত শিহৰণকাৰী ঘটনা, নিজৰেই জী-জোঁৱাইয়ে কোঠাৰ ভিতৰত মজিয়া খান্দি বৃদ্ধা মাতৃক…

বোকাখাতত শিহৰণকাৰী ঘটনা, নিজৰেই জী-জোঁৱাইয়ে কোঠাৰ ভিতৰত মজিয়া খান্দি বৃদ্ধা মাতৃক…

2 years ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

17 minutes ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

1 hour ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

1 hour ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

2 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

3 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

3 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

3 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

6 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

7 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বোকাখাতত শিহৰণকাৰী ঘটনা, নিজৰেই জী-জোঁৱাইয়ে কোঠাৰ ভিতৰত মজিয়া খান্দি বৃদ্ধা মাতৃক…

editor by editor
September 11, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বোকাখাতত শিহৰণকাৰী ঘটনা, নিজৰেই জী-জোঁৱাইয়ে কোঠাৰ ভিতৰত মজিয়া খান্দি বৃদ্ধা মাতৃক…
0
SHARES
496
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বোকাখাতত শিহৰণকাৰী ঘটনা, নিজৰেই জী-জোঁৱাইয়ে কোঠাৰ ভিতৰত মজিয়া খান্দি বৃদ্ধা মাতৃক…

এইখন অসমতে সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। জী-জোঁৱাইৰ নিকৃষ্ট মানসিকতাৰ বলি এগৰাকী দুৰ্ভগীয়া বৃদ্ধা মাতৃ। বৃদ্ধা মাতৃক হত্যা কৰি ঘৰৰ ভিতৰতে পুতি থলে জীয়েক আৰু জোঁৱায়েকে। বোকাখাতত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা।

আৰক্ষীৰে সফল অভিযানৰ অন্তত এই সমস্ত ঘটনা পোহৰলৈ আহে। ঘৰৰ ভিতৰতে পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃদ্ধা মাতৃৰ নিথৰ দেহ। এই ঘটনা বোকাখাতৰ পূৱ জ্যোতিনগৰৰ ।

আত্মীয় আৰু চুবুৰীয়াৰ মতে প্ৰায় ৭০ বছৰীয়া বৃদ্ধা শান্তি গোৱলাক হত্যা কৰিছে জীয়েক চম্পা গোৱালা আৰু জোঁৱাই দিলীপ ভূঁঞাই। বিগত ৩ টা দিন ধৰি সন্ধানহীন হৈ আছিল বৃদ্ধাগৰাকী।

বোকাখাত আৰক্ষীৰ এক সূত্ৰৰ খবৰ অনুসৰি যোৱা নিশা অভিযান চলাই ঘৰৰ ভিতৰতে পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে বৃদ্ধা গৰাকীৰ মৃতদেহ । এই সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আনহাতে আৰক্ষীয়ে অভিযুক্ত জী-জোঁৱাইৰ সন্ধানত নামি পৰিছে যদিও, বৰ্তমান পলাতক জীয়ৰী চম্পা গোৱলা আৰু জোঁৱাই দিলীপ ভূঁঞা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam policebokakhatBokakhat Policedauthermurder caseSo in low
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

October 6, 2026
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’
অসম

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

October 6, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?
অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

October 6, 2026
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?
অসম

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

October 6, 2026
Next Post
পিছল খাই পৰিছিল নে, নিজেই জঁপিয়াইছিল, আৰক্ষীৰ মন্তব্য প্ৰকাশ

পিছল খাই পৰিছিল নে, নিজেই জঁপিয়াইছিল, আৰক্ষীৰ মন্তব্য প্ৰকাশ

পিতৃপক্ষৰ দিনা ভুলতো নকৰিব এই ৩ কাম, অন্যথা ভালৰ সলনি অধিক বেয়াৰ ফালে যাব পৰিস্থিতি

পিতৃপক্ষৰ দিনা ভুলতো নকৰিব এই ৩ কাম, অন্যথা ভালৰ সলনি অধিক বেয়াৰ ফালে যাব পৰিস্থিতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.