২০২৭ বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচীও ঘোষণা কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে(Assam State School Education Board) কিছু সময় পূৰ্বে এই বৰ্ষৰ পৰীক্ষা সূচীও ঘোষণা কৰে। এই সময়সূচী অনুসৰি ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত হ’ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ১২ মাৰ্চ, শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ২০২৭ বৰ্ষৰ পৰা অনুষ্ঠিত হ’ব।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাও দুটা শ্বিফ্টত অনুষ্ঠিত হ’ব। প্ৰথম শ্বিফ্টৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় শ্বিফ্টৰ পৰীক্ষা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব।
মেট্ৰিক পৰীক্ষাৰ সময়সূচী

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী…

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















