• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৱাহাটী মহানগৰীত জাৰি ১৬৩ ধাৰা, সমৱেত হ’ব নোৱাৰিব ৫ জনতকৈ অধিক লোক

গুৱাহাটী মহানগৰীত জাৰি ১৬৩ ধাৰা, সমৱেত হ’ব নোৱাৰিব ৫ জনতকৈ অধিক লোক

2 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

17 minutes ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

37 minutes ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

1 hour ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

2 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

3 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

3 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

4 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

4 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

5 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

5 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

6 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গুৱাহাটী মহানগৰীত জাৰি ১৬৩ ধাৰা, সমৱেত হ’ব নোৱাৰিব ৫ জনতকৈ অধিক লোক

editor by editor
December 19, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
গুৱাহাটী মহানগৰীত জাৰি ১৬৩ ধাৰা, সমৱেত হ’ব নোৱাৰিব ৫ জনতকৈ অধিক লোক
0
SHARES
224
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটী মহানগৰীত জাৰি ১৬৩ ধাৰা, সমৱেত হ’ব নোৱাৰিব ৫ জনতকৈ অধিক লোক

গুৱাহাটীত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি। কালি ১৮ ডিচেম্বৰ বুধবাৰে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত সংঘটিত হোৱা ঘটনাৰ পাছতে এই ১৬৩ ধাৰা জাৰি প্ৰশাসনৰ ফালৰ পৰা।

এই ধাৰা অনুসৰি এতিয়া মহানগৰীৰ কোনো স্থানত সমৱেত হ’ব নোৱাৰিব ৫ জনতকৈ অধিক লোক। ৫ জনতকৈ অধিক লোক সমবেত হোৱা দেখিলেই আৰক্ষীয়ে আইনি ব্যৱস্থা গ্ৰহণ কৰিব।

ইয়াৰ লগতে প্ৰতিবাদ, ধৰ্ণা, শ্ল’গান প্ৰদৰ্শনতো বাধা আৰোপ কামৰূপ প্ৰশাসনৰ। দিছপুৰৰ ৰাজধানী চৌহদৰ এক কিলোমিটাৰ ব্যাসাৰ্ধত কৰিব নোৱাৰিব প্ৰতিবাদ।

কালি বুধবাৰৰ ঘটনাৰ পাছতে সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ মহানগৰ আৰক্ষীৰ। উল্লেখ্য যে, কালি ১৮ ডিচেম্বৰ তাৰিখে কংগ্ৰেছৰ ‘ৰাজভৱন চলো’ কাৰ্যসূচী অনুষ্ঠিত হৈছিল। প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল।

পাছে সেই কন্দুৱা গেছৰ বাবেই সংঘটিত হয় এক নহবলগীয়া ঘটনা। কাৰ্যসূচীত অংশ ল’বলৈ আহি মৃত্যু হয় মৃদুল ইছলাম নামৰ এজন অধিবক্তাৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগৰ কৰাৰ লগতে লাঠিচালনাও কৰিছিল।

অধিবক্তা মৃদুল ইছলামৰ গাত লাগিছিল কন্দুৱা গেছৰ চেল। আহত মৃদুল ইছলামক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও হাস্পতালত মৃত্যু হয় লোকজনৰ। মৃত মৃদুল ইছলামৰ ঘৰ দক্ষিণ কামৰূপৰ সোণতলীত বুলি জানিব পৰা গৈছে। কংগ্ৰেছৰ আইনী কোষৰ অধিবক্তা আছিল মৃদুল ইছলাম।

সেই ঘটনাৰ বাবেই আজিয়ো যাতে কোনো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে প্ৰশাসনে জাৰি কৰিলে এই ১৬৩ ধাৰা।

উল্লেখ্য যে, কংগ্ৰেছে কালি বুধবাৰে ‘এক দেশ এক নিৰ্বাচন’ৰ বিৰোধিতা, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ, হিংসা বন্ধ কৰি মণিপুৰত শান্তি ঘূৰাই অনাৰ দাবীত ‘ৰাজভৱন চলো’ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এই প্ৰতিবাদৰ সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 163 article163 Dharaassamassam policeCongress protestsguwahatiguwahati police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা
অসম

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

October 1, 2026
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…
উত্তৰ-পূব

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

October 1, 2026
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ
অসম

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

October 1, 2026
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ
অসম

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

October 1, 2026
Next Post

নাছাৰ ফালৰ পৰা দুখজনক খবৰ, এতিয়াই উভতি আহিব নোৱাৰিব সুনিতা আৰু বুচ উইলম’ৰ

অতিকে শোকাৱহ, এটা জন্তুৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ দুই শিশুসহ প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰে ৫জনে

অতিকে শোকাৱহ, এটা জন্তুৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ দুই শিশুসহ প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰে ৫জনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.