• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, এটা জন্তুৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ দুই শিশুসহ প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰে ৫জনে

অতিকে শোকাৱহ, এটা জন্তুৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ দুই শিশুসহ প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰে ৫জনে

2 years ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

12 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

12 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

13 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

13 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

14 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

15 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

15 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

16 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

17 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

17 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

18 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে শোকাৱহ, এটা জন্তুৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ দুই শিশুসহ প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰে ৫জনে

editor by editor
December 19, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে শোকাৱহ, এটা জন্তুৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ দুই শিশুসহ প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰে ৫জনে
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, এটা জন্তুৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ দুই শিশুসহ প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰে ৫জনে

পুৱাই এক অতিকে শোকাৱহ দুৰ্ঘটনা। এটা নিমাত জন্তুৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ নিজেই প্ৰাণ হেৰুৱালে এটা পৰিয়ালে। এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলী-ফাৰুখাবাদ ৰাজ্যিক ঘাইপথৰ মদনাপুৰ অঞ্চলত।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, এটা জন্তুক বচাবলৈ গৈ বাহনখনে সন্মুখৰ পৰা অহা এখন ট্ৰাকৰ সৈতে প্ৰচণ্ড জোৰে মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত গাড়ীখনত অহা দুই শিশুসহ পাঁচজন লোকে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা ৰিয়াছাত আলী (৪০ বছৰ) কাপোৰৰ ব্যৱসায় কৰিছিল। বুধবাৰে নিশা প্ৰায় ৯ মান বজাত পত্নী আমনা বেগম (৩৮ বছৰ), কন্যা গুড়িয়া (৬ বছৰ), খুশী (১০ বছৰ), পুত্ৰ সুভান (৭ বছৰ)ৰ সৈতে গাড়ীৰে দিল্লীলৈ ৰাওনা হৈছিল। এক বিবাহৰ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে গৈছিল পৰিয়ালটো।

নিশা প্ৰায় দহ মান বজাত বৰেলী-ফাৰুখাবাদ পথৰ মদনপুৰ অঞ্চলৰ বৰখেদা জয়পাল গাঁৱৰ ওচৰত হঠাতে ৰাজপথত এটা জন্তু আহি পৰাত, সেই জন্তুক বচাবলৈ চেষ্টা কৰি বাৰেলীৰ পৰা অহা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় পৰিয়ালটোৰ। সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে পৰিয়ালটো থকা বাহনখন উৰি গৈ টুকুৰা টুকুৰ হৈ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentroad accidentUttaar Pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ
বিশ্ব

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

August 20, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!
বিনোদন

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

August 20, 2026
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
Next Post
ভাৰত-আমেৰিকাৰ চিন্তা বঢ়াইছে চীনে, প্ৰস্তুত কৰিছে এটা মুহুৰ্ততে বিশ্ব ধ্বংস কৰিব পৰা ৬০০ টা…

ভাৰত-আমেৰিকাৰ চিন্তা বঢ়াইছে চীনে, প্ৰস্তুত কৰিছে এটা মুহুৰ্ততে বিশ্ব ধ্বংস কৰিব পৰা ৬০০ টা...

অপূৰ্ণ হৈ ৰোৱা ৰাৱণৰ ৫ টা সপোন, পূৰ্ণ হোৱা হ’লে আজি সলনি হ’ল হেতেন সকলো বিশ্ব

অপূৰ্ণ হৈ ৰোৱা ৰাৱণৰ ৫ টা সপোন, পূৰ্ণ হোৱা হ'লে আজি সলনি হ'ল হেতেন সকলো বিশ্ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.