• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপূৰ্ণ হৈ ৰোৱা ৰাৱণৰ ৫ টা সপোন, পূৰ্ণ হোৱা হ’লে আজি সলনি হ’ল হেতেন সকলো বিশ্ব

অপূৰ্ণ হৈ ৰোৱা ৰাৱণৰ ৫ টা সপোন, পূৰ্ণ হোৱা হ’লে আজি সলনি হ’ল হেতেন সকলো বিশ্ব

2 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

6 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

7 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

8 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

8 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

8 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

9 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

11 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

12 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

12 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

12 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

13 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অপূৰ্ণ হৈ ৰোৱা ৰাৱণৰ ৫ টা সপোন, পূৰ্ণ হোৱা হ’লে আজি সলনি হ’ল হেতেন সকলো বিশ্ব

editor by editor
December 19, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
অপূৰ্ণ হৈ ৰোৱা ৰাৱণৰ ৫ টা সপোন, পূৰ্ণ হোৱা হ’লে আজি সলনি হ’ল হেতেন সকলো বিশ্ব
0
SHARES
466
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপূৰ্ণ হৈ ৰোৱা ৰাৱণৰ ৫ টা সপোন, পূৰ্ণ হোৱা হ’লে আজি সলনি হ’ল হেতেন সকলো বিশ্ব

লংকাৰ ৰজা ৰাৱণ আছিল এজন মহান পণ্ডিত, এজন মহান যোদ্ধা। যাৰ বাবে তিনিওলোকৰ ওপৰত তেওঁ নিজৰ আধিপত্য বিস্তাৰ কৰিব বিচাৰিছিল। অহংকাৰতে কৰিছিল নকৰিবগলীয়া বহুতো। আনকি ৯ গ্ৰহকো দমন কৰি ৰাখিছিল। শনি দেৱক বন্দী কৰি ৰাখিছিল লংকাৰ কাৰাগাৰত।

দেৱতাসকলেও ভয় কৰিছিল ৰাৱণক। ৰাৱণে জীৱনকালত প্ৰতিটো সপোন পূৰণ কৰিব বিচাৰিছিল যদিও কিছুমান সপোন আছিল যিবোৰ পূৰণ নোহোৱাকৈয়ে থাকি যায়, তথা সম্ভৱ হৈ নুঠে।

সোণত সুগন্ধি সৃষ্টি কৰা: সোণৰ নগৰ লংকাত সুখ আৰু বিলাসীতাৰ সকলো উপায় আছিল। গোটেই লংকাখন সোণেৰে গঠিত আছিল, যাৰ জিলিকনিয়ে সকলোকে নিজৰ প্ৰতি আকৰ্ষণ কৰিছিল। কিন্তু সেই সোণত কোনো সুগন্ধি নাছিল। ৰাৱণে সোণত সুগন্ধি সৃষ্টি কৰিব বিচাৰিছিল যদিও এই সপোনতো অপূৰ্ণ হৈ থাকিল।

লংকাৰ পৰা স্বৰ্গলৈ চিৰি নিৰ্মাণ: আন এটা সপোন আছিল লংকাৰ পৰা স্বৰ্গলৈ চিৰি নিৰ্মাণ কৰা। ৰাৱণে বিচাৰিছিল যে স্বৰ্গলৈ যাবলৈ কোনেও মৰিব নালাগে। জীৱিত অৱস্থাত স্বৰ্গত উপনীত হ’ব লাগে। স্বৰ্গলৈ যোৱা চিৰি এটা সাজিবলৈ চেষ্টাও কৰিছিল ৰাৱণে, কিন্তু মাজতে টোপনি আহি যোৱাত এই সপোন অপূৰ্ণ হৈ থাকে।

সাগৰৰ নিমখীয়া পানীক মিঠা কৰি তোলাঃ ৰাৱণৰ নগৰ লংকাক চাৰিওফালৰ পৰা সাগৰেৰে আগুৰি আছিল, যাৰ পানী নিমখীয়া আছিল। ৰাৱণে বিচাৰিছিল সাগৰৰ পানী মিঠা হোৱা। এয়া আছিল ৰাৱণৰ আন এটা সপোন, যিটো অপূৰ্ণ হৈ থাকিল।

তেজৰ ৰং সলনি কৰাঃ ৰাৱণে বিচাৰিছিল যে তেজৰ ৰং ৰঙা হ’ব নালাগে। তেওঁ তেজৰ ৰং বগা কৰিব বিচাৰিছিল, যাতে মানুহে তেজ দেখাৰ পিছত ভয় নকৰে।

কোনো পুত্ৰই পিতৃৰ সন্মুখত মৰিব নালাগে: ৰাৱণৰ আন এটা সপোন আছিল যে কোনো পিতৃৰ সমুখত পুত্ৰৰ মৃত্যু নোহোৱাটো। চকুৰ সন্মুখত পুত্ৰৰ মৃত্যু হোৱাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ বেদনা বুলি উল্লেখ কৰিছিল ৰাৱণে। কিন্তু জন্ম হলে মৃত্যু অনিবাৰ্য। যি সপোন ৰাৱনৰ পূৰণ নহয়, আনকি নিজৰেই পুত্ৰ মেঘনাথৰ ৰাৱণৰ সমুখতেই মৃত্যু হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
নতুন বছৰৰ পহিলা দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ

নতুন বছৰৰ পহিলা দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ

বলীউডৰ প্ৰথমখন চিনেমাই আছিল শেষৰখনো, অতি কম বয়সতে হৈছিল আইতা, ঋত্বিকৰ সৈতে নাম সাঙোৰ খাইছিল প্ৰেমৰ

বলীউডৰ প্ৰথমখন চিনেমাই আছিল শেষৰখনো, অতি কম বয়সতে হৈছিল আইতা, ঋত্বিকৰ সৈতে নাম সাঙোৰ খাইছিল প্ৰেমৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.