• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰৰ পহিলা দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ

নতুন বছৰৰ পহিলা দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ

2 years ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

8 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

29 minutes ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

55 minutes ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

2 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

3 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

6 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

6 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

8 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

9 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰৰ পহিলা দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ

editor by editor
December 19, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
নতুন বছৰৰ পহিলা দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ
0
SHARES
486
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰৰ পহিলা দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ

এই বছৰ অৰ্থাৎ ২০২৪ চন চূড়ান্ত পৰ্যায়ত আছে। কেইদিনমানৰ পাছতে নতুন বছৰৰ প্ৰৱেশ অৰ্থাৎ ২০২৫ বৰ্ষ আৰম্ভ হ’বলৈ গৈ আছে। প্ৰতিজন ব্যক্তিয়ে বিচাৰে যে আগন্তুক নতুন বছৰটো বিগত বছৰৰ তুলনাত ভাল হওক আৰু সকলো বিপদ আৰু দুখৰ অন্ত পৰক।

যদি কোনো ব্যক্তিয়ে ২০২৫ চনৰ নতুন বছৰত সকলো সমস্যা শেষ হোৱাটো বিচাৰে তেন্তে নতুন বছৰৰ প্ৰথম দিনটোত কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই প্ৰতিকাৰে কেৱল সমস্যা দূৰ কৰাই নহয় ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰাৰ লগতে ইতিবাচক শক্তি বিয়পাই দিব।

ভগৱান শিৱক অৰ্পন কৰক এই সামগ্ৰী –
নতুন বছৰটো অতি বিশেষ কৰিবলৈ নতুন বছৰৰ প্ৰথম দিনাই ভগৱান ভোলেনাথক গাখীৰেৰে অভিষেক কৰক। ইয়াৰ লগতে ধতুৰা ফুল, ধতুৰাৰ ফল অৰ্পণ কৰক ইয়াৰ পিছত ভগৱান শিৱলিংগত ভাং অৰ্পণ কৰক।

মঙ্গলা গৌৰী পূজা –
নৱবৰ্ষৰ প্ৰথম দিনাই ভগৱান শিৱৰ সৈতে মংগলা গৌৰীক পূজা কৰক। পূজা কৰাৰ পিছত ৰঙা চুৰ্নি আৰু প্ৰসধনৰ সামগ্ৰী আগবঢ়াব ৷

হনুমান পূজা –
নৱবৰ্ষৰ প্ৰথম দিনটোত হনুমানক সেন্দুৰ আগবঢ়াই হনুমান চালিশা পাঠ কৰক। এই সকলোবোৰ ব্যৱস্থা পালন কৰিলে নতুন বছৰত সকলো ধৰণৰ ৰোগ, দুখ-কষ্ট আৰু সমস্যাৰ অন্ত পৰিব। ঘৰখনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব আৰু ইতিবাচক শক্তিৰ সঞ্চাৰণ হ’ব

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2024 last month2025 new yearastrology
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

July 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

July 17, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

July 17, 2026
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
Next Post
বলীউডৰ প্ৰথমখন চিনেমাই আছিল শেষৰখনো, অতি কম বয়সতে হৈছিল আইতা, ঋত্বিকৰ সৈতে নাম সাঙোৰ খাইছিল প্ৰেমৰ

বলীউডৰ প্ৰথমখন চিনেমাই আছিল শেষৰখনো, অতি কম বয়সতে হৈছিল আইতা, ঋত্বিকৰ সৈতে নাম সাঙোৰ খাইছিল প্ৰেমৰ

২০২৫ত সূৰ্যগ্ৰহণৰ সৈতে একে দিনাই শনিৰ গোচৰ, সকলো কামতেই সফল হ’ব এই ৩ৰাশিৰ জাতক

২০২৫ত সূৰ্যগ্ৰহণৰ সৈতে একে দিনাই শনিৰ গোচৰ, সকলো কামতেই সফল হ’ব এই ৩ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.