- নিশা ৰাজ্যত অতি ভয়াৱহ পথ দুৰ্ঘটনা
- খাদ্য যোগান ধৰা ডেলিভাৰী বয়ক চোঁচৰাই নিলে তীব্ৰবেগী ট্ৰাকে
- ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু ডেলিভাৰী বয়ৰ
- বাইকেৰে অহা ডেলিভাৰী বয়জনৰ গাড়ীৰ নং AS-15AE-6084।
- বাইকসহ যুৱকজনক মহটিয়াই নিয়ে ট্ৰাকে।
- দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন উদণ্ড ট্ৰাক চালকৰ
- মহানগৰীৰ জয়ানগৰত অতি ভয়ংকৰ পথ দুৰ্ঘটনা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















