• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

নাছাৰ ফালৰ পৰা দুখজনক খবৰ, এতিয়াই উভতি আহিব নোৱাৰিব সুনিতা আৰু বুচ উইলম’ৰ

2 years ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

23 minutes ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

55 minutes ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

1 hour ago
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

14 hours ago
ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

14 hours ago
দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

14 hours ago
নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

15 hours ago
মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

16 hours ago
নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

16 hours ago
নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

17 hours ago
২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

18 hours ago
ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

নাছাৰ ফালৰ পৰা দুখজনক খবৰ, এতিয়াই উভতি আহিব নোৱাৰিব সুনিতা আৰু বুচ উইলম’ৰ

editor by editor
December 19, 2024
in প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত
0
0
SHARES
77
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাছাৰ ফালৰ পৰা দুখজনক খবৰ, এতিয়াই উভতি আহিব নোৱাৰিব সুনিতা আৰু বুচ উইলম’ৰ

নাছাৰ ফালৰ পৰা দুখজনক খবৰ। পুনৰ পিছুৱাই দিয়া হৈছে মহাকাশত আৱদ্ধ হৈ থকা নাছাৰ দুগৰাকী মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ প্ৰত্যাৱৰ্তন। এতিয়া দুয়োজনেই ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰিৱৰ্তে মাৰ্চ মাহৰ শেষৰ ফালে বা এপ্ৰিল মাহৰ ভিতৰত পৃথিৱীলৈ ঘূৰি আহিব।

ইয়াৰ ফলত বয়িঙৰ ষ্টাৰলাইনাৰ কেপচুলত মহাকাশ পোৱাৰ ১০ মাহৰ পিছত দুয়োৰে উভতি অহা সম্ভৱ হ’ব। বয়িঙে মহাকাশ কেন্দ্ৰত থৈ পৃথিৱীলৈ উভতি অহাৰ পিছত দুয়োকে মাত্ৰ এসপ্তাহমান তাত থকাৰ পৰিকল্পনা কৰা হৈছিল যদিও কাৰিকৰী আৰু সময়সূচীৰ সমস্যাৰ বাবে তেওঁলোকৰ অভিযান সামৰাৰ সময় কেইবাবাৰো সলনি কৰা হৈছে।

উল্লেখযোগ্য যে সুনীতা আৰু বুচ ছমাহতকৈও অধিক সময় ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত আছে। সুনীতাৰ উপৰিও মাত্ৰ আঠ দিনৰ মিছনলৈ পঠোৱা এই দলটোত সহযোগী বেৰী উইলম’ৰকো অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োজনে ১৫০ দিন ধৰি পৃথিৱীলৈ ঘূৰি আহিবলৈ অপেক্ষা কৰি আছে।

দুয়োগৰাকী মহাকাশচীৰৰ স্বাস্থ্য সম্পৰ্কতো চিন্তাত সকলো। নাছাই অৱশ্যে প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী মহাকাশচাৰীৰে চৰ্বীহীন দেহ হলেও সুস্থ আছে তেঁওলোক। স্বাস্থ্য বিশেষজ্ঞই সকলো সময়তে নজৰত ৰাখিছে ।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Butch WilmoreNASAspaceSpace ScientistSunita and ButchSunita Williams
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!
উত্তৰ-পূব

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

October 23, 2026
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ
জীৱনশৈলী

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

October 23, 2026
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!
জীৱনশৈলী

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

October 23, 2026
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?
জীৱনশৈলী

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

October 22, 2026
Next Post
অতিকে শোকাৱহ, এটা জন্তুৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ দুই শিশুসহ প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰে ৫জনে

অতিকে শোকাৱহ, এটা জন্তুৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ দুই শিশুসহ প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰে ৫জনে

ভাৰত-আমেৰিকাৰ চিন্তা বঢ়াইছে চীনে, প্ৰস্তুত কৰিছে এটা মুহুৰ্ততে বিশ্ব ধ্বংস কৰিব পৰা ৬০০ টা…

ভাৰত-আমেৰিকাৰ চিন্তা বঢ়াইছে চীনে, প্ৰস্তুত কৰিছে এটা মুহুৰ্ততে বিশ্ব ধ্বংস কৰিব পৰা ৬০০ টা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.