• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

3 weeks ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

32 minutes ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

1 hour ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

2 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

11 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

11 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

12 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

12 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

13 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

14 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

14 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

14 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

২০ টকীয়া মুদ্ৰা লওঁতে সাৱধান

editor by editor
September 16, 2026
in অপৰাধ, বাণিজ্য, ভাৰত, লেখা
0
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!
0
SHARES
378
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল ২০০ বা ৫০০ টকীয়া নকল নোটেই নহয়, এইবাৰ বজাৰত দেখা দিছে ২০ টকীয়া নকল মুদ্ৰা। উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত আৰক্ষীয়ে ২০ টকীয়া নকল মুদ্ৰা প্ৰস্তুত কৰি বজাৰত চলোৱা এটা বৃহৎ চক্ৰ উৎখাত কৰিছে। এই অভিযানত আৰক্ষীয়ে ৫জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৬,৪০০টা নকল ২০ টকীয়া মুদ্ৰা জব্দ কৰিছে। আৰক্ষীৰ মতে, এই চক্ৰটোৱে ইতিমধ্যে প্ৰায় ৭০ কোটি টকাৰ নকল মুদ্ৰা বজাৰত চলাইছিল বুলি তদন্তত তথ্য পোহৰলৈ আহিছে।

ঘটনাটো পোহৰলৈ অহাৰ পিছতে নকল মুদ্ৰাৰ প্ৰচলনক লৈ নতুনকৈ উদ্বেগ সৃষ্টি হৈছে। বিশেষকৈ সাধাৰণ লেনদেনত ২০ টকীয়া মুদ্ৰা সহজে গ্ৰহণ কৰা হয় বাবে এই ধৰণৰ নকল মুদ্ৰা চিনাক্ত কৰাটো গ্ৰাহকৰ বাবে প্ৰত্যাহ্বান হৈ পৰিব পাৰে। আৰক্ষীৰ তথ্য অনুসৰি, চাহাৰানপুৰৰ কোতৱালি নগৰ আৰক্ষী, SOG, SWAT আৰু Surveillance টীমে যৌথভাৱে অভিযান চলাই এই চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। ১৩ ছেপ্টেম্বৰ ২০২৬ত ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত কেৱল তৈয়াৰ কৰি থোৱা নকল মুদ্ৰাই নহয়, মুদ্ৰা প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰপাতিও জব্দ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত ৬টা মেচিন আৰু কেইবাখনো লো-ডাই থকাৰ কথা আৰক্ষীয়ে জনাইছে। আৰক্ষীৰ অভিযানত মুঠ ৬,৪০০টা নকল ২০ টকীয়া মুদ্ৰা উদ্ধাৰ হয়। ২০ টকা হিচাপে হিচাপ কৰিলে এই মুদ্ৰাসমূহৰ মুঠ মূল্য ১ লাখ ২৮ হাজাৰ টকা।

উল্লেখযোগ্য কথাটো হৈছে নকল মুদ্ৰা প্ৰস্তুত কৰাৰ চক্ৰটোৰ ক্ষমতা। আৰক্ষীৰ মতে, চক্ৰটোৱে ব্যৱহাৰ কৰা যন্ত্ৰপাতিৰ সহায়ত দিনে প্ৰায় ১০,০০০ৰ পৰা ১২,০০০টা নকল ২০ টকীয়া মুদ্ৰা প্ৰস্তুত কৰিছিল। আৰক্ষীৰ তদন্তত এটা সুসংগঠিত নেটৱৰ্কৰ তথ্য পোহৰলৈ অহাৰ কথা প্ৰকাশ পাইছে। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, নকল মুদ্ৰাসমূহ বিভিন্ন ঠাইত সৰু সৰু লেনদেনৰ জৰিয়তে বজাৰত চলোৱা হৈছিল বুলি আৰক্ষীয়ে দাবী কৰিছে। প্ৰতিবেদন অনুসৰি সুৰাৰ দোকান, টোল প্লাজা আৰু গেলামালৰ দোকান আদি ঠাইত এই নকল মুদ্ৰা চলোৱাৰ অভিযোগ উঠিছে।

গ্ৰেপ্তাৰ হোৱা পাঁচজনৰ ভিতৰত আছে এই চক্ৰটোৰ মূল অভিযুক্ত উপকাৰ লুথ্ৰা ওৰফে অভয় প্ৰতাপ সিং। অভয় পাঞ্জাবৰ মোহালিত সোণাৰ হিচাপে কাম কৰিছিল। আনহাতে, গ্ৰেপ্তাৰ হোৱা আন চাৰিজন হৈছে চাহাৰানপুৰৰ হিমাংশু ওৰফে গুল্লু, মুজাফ্ফৰনগৰৰ কুলদীপ, ভাদোহীৰ অনুৰাগ পাল ওৰফে লংকেশ আৰু বিহাৰৰ সন্তোষ চৌৰাছিয়া ওৰফে জনাৰ্দন। বিভিন্ন চক্ৰৰে মিলি এই গেংগটোৱে ১০ৰ পৰা ১২ টকা মূল্যত বিক্ৰি কৰিছিল এই ২০টকীয়া নকল মুদ্ৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24fake currency
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ
ভাৰত

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

October 7, 2026
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

October 7, 2026
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
Next Post
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.