• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

3 weeks ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

24 minutes ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

1 hour ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

2 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

2 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

11 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

12 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

13 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

13 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

13 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

14 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

15 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

কোনে, কিয় গোপন কেমেৰা ৰাখিছিল বাথৰুমত?

editor by editor
September 16, 2026
in অপৰাধ, প্ৰযুক্তি, ভাৰত, লেখা
0
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
0
SHARES
822
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গাৰ্লছ হোষ্টেলৰ বাথৰুমৰ ভিতৰত ভিডিঅ ৰেকৰ্ডিং হৈ থকা অৱস্থাত উদ্ধাৰ এটা মোবাইল ফোন। মোবাইল ফোন উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্য। এগৰাকী ছাত্ৰীয়ে বাথৰুমৰ টিনৰ চালৰ তলৰ এটা অংশত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে মোবাইল ফোনটো। অভিযোগ অনুসৰি মোবাইল ফোনটোৰ কেমেৰা বাথৰুমৰ ফালে পোনাই থোৱা আছিল। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মোহাদ্দিপুৰস্থিত এটা গাৰ্লছ হোষ্টেলত।

অভিযোগ অনুসৰি ছাত্ৰীগৰাকীয়ে প্ৰথমে নিজৰ মোবাইল ফোনেৰে সেই দৃশ্য ৰেকৰ্ড কৰে আৰু তাৰ পাছত হোষ্টেলৰ আন ছাত্ৰীসকলক বিষয়টো জনায়। মোবাইলটো পৰীক্ষা কৰাত বাথৰুমত কেইবাগৰাকীও ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং পোৱা গৈছে বুলি জানিব পৰা যায়। ইয়াৰ পাছতে এগৰাকী ছাত্ৰীয়ে ডায়েল ১১২ত ফোন কৰি আৰক্ষীক খবৰ দিয়ে। এই ঘটনা পোহৰলৈ আহিছে মঙলবাৰে নিশা। খবৰ পোৱাৰ পাছত নিশা প্ৰায় ১২ বজাত পিআৰভি আৰু কেণ্ট থানাৰ আৰক্ষী হোষ্টেলত উপস্থিত হয়। আৰক্ষীয়ে মোবাইলটো নিজৰ জিম্মাত লৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ সোধা-পোছাত মহিলা ৱাৰ্ডেনে কয় যে হোষ্টেলৰ বাথৰুমত ছেনিটেৰী পেড পেলাবলৈ ডাষ্টবিন ৰখা হৈছিল। কিন্তু কিছুমান ছাত্ৰীয়ে পেড ডাষ্টবিনত নেপেলাই ইফালে-সিফালে পেলাই দিয়াৰ অভিযোগ আছিল। ৱাৰ্ডেনৰ দাবী অনুসৰি, এই সমস্যাটো কোনে সৃষ্টি কৰিছে সেই বিষয়ে জানিবলৈ নিশা প্ৰায় ১০ বজাত মোবাইলটো ৰেকৰ্ডিং মোডত ৰখা হৈছিল। তেওঁ আৰক্ষীক লগতে কয় যে হোষ্টেলৰ সুৰক্ষাৰ বাবে চৌহদত চিচিটিভি কেমেৰাও স্থাপন কৰা আছে আৰু তেওঁৰ কোনো অসৎ উদ্দেশ্য নাছিল। অৱশ্যে, বাথৰুমৰ দৰে ব্যক্তিগত স্থানত মোবাইল ফোন ৰাখি ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ অভিযোগক লৈ আৰক্ষীয়ে পৃথকভাৱে তদন্ত অব্যাহত ৰাখিছে। কিয়নো হোষ্টেলটোৰ ছাত্ৰীসকলে মোবাইল ফোনটোত কেইবাগৰাকীও ছাত্ৰীৰ ভিডিঅ পোৱা বুলি দাবী কৰিছে।

আৰক্ষী অধীক্ষক নিমিষ পাটিলে সংবাদমেলত জনোৱা মতে, ভুক্তভোগী ছাত্ৰীৰ লিখিত অভিযোগৰ ভিত্তিত মহিলা ৱাৰ্ডেনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে জব্দ কৰা মোবাইল ফোন, তাত থকা ৰেকৰ্ডিং আৰু ঘটনাৰ সৈতে জড়িত অন্যান্য তথ্য পৰীক্ষা কৰি আছে। লগতে ভিডিঅ’বোৰ কিয় ৰেকৰ্ড কৰা হৈছিল আৰু সেইবোৰ কাৰোবাৰ সৈতে শ্বেয়াৰ কৰা হৈছিল নেকি, সেই বিষয়েও তদন্ত চলিছে। কিছুমান ভিডিঅ’ ভাইৰেল হোৱা বুলিও অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে এই ভিডিঅ’বোৰ কেনেদৰে বাহিৰলৈ গ’ল আৰু কোনো লোকে সেইবোৰ শ্বেয়াৰ কৰিছিল নেকি, সেই বিষয়টোও অনুসন্ধান কৰিছে। ঘটনাৰ সন্দৰ্ভত হোষ্টেলৰ মালিককো সোধা-পোছা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24hidden camera
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম
বিবিধ

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ
ভাৰত

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

October 7, 2026
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

October 7, 2026
Next Post
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.