অসম লাইভ২৪ঃ মহাভাৰতৰ দিনৰ পৰাই লাভ জেহাদ আছিল বুলি কৰা মন্তব্যৰ প্ৰত্তুত্ত্যৰ মুখ্যমন্ত্ৰীৰ
বিৰোধী নেতা ভূপেন বৰাই কৈছিল মহাভাৰতৰ দিনত লাভ জেহাদ হোৱাৰ কথা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ জেহাদ সন্দৰ্ভত কৰিছে বিশেষ মন্তব্য
‘কৃষ্ণ আৰু ৰুক্মিনীয়ে প্ৰেম কৰিছিল জেহাদ কৰা নাছিল’
‘মহাভাৰতৰ দিনত প্ৰেম হৈছিল লাভ জেহাদ হোৱা নাছিল’
‘প্ৰেমৰ লগত জেহাদ সোমাই পৰাৰ বাবেই দুৰ্ঘটনাসমূহ হৈছে’
‘প্ৰেমৰ বিনিময়ত বিয়া হ’লে ধৰ্ম পৰিবৰ্তন কৰাৰ কথা থাকিলে খেলিমেলি হয়’
‘ইমান ধুনীয়া ধুনীয়া মুছলমান ছোৱালী আছে মুছলমান লৰাই তেওঁলোকক বিয়া কৰাওক’
‘হিন্দু লৰাইয়ো শিক্ষিত হিন্দু ছোৱালী আছে তেওঁলোকক বিয়া কৰাওক’
গোলাঘাটলৈ গ’ল জোনমণিৰ ঘৰলৈ কিয় নগল বুলি সোধা প্ৰশ্নৰো উত্তৰ মুখ্যমন্ত্ৰীৰ
‘য’ত যাব লাগে মই যাওঁ, য’ত গলে সমাজৰ ক্ষতি হয় তাত মই নাযাও’
‘মই ছিলেক্টিভ মানুহৰ ঘৰতহে যাও সেই কথা সঁচা’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ