• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালি সপোনত ককাদেউতা আহি মোক ভুল স্বীকাৰ কৰিবলৈ ক’লে, আত্মশুদ্ধিৰ বাবে মই নামঘৰত তামোল পাণ দি সেৱা কৰিমঃ এপিচিচিৰ সভাপতি ভূপেন বৰা

কালি সপোনত ককাদেউতা আহি মোক ভুল স্বীকাৰ কৰিবলৈ ক’লে, আত্মশুদ্ধিৰ বাবে মই নামঘৰত তামোল পাণ দি সেৱা কৰিমঃ এপিচিচিৰ সভাপতি ভূপেন বৰা

3 years ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

27 minutes ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

51 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

11 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

12 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

12 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

12 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

13 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

13 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

15 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

15 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

16 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কালি সপোনত ককাদেউতা আহি মোক ভুল স্বীকাৰ কৰিবলৈ ক’লে, আত্মশুদ্ধিৰ বাবে মই নামঘৰত তামোল পাণ দি সেৱা কৰিমঃ এপিচিচিৰ সভাপতি ভূপেন বৰা

editor by editor
July 28, 2023
in অসম, ৰাজনীতি
0
কালি সপোনত ককাদেউতা আহি মোক ভুল স্বীকাৰ কৰিবলৈ ক’লে, আত্মশুদ্ধিৰ বাবে মই নামঘৰত তামোল পাণ দি সেৱা কৰিমঃ এপিচিচিৰ সভাপতি ভূপেন বৰা
0
SHARES
67
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৃহস্পতিবাৰে মহাভাৰত, ৰুক্মিনী-কৃষ্ণৰ প্ৰেম লাভ জেহাদ বুলি কোৱাটো ভুল হ’ল বুলি স্বীকাৰ কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই। এই সন্দৰ্ভত ভূপেন বৰাই কয়, ‘মহাভাৰতৰ সন্দৰ্ভত যি কথা কৈছিলো সেই খিনিৰ পাছত ৰাতি সপোনত মোৰ ককাঁদেউতা আহিছিল। ককাই ক’লে, ‘তই দুবছৰৰ এপিচিচিৰ সভাপতি হিচাপে আছ, তই দুবছৰত দুটা অলাগতীয়াল কথা কৈছ। তই পুৱাই গৈ নামঘৰত সেৱা জনাই আহিবি। তোক মই যিটো প্ৰাৰ্থনা শিকাইছিলো সেই প্ৰাৰ্থনাটো গাই আহিবি। মই সেই প্ৰাৰ্থনাটোৱেই পুৱা আজি ককাই উপহাৰ দিয়া থাপনাখনত সেই প্ৰাৰ্থনা কৰিছো।’

ইয়াৰোপৰি ভূপেন বৰাই কয়, ‘যিসকলে মোক নামঘৰ যোৱাত বাধা দিব লাগে কৈছে তেওঁলোকে মুখ্যমন্ত্ৰীক আৰ্জি দিয়ক যে, ভূপেন বৰাক এনকাউণ্টাৰ কৰক। মই নামঘৰ নোযোৱাকৈ থকাতকৈ এনকাউণ্টাৰ ভালপাম। গ্ৰেপ্তাৰত মোৰ সহযোগিতা আছে কিন্তু নামঘৰ নোযোৱাকৈ থাকিব নোৱাৰিম। মোৰ জীৱনৰ শেষ সময়ছোৱা মই নামঘৰৰ পাঠক হৈ থাকিম ভাৱিছো। মই লখিমপুৰত লাখ লাখ টকা খৰচ কৰি নামঘৰ এটা বনাই আছো। ৰাজনীতি বাদ দিলে মই পাঠক হম। কংগ্ৰেছ দলৰ আন সদস্যসকলে কয় মোক পাঠক হ’লে শুৱাই। মোক নামঘৰ যোৱা বন্ধ কৰিলে এনকাউণ্টাৰ হ’লে মোৰ ঘৰৰ মানুহেও কোনো কেছ মোকৰ্দমা নকৰে। মই বাপসকলৰ ওচৰতহে ক্ষমা বিচাৰিছো। বিজেপিয়ে কি কৈছে সেই বিষয় লৈ মোৰ একো নাই, কিন্তু মই আধ্যাত্মিক পৰিবেশত থাকি ভালপাওঁ। ককাদেউতা আহি মোক সপোনত দেখা দিয়া বাবে মই আজি বাপসকলৰ ওচৰত ক্ষমা বিচাৰি প্ৰাৰ্থনাভাগ গাইছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!
বিশ্ব

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

August 18, 2026
Next Post
মৃত্যুকো শিল্পৰ আকাৰ দি জীৱনৰ কঠিন শিলত আঁকিব খোজা কবি হীৰেন ভট্টাচাৰ্যৰ আজি ওপজা দিন

মৃত্যুকো শিল্পৰ আকাৰ দি জীৱনৰ কঠিন শিলত আঁকিব খোজা কবি হীৰেন ভট্টাচাৰ্যৰ আজি ওপজা দিন

ভাগ্যৰ চকৰি কেতিয়া কেনেকৈ ঘূৰে কোনে জানে! ২৫০টকাৰ লটাৰী টিকট কাটি লাভ কৰিলে ১০ কোটি টকা

ভাগ্যৰ চকৰি কেতিয়া কেনেকৈ ঘূৰে কোনে জানে! ২৫০টকাৰ লটাৰী টিকট কাটি লাভ কৰিলে ১০ কোটি টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.