• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোগলৰ পৰাক্ৰমৰ কাহিনী নথকা ইতিহাস পঢ়ি নতুন প্ৰজন্মই জানিবনে লাচিতৰ বীৰত্বৰ কাহিনী? সবিশেষ…

মোগলৰ পৰাক্ৰমৰ কাহিনী নথকা ইতিহাস পঢ়ি নতুন প্ৰজন্মই জানিবনে লাচিতৰ বীৰত্বৰ কাহিনী? সবিশেষ…

3 years ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

7 minutes ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

1 hour ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

1 hour ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

2 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

4 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

4 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

5 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

6 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

19 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

19 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

19 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মোগলৰ পৰাক্ৰমৰ কাহিনী নথকা ইতিহাস পঢ়ি নতুন প্ৰজন্মই জানিবনে লাচিতৰ বীৰত্বৰ কাহিনী? সবিশেষ…

editor by editor
April 5, 2023
in অসম, ভাৰত, লেখা, শিক্ষা
0
মোগলৰ পৰাক্ৰমৰ কাহিনী নথকা ইতিহাস পঢ়ি নতুন প্ৰজন্মই জানিবনে লাচিতৰ বীৰত্বৰ কাহিনী? সবিশেষ…
0
SHARES
311
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এতিয়াৰে পৰা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ নাপাব মোগলৰ ইতিহাস। পাঠ্যপুথিৰ পৰা উঠাই লোৱা হৈছে মোগলৰ ইতিহাস। আগন্তুক সময়ত নৱপ্ৰজন্মই নাজানিব কোন আছিল মোগল! পৰাক্ৰমী বীৰ লাচিত বৰফুকনে কাৰ সৈতে যুঁজিছিল? কিয় ইমান পৰাক্ৰমী বুলি লাচিত বৰফুকন পৰিচিত এই সকলোবোৰ কথাই নতুন প্ৰজন্মই নাজানিব।

নতুন পাঠ্যপুথি দেখা মাত্ৰকেই সচেতন মহলে কৈছে, ‘মোগলে ১৭ বাৰ অসম আক্ৰমণৰ কথাবোৰ সাধাৰণেই হ’ব কিয়নো মোগলৰ পৰাক্ৰমৰ কথা ক’তোৱেই নাথাকিব ভাৰতৰ ইতিহাসত। একপ্ৰকাৰে লাচিত বৰফুকনেও কোনো পৰাক্ৰমী বীৰৰ বিৰুদ্ধে যুঁজ দিয়া নাছিল বুলিয়েই ধাৰণা থাকিব নতুন প্ৰজন্মৰ মাজত! মোগলৰ সৈতে কৰা যুঁজৰ বাবেহে লাচিত পৰাক্ৰমী বীৰ আছিল, যদি মোগলৰ কোনো ইতিহাসেই ৰখা নহয় তেন্তে লাচিত বৰফুকনৰ বীৰত্বৰো কোনো প্ৰমাণ নাথাকিব দেশৰ ইতিহাসত।’

এম চি ই আৰ টি য়ে নতুন পাঠ্যপুথিৰ পৰা ইতিহাসৰ কেইবাটাও বিষয় আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈছে। নতুন শিক্ষানীতিৰ অধীনত ষষ্ঠ-দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিলৈ মোগলৰ প্ৰায় ৮০শতাংশ ইতিহাসেই মছি পেলোৱা হৈছে। দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিত নাথাকিব মোগল সাম্ৰাজ্যৰ কোনো অধ্যায়। একেদৰে একাদশ শ্ৰেণীৰ পৰা আঁতৰাই দিয়া হৈছে ইছলামিক ভূমি সভ্যতাৰ কাহিনী। দশম শ্ৰেণীৰ পাঠ্যপুথিত নাথাকিব গণতন্ত্ৰৰ বৈচিত্ৰতা, লোকপ্ৰিয় সংগ্ৰাম আৰু গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান বিষয়ক অধ্যায়।

ইয়াৰোপৰি ইমাৰ্জেন্সিক কেন্দ্ৰ কৰি থকা সকলোবোৰেই কাটি পেলোৱা হৈছে পাঠ্যক্ৰমৰ পৰা। ইপিনে অটল বিহাৰী বাজপেয়ীয়ে ৰাজধৰ্ম পালনৰ নিৰ্দেশ সম্পৰ্কীয় লেখাটোও পাঠক্ৰমৰ পৰা উঠাই দিয়া হৈছে। অৰ্থাৎ ইতিহাসৰ পুনঃ নিৰ্মাণ কৰাৰ যি আৰম্ভণি সেয়া যেন আৰম্ভ হৈছে। ইতিহাস পুনঃনিৰ্মাণে শিক্ষাৰ্থীৰ জীৱনলৈ কেনে প্ৰভাৱ আনিব সেই বিষয়টোক লৈ শিক্ষাবিদসকল চিন্তিত হ’লেও নতুন শিক্ষানীতিত লোৱা এই সিদ্ধান্তক একাংশই আদৰি লোৱাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ
বিনোদন

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

September 6, 2026
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!
জীৱনশৈলী

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

September 6, 2026
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত
প্ৰযুক্তি

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

September 6, 2026
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট
বিনোদন

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

September 6, 2026
Next Post
‘মই পাগল, মই বলীয়া, মই একোতে আধা নহয়, মই ফুল পাগল’, নিজকে পাগল আখ্যা বিধায়ক ৰূপজ্যোতিৰ, কিন্তু কিয়?

'মই পাগল, মই বলীয়া, মই একোতে আধা নহয়, মই ফুল পাগল’, নিজকে পাগল আখ্যা বিধায়ক ৰূপজ্যোতিৰ, কিন্তু কিয়?

বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী…প্ৰমাণ চাওক, ধুনীয়া সেউজীয়াৰে ঢকা ভৰলু নদী

বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী...প্ৰমাণ চাওক, ধুনীয়া সেউজীয়াৰে ঢকা ভৰলু নদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.