• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যদিহে আপুনি ডায়বেটিছৰ পৰা বাছি থাকিব বিচাৰে, তেন্তে কৰক এইকেইটা কাম

3 years ago
৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

5 hours ago
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

6 hours ago
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

7 hours ago
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

8 hours ago
মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

9 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

10 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

যদিহে আপুনি ডায়বেটিছৰ পৰা বাছি থাকিব বিচাৰে, তেন্তে কৰক এইকেইটা কাম

editor by editor
May 24, 2023
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
যদিহে আপুনি ডায়বেটিছৰ পৰা বাছি থাকিব বিচাৰে, তেন্তে কৰক এইকেইটা কাম
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ যদিহে আপুনি ডায়বেটিছৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নতুবা বাছি থাকিব বিচাৰে তেন্তে চিকিত্সকৰ ওচৰলৈ নগ’লেও হ’ব। মাত্ৰ দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইকেইবিধ খাদ্য। দৈনিক খাদ্য তালিকাত এইকেইবিধ ফল অন্তৰ্ভুক্ত কৰি সেৱন কৰক, আৰু সম্ভাব্য বেমাৰৰ পৰা হাত সাৰি থাকক।

বৰ্তমান প্ৰত্যেক লোকৰে জীৱনশৈলী আৰু খাদ্যাভাস যথেষ্ট অবৈজ্ঞানিক। দৈনন্দিন কৰ্মব্যস্ততাৰ ফলত মানুহৰ খোৱা-বোৱাৰ সময়সূচীৰ কোনো নাথাকে। যাৰ ফলত নানাধৰণৰ বেমাৰ-আজাৰে দেখা দিয়ে।

কিন্তু, আপুনি যদি ডায়বেটিছ আদি বেমাৰৰ পৰা হাত সাৰি থাকিব বিচাৰে, তেন্তে দৈনিক খোৱা কৰক এই চাৰিবিধ ফল।

১) জামুঃ আপুনি যদিহে ডায়বেটিছৰ চিকাৰ হৈছে আৰু ভৱিষ্যতে ইয়াৰ পৰা কিছু সকাহ পাব বিচাৰে, তেন্তে আপুনি জামু নিশ্চিন্তমনে সেৱন কৰিব পাৰে। ইয়াত ৮২ শতাংশ পানী পোৱা যায়, যিটো শৰীৰৰ বাবে যথেষ্ট উপকাৰী। লগতে জামুত শৰ্কৰাৰ পৰিমাণো কম থাকে, গতিকে ডায়বেটিছত ভুগি থকা যিকোনো ব্যক্তিয়ে বিনাদ্বিধাই ইয়াক সেৱন কৰিব পাৰে।

২) নাচপতিঃ ভিটামিন চি, ই আৰু কে যুক্ত ফল নাচপতি যিকোনো ডায়বেটিছ ৰোগীয়ে সেৱন কৰিব পাৰে। ইয়াত আয়ৰণ, পটাছিয়াম, কেলছিয়াম আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে লাভ কৰা যায়। যিসমূহ ডায়বেটিছ ৰোগীৰ বাবে যথেষ্ট উপকাৰী।

৩) আপেলঃ প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু এণ্টি-অক্সিডেণ্ট যুক্ত আপেল ডাইবেটিছ ৰোগীয়ে নিশ্চিন্ত মনে সেৱন কৰিব পাৰে। এই ফল সেৱনৰ ফলত শৰীৰত ব্লাড ছুগাৰ নিয়ন্ত্ৰিত অৱস্থাত থাকে।

৪) কিৱিঃ হাই ফাইবাৰযুক্ত কিৱি ফলো ডায়বেটিছ ৰোগীৰ বাবে যথেষ্ট উপকাৰী। এইবিধ ফল সেৱনৰ ফলতো দেহত ব্লাড ছুগাৰ নিয়ন্ত্ৰিত অৱস্থাত থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?
ক্ৰীড়া

June 2, 2026
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ
জীৱনশৈলী

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

June 2, 2026
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে
জীৱনশৈলী

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

June 2, 2026
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?
জীৱনশৈলী

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

June 2, 2026
Next Post
সপোন পূৰ হোৱাৰ দিশে ৰাজ্যৰ নিবনুৱাৰ

সপোন পূৰ হোৱাৰ দিশে ৰাজ্যৰ নিবনুৱাৰ

যৌৱন ধৰি ৰাখিব বিচাৰে নেকি? তেন্তে কৰক এইকেইটা কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন