• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌন আতিশায্য চলোৱাই নহয় গৰ্ভপাতৰ বাবেও বাধ্য কৰাইছিল প্ৰেয়সীক! নেট দুনীয়াত আকৌ ভাইৰেল বাবৰ আজমৰ ব্যক্তিগত বহু কাহিনী…

যৌন আতিশায্য চলোৱাই নহয় গৰ্ভপাতৰ বাবেও বাধ্য কৰাইছিল প্ৰেয়সীক! নেট দুনীয়াত আকৌ ভাইৰেল বাবৰ আজমৰ ব্যক্তিগত বহু কাহিনী…

4 years ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

1 hour ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

2 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

2 hours ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

3 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

4 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

4 hours ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

5 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

6 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

6 hours ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

7 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

8 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

যৌন আতিশায্য চলোৱাই নহয় গৰ্ভপাতৰ বাবেও বাধ্য কৰাইছিল প্ৰেয়সীক! নেট দুনীয়াত আকৌ ভাইৰেল বাবৰ আজমৰ ব্যক্তিগত বহু কাহিনী…

editor by editor
November 13, 2022
in ক্ৰীড়া, বিশ্ব
0
যৌন আতিশায্য চলোৱাই নহয় গৰ্ভপাতৰ বাবেও বাধ্য কৰাইছিল প্ৰেয়সীক! নেট দুনীয়াত আকৌ ভাইৰেল বাবৰ আজমৰ ব্যক্তিগত বহু কাহিনী…
0
SHARES
8.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি মেলবৰ্ণৰ পৰা কোন দেশে নিব আইচিচি ট্ৰফী? পাকিস্তান নে ইংলেণ্ড? বাবৰ আজমৰ দেশেই নিব এইবাৰ বিশ্বকাপৰ ট্ৰফী বুলি বহু ক্ৰিকেট সমালোচকে সম্ভাৱনা ব্যক্ত কৰিছে। ১৯৯২ চনৰ পুনৰাবৃত্তি ঘটিছে চলিত বিশ্বকাপচত বুলি বহুতেই দাবীও কৰিছে। ক্ৰিকেট দুনীয়ত বহুতৰে আইকন হৈ পৰিছে বাবৰ আজম। বাবৰ আজম এগৰাকী জনপ্ৰিয় খেলুৱৈ হিচাপে সৰ্বত্ৰতে পৰিচিতও হৈ পৰিছে। পাক ক্ৰিকেটাৰগৰাকী জীৱনৰ সফল অধ্যায় যেনেদৰে সকলোৰে জ্ঞাত তেনেদৰে বহুকেইটা ক’লা অধ্যায়ৰ বাবেও বাবৰ আজম জনপ্ৰিয়। বাবৰে বিতৰ্কৰ উত্তৰ খেলেৰেই দি আহিছে যদিও বাবৰৰ এই ক’লা অধ্যায়ে বহুতকেই প্ৰিয় খেলুৱৈগৰাকীৰ এই আচৰণ কিয় বুলি প্ৰশ্নও কৰে।

বাবৰৰ ক’লা অধ্যায়ৰ সৈতে সংপৃক্ত কোন?

পাকিস্তান দলটোৰ অধিনায়ক বাবৰ আজমৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছিল এগৰাকী তৰুণীয়ে। ‘ডেইলী পাকিস্তানত’ তৰুণীগৰাকীৰ এটা সাক্ষাৎকাৰ পুনৰবাৰ ভাইৰেল হৈছে নেট দুনীয়াত। ২০২০ চনৰ ডিচেম্বৰ মাহত ডেইলী পাকিস্তানৰ মজিয়াত সাক্ষাৎকাৰ দিয়া তৰুণীগৰাকী আছিল বাবৰৰ প্ৰেয়সী। সাক্ষাৎকাৰটো লোৱাৰ কিছুদিন পূৰ্বেই বাবৰ আৰু তেওঁৰ প্ৰেয়সী হামিজা মুখতাৰৰ বিচ্ছেদ হৈছিল। দহ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকা বাবৰে প্ৰত্যেকদিনেই যৌন আতিশায্য চলাইছিল হামিজাক। দহ বছৰ ধৰি বাবৰে বিবাহ কৰোমাম কৰোৱাম বুলি হামিজাৰ সৈতে লিভ ইন ৰিলেশ্বনচিপতো আছিল। হামিজা সন্তানসম্ভৱা হওঁতেই বাবৰে দেখুওৱালে আচল ৰূপ। বলপূৰ্বকভাৱে হামিজাক গৰ্ভপাত কৰাবলৈ বাধ্য কৰোৱাইছিল বাবৰে।

উল্লেখ্য যে হামিজাৰ অভিযোগ অনুসৰি, টকাৰ বিনিময়ত হামিজাৰ মুখ বন্ধ ৰাখিছিল বাবৰে। আনকি বাবৰে তেওঁৰ পিতৃকো ভাবুকি প্ৰদান কৰিছিল। কিন্তু সকলো অভিযোগ এদিন নাটকীয়ভাৱে তুলি লয় হামিজাই। হামিজাই আকৌ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে, তেওঁ যি কৈছিল এয়া সত্য নহয়। বাবৰৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। পাক ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে অনা অভিযোগৰ কোনো প্ৰমাণ কোনোৱে উলিয়াব নোৱাৰিলে বাবে এই বিষয়টো সিমানতেই অন্ত পৰে। বিতৰ্কমুক্ত হ’ল বাবৰ। ইয়াৰ পাছতেই ভনীয়েকৰ সৈতেই সম্পৰ্ক ৰখাৰ কথা একাংশ মাধ্যমত প্ৰচাৰ হৈছিল যদিও শেষত সেই কথাৰো কোনো উচিত প্ৰমাণ কোনোৱে দাখিল কৰিব নোৱাৰিলে। বাৰে বাৰে বিতৰ্কত সোমাই পৰিলেও পাক অধিনায়কগৰাকীৰ খেলত দেখুওৱা পাৰফৰ্মেন্সৰ সলাগ সকলোৱে লোৱা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ
জীৱনশৈলী

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

May 19, 2026
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?
ক্ৰীড়া

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

May 19, 2026
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?
জীৱনশৈলী

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

May 18, 2026
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা
জীৱনশৈলী

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

May 18, 2026
Next Post
২০২৩ত পৃথিৱী মুখামুখি হ’ব এই সংকটৰ! নষ্ট্ৰাডামুছৰ এই ৫ ভৱিষ্যতবাণীয়ে কঢ়িয়াইছে অশনি সংকেত…

২০২৩ত পৃথিৱী মুখামুখি হ’ব এই সংকটৰ! নষ্ট্ৰাডামুছৰ এই ৫ ভৱিষ্যতবাণীয়ে কঢ়িয়াইছে অশনি সংকেত...

শৰীৰৰ ওজন দিনে দিনে কমিছে, নিক জ’নাছ আক্ৰান্ত হৈছে এই ভয়াৱহ ৰোগত?

শৰীৰৰ ওজন দিনে দিনে কমিছে, নিক জ’নাছ আক্ৰান্ত হৈছে এই ভয়াৱহ ৰোগত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.