অসম লাইভ ২৪ঃ লাডাখৰ পৰা উভতি গ’ল চীনা সেনা। লাডাখৰ পৰা চীনা সেনা পিছুৱাই যোৱাৰ প্ৰথমটো ভিডিঅ’ বৃহস্পতিবাৰে সদনত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে সদৰী কৰে। লাডাখৰ পেংগগ হ্ৰদৰ পাৰৰ পৰা উভতি গ’ল চীনা সেনাবাহিনীৰ PLA টেংক। প্ৰায় এক বছৰ ধৰি চলি থকা সংঘাতৰ যেন অন্ত পৰিল। সংঘাত দূৰীকৰণৰ বাবে অনুষ্ঠিত হ’ল দ্বিপাক্ষিক বৈঠক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ