• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

7 months ago
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

6 hours ago
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

7 hours ago
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

9 hours ago
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

10 hours ago
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

11 hours ago
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

12 hours ago
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

1 day ago
এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

editor by editor
April 14, 2025
in জীৱনশৈলী
0
HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰ সপোনৰ ঘৰ নিৰ্মাণ কৰি তোলাৰ বাবে বহুতৰেই প্রধান ভৰসা হৈছে বেংকৰ হোম লোন৷ বিভিন্ন বেংকে বিভিন্ন সুদৰ হাৰত হোম লোন অফাৰ কৰে৷ HDFC বেংকৰ পৰা যদি কোনোৱে ২০ বছৰৰ বাবে ২৮লাখ টকাৰ হোম লোন ল’ব খোজে তেন্তে ব্যক্তিগৰাকীৰ মাহিলী ইনকাম কিমান হোৱাটো জৰুৰী? আৰু ব্যক্তিজনে মাহিলী কিমান টকা EMI বেংকক দিব লাগিব?

যেতিয়া কোনো বেংকত হোম লোনৰ বাবে আৱেদন কৰা হয় তেতিয়া ,এই বেংকৰ তৰফৰ পৰা গ্ৰাহকৰ আৰ্থিক ক্ষমতা, আয়ৰ উৎস ইত্যাদিৰ দৰে বিভিন্ন দিশ বিবেচনা কৰিয়ে এই লোন দিয়া হয়৷ যদি কোনো বেংকত হোম লোনৰ বাবে আবেদন কৰে তেন্তে ব্যক্তিজনৰ আৰ্থিক অৱস্থাৰ সৈতে ঋণগ্ৰহীতাৰ বয়সেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ প্ৰকৃততে গ্ৰাহকৰ বয়সৰ ওপৰত বহু ক্ষেত্ৰতেই হোম লোন পৰিশোধৰ সময়কাল নিৰ্ভৰ কৰে৷ আৰু যদি কোনো পুৰণি লোন পৰিশোধ কৰাৰ সৈতে নতুন হোম লোনৰ বাবে এপ্লাই কৰে তেন্তে বেংকৰ তৰফৰ পৰা সেই পুৰণি ঋণৰ বিভিন্ন দিশো পুনৰ চোৱা হয়৷ অৰ্থাৎ বেংকে হোম লোন দিয়াৰ পূৰ্বে সংশ্লিষ্ট গ্ৰাহকৰ এয়া পৰিশোধ কৰাৰ ক্ষমতা আছেনে সেয়া চাইহে ঋণ দিয়ে৷

HDFC বেংকৰ পৰা যদি কোনোৱে ২০ বছৰৰ বাবে ২৮লাখ টকাৰ ঋণ লয় তেন্তে তেওঁ প্ৰতিমানে EMI কিমানকৈ দিব লাগিব? HDFC  বেংকৰ কেলকুলেটৰ অনুসৰি গ্ৰাহকৰ যদি পূৰ্বে কোনো ঋণৰ ইতিহাস নাথাকে তেন্তে তেওঁলোকে ২০ বছৰৰ বাবে ২৮লাখৰ ঋণত ৮.৭৫% সুদৰ হাৰত হোম লোন পাব পাৰে৷ অৰ্থাৎ HDFC বেংকৰ হোম লোনৰ কেলকুলেটৰ অনুসৰি কোনোৱে যদি বছৰত ৮.৭৫% হাৰত ২০ বছৰৰ বাবে ২৮লাখৰ ঋণ লয় তেতিয়া তেওঁ মাহিলী কমেও ৫১,১০০ আয় কৰিব লাগিব৷ ইয়াৰোপৰি বেংকক তেওঁ EMIত ২৫,০৫০ টকা মাহিলী দিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?
জীৱনশৈলী

November 12, 2025
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?
জীৱনশৈলী

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

November 12, 2025
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?
জীৱনশৈলী

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

November 12, 2025
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?
জীৱনশৈলী

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

November 12, 2025
Next Post
আয় উন্নতি নাই, অনাটনত জৰ্জৰিত? ভুল দিশত ঘৰৰ ছিৰি বনাই থোৱা নাইতো? জানি থওক বাস্তুশাস্ত্ৰই কি কয়?

আজি পহিলা ব’হাগ, বছৰৰ প্ৰথম মাহত সৌভাগ্য তুংগত থাকিব এই ৪ৰাশিৰ জাতক-জাতিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন