• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

3 years ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

48 minutes ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

1 hour ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

2 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

3 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

4 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

5 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

5 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

6 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

6 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

7 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

7 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

editor by editor
July 17, 2023
in জীৱনশৈলী, বিবিধ
0
শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ
0
SHARES
7.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৮ জুলাইৰ পৰা আৰম্ভ হ’ব শাওন মাহ। পঞ্জিকা অনুসৰি এই বছৰ শাওন মাহ বিশেষ। কাৰণ এইবাৰ শাওন মাহ মলমাহ পৰিছে। শাওন মাহত নিয়মিত শিৱলিংগত পানী ঢলা, বেলপাত, ধতুৰা, ভাং, আকন্দ ফুল, গাখীৰ, দৈ, মৌ আদি নিবেদন কৰিব পাৰে। এইধৰণে শিৱক অৰ্পণ কৰিলে পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পায়। এনেকৈ পানী ঢালিলে জীৱনত প্ৰচুৰ উন্নতি হয়।

শাওন মাহৰ উপৰিও অন্যান্য সময়ত শিৱলিংগত জলাভিষেক কৰিলে বিশেষ সুফল পোৱা যায়। শিৱ লিংগত জলাভিষেক কৰাৰ পাছত সেই পানী আঙুলিৰে তুলি শৰীৰত ঘঁহিলে শনি, ৰাহু, কেতুসহ অন্যান্য গ্ৰহৰ পৰিস্থিতি মজবুত হয়। ইয়াৰোপৰি ব্যক্তি এগৰাকীয়ে সুখ-সমৃদ্ধি আৰু সৌভাগ্য লাভ কৰিবলৈ হ’লে শৰীৰৰ কেইটামান অংগত এই জলাভিষেকৰ পানী লগাব পাৰে।

শৰীৰৰ কোন তিনিটা অংগত এই পানী লগালে সমৃদ্ধি আহে?
শাওন মাহ আৰু অন্যান্য সময়ত শিৱলিংগত অৰ্পণ কৰা পানী শৰীৰত ল’ব পাৰে। শিৱ পুৰাণ অনুসৰি শিৱলিংগত পানী অৰ্পণ কৰাৰ পাছত আঙুলিৰে সেই পানী স্পৰ্শ কৰি চকু, মুখ, মুৰ আৰু কণ্ঠত লগাবলৈ নাপাহৰিব।

শিৱলিংগত নিবেদন কৰা পানী শৰীৰত লগালে কি লাভ হয়?

শিৱপুৰাণ অনুযায়ী শৰীৰৰ তিনিটা অংগ চকু, মুৰ আৰু কণ্ঠ অত্যন্ত জৰুৰী। এই তিনিটা অংগত শিৱলিংগত ঢলা লগালে সাফল্য লাভ কৰাৰ লগতে সমাজত তেঁওৰ মান সন্মান বৃদ্ধি পায়। ইয়াৰোপৰি ধনো বাঢ়ে ব্যক্তিজনৰ ঘৰত। জ্যোতিষ শাস্ত্ৰমতে গ্ৰহৰ ৰজা হৈছে সূৰ্য। চকু আৰু তেজত মঙ্গলৰ প্ৰভাৱ থাকে। জীভা, দাঁতত বুধ আৰু মুৰৰ ওপৰত থাকে ৰাহুৰ প্ৰভাৱ। কণ্ঠত থাকে কেতুৰ প্রভাৱ। সেয়ে এইকেইটা অংগত জলাভিষেকৰ পানী লগালে সুফল পোৱা যায়।

শিৱলিংগত কেনেকৈ পানী ঢালিব?
শিৱলিংগত পানী ঢলাৰ কিছুমান বিশেষ নিয়ম আছে। শাস্ত্ৰমতে উত্তৰফালে মুখ কৰি শিৱলিংগত পানী অৰ্পণ কৰা উচিত। তাম, কাঁহ আৰু ৰূপৰ পাত্ৰৰে পানী ঢালিব লাগে। শিৱলিংগত পানী ঢলাৰ পাছতেই গণেশক আৰু কাৰ্তিকক পানী ঢালিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ
জীৱনশৈলী

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

July 10, 2026
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?
প্ৰযুক্তি

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

July 10, 2026
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?
বিনোদন

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

July 10, 2026
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক
বাণিজ্য

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

July 10, 2026
Next Post
কেদাৰনাথ-বদ্ৰীনাথত সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ল ফটো-ৰীল! মন্দিৰ কৰ্তৃপক্ষই ক’লে এইকেইটা শাস্তি হ’ব ৰীল বনোৱা তীৰ্থযাত্ৰীৰ

কেদাৰনাথ-বদ্ৰীনাথত সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ল ফটো-ৰীল! মন্দিৰ কৰ্তৃপক্ষই ক’লে এইকেইটা শাস্তি হ’ব ৰীল বনোৱা তীৰ্থযাত্ৰীৰ

পাকিস্তানত দুৰ্বৃত্তই ভাঙিলে ১৫০বছৰীয়া হিন্দু মন্দিৰ! আৰক্ষীৰ পহৰাদাৰীতেই নিশাই ধ্বংসস্তুপত পৰিণত হ’ল মাৰী মাতা মন্দিৰ

পাকিস্তানত দুৰ্বৃত্তই ভাঙিলে ১৫০বছৰীয়া হিন্দু মন্দিৰ! আৰক্ষীৰ পহৰাদাৰীতেই নিশাই ধ্বংসস্তুপত পৰিণত হ’ল মাৰী মাতা মন্দিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.