• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওন মাহত প্ৰতি সোমবাৰে উপবাসে থাকে? উপবাসত থাকোতে শৰীৰ ভালে ৰাখিবলৈ কি কি খাব কি কি নিয়ম মানি চলিব?

শাওন মাহত প্ৰতি সোমবাৰে উপবাসে থাকে? উপবাসত থাকোতে শৰীৰ ভালে ৰাখিবলৈ কি কি খাব কি কি নিয়ম মানি চলিব?

3 years ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

7 minutes ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

39 minutes ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

1 hour ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

2 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

2 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

3 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

5 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

5 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

6 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

7 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

শাওন মাহত প্ৰতি সোমবাৰে উপবাসে থাকে? উপবাসত থাকোতে শৰীৰ ভালে ৰাখিবলৈ কি কি খাব কি কি নিয়ম মানি চলিব?

editor by editor
July 11, 2023
in খাদ্য, জীৱনশৈলী
0
শাওন মাহত প্ৰতি সোমবাৰে উপবাসে থাকে? উপবাসত থাকোতে শৰীৰ ভালে ৰাখিবলৈ কি কি খাব কি কি নিয়ম মানি চলিব?
0
SHARES
7.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শাওন মাহৰ সোমবাৰসমূহত প্ৰায়সংখ্যক হিন্দু লোকেই উপবাসে থাকে। শাওন মাহত শিৱ লিংগত পানী ঢালিলে মংগল হয় বুলি বহুতৰেই ধাৰণা। শিৱ লিংগত পানী ঢলাই নহয়, বহুতেই উপবাসেও থাকে। উপবাসে থাকিলে ভগৱান শিৱ প্ৰসন্ন হয় বুলি লোকবিশ্বাস। কিন্তু উপবাস কৰিলে শৰীৰৰ বিশেষ যত্ন ৰখাটোও অতি জৰুৰী। উপবাসে থাকোতে শৰীৰৰ যত্ন কেনেদৰে ল’ব?

উপবাসে থাকোতে কি কি খাব পাৰে?
উপবাসে থাকোতে বহুতেই বিভিন্ন ফল সেৱন কৰে। খাদ্যৰ তালিকাত নাৰিকল, কাজু, বাদাম, আলমণ্ড, খেজুৰ, আখৰোট ৰাখিব পাৰে। উপবাসে থাকোতে কাহানিও একেবাৰে খালী পেটত থাকিব নালাগে।

পানী খাই থাকিব
উপবাসে থাকোতে পানী খাই থকাটো অত্যন্ত জৰুৰী। পানী খাই থাকিলে শৰীৰ ডি-হাইড্ৰেট নহয়। ডি হাইড্ৰেছন হ’লে শৰীৰ দূৰ্বল হৈ পৰে। বাৰে বাৰে পানী খালে এই অসুবিধাৰ সন্মুখীন নহয়। উপবাসে থাকোতে পানীৰ উপৰিও পনীয়া খাদ্য যেনে গাখীৰ, ঘোল আদিও খাব পাৰে। ডাবৰ পানীও খাব পাৰে।

ভুলতো ৰসগোল্লা আদি নাখাব
উপবাসৰ সময়ত ভুলতো ৰসগোল্লা নাখাব। খালী পেটত মিঠা খালে ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়। উপবাসৰ সময়ত মিঠা খাবলৈ খুব ইচ্ছা হ’লে খেজুৰ খাব পাৰে।

ভজা-পুৰা খাদ্য এৰাই চলক
উপবাসে থকাৰ পিছত নিশা কাহানিও অত্যাধিক জ্বলা-মছালাজাতীয় খাদ্য গ্ৰহণ নকৰিব। দিনটো শৰীৰে পৰ্যাপ্ত পানী বা খাদ্য নাপায় তাৰপিছত হঠাৎ অতিৰিক্ত তেল মছলাজাতীয় খাদ্য খালে শৰীৰত প্ৰভাৱ পৰে। শৰীৰে অস্বস্তিবোধ কৰে। উপবাস ভঙাৰ পাছত সদায় লঘূ আহাৰহে খাব লাগে।

পৰ্যাপ্ত টোপনি
উপবাসে থাকিলে পৰ্যাপ্ত টোপনিৰ দিশটোত নজৰ দিব। নিশা কমেও ৭-৮ ঘণ্টা সময় টোপনিৰ প্ৰয়োজন। টোপনি সম্পূৰ্ণ হ’লে শৰীৰ ভালে থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক
জীৱনশৈলী

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

August 31, 2026
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক
জীৱনশৈলী

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

August 31, 2026
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম
জীৱনশৈলী

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

August 31, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

August 31, 2026
Next Post
নেপালত আকৌ হেলিকপ্টাৰ দুৰ্ঘটনা! মাউন্ট এভাৰেষ্টৰ কাষতেই উদ্ধাৰ হ’ল ৬যাত্ৰীৰ মৃতদেহ

নেপালত আকৌ হেলিকপ্টাৰ দুৰ্ঘটনা! মাউন্ট এভাৰেষ্টৰ কাষতেই উদ্ধাৰ হ’ল ৬যাত্ৰীৰ মৃতদেহ

চন্দ্ৰযান-৩ৰ বাবে ইছৰোই যন্ত্ৰ ক্ৰয় কৰিছে বেচৰকাৰী সংস্থাৰ পৰা, নেপথ্যত কোন এই বিখ্যাত কোম্পানী? চন্দ্ৰৰ বুকুলৈ কেতিয়া যাব চন্দ্ৰযান-৩?

চন্দ্ৰযান-৩ৰ বাবে ইছৰোই যন্ত্ৰ ক্ৰয় কৰিছে বেচৰকাৰী সংস্থাৰ পৰা, নেপথ্যত কোন এই বিখ্যাত কোম্পানী? চন্দ্ৰৰ বুকুলৈ কেতিয়া যাব চন্দ্ৰযান-৩?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.