• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংস্কৃতি কেৱল বিহুনাচেৰেই জানো জীয়াই থাকিব! অজিত গগৈয়ে নিজগৃহত সংৰক্ষণ কৰি থৈছে হেৰাই যোৱা ১০৩ বিধ আপুৰুগীয়া বাদ্যযন্ত্ৰ

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সংস্কৃতি কেৱল বিহুনাচেৰেই জানো জীয়াই থাকিব! অজিত গগৈয়ে নিজগৃহত সংৰক্ষণ কৰি থৈছে হেৰাই যোৱা ১০৩ বিধ আপুৰুগীয়া বাদ্যযন্ত্ৰ

editor by editor
March 25, 2023
in অসম, জীৱনশৈলী
0
সংস্কৃতি কেৱল বিহুনাচেৰেই জানো জীয়াই থাকিব! অজিত গগৈয়ে নিজগৃহত সংৰক্ষণ কৰি থৈছে হেৰাই যোৱা ১০৩ বিধ আপুৰুগীয়া বাদ্যযন্ত্ৰ
0
SHARES
804
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিজ গৃহতে ১০৩ বিধ বাদ্যযন্ত্ৰ সংৰক্ষণ কৰি চৰ্চাত চৰাইদেউৰ অজিত গগৈ। অসমীয়া লোক সংস্কৃতিৰ পৰা প্ৰায় বিলুপ্ত হোৱা ১০৩ বিধ আপুৰুগীয়া বাদ্যযন্ত্ৰ নিজ গৃহতে সংৰক্ষণ কৰিছে চৰাইদেউৰ ভোগবাৰি গাঁৱৰ অজিত গগৈ নামৰ লোকজনে। জলকাহ, টেং টেং,আনন্দ লহৰী, খনজুৰি, জয় ঢোল, ৰামতাল,আদিকে কৰি ১০৩ বিধ অসমীয়া লোক সংস্কৃতিৰ বাদ্যযন্ত্ৰ সংৰক্ষণ কৰাৰ লগতে সুন্দৰ ভাৱে পৰিবেশন কৰে ওজা অজিত গগৈয়ে। অসম ঢুলীয়া শিল্পী সন্মিলনৰ প্ৰধান সম্পাদকৰ দৰে গধুৰ দায়িত্ব পালন কৰিও অজিত গগৈয়ে সংৰক্ষণ কৰিছে এই সমূহ আপুৰুগীয়া সম্পদ।

লক্ষ্য বিশ্ব দৰবাৰত অসমৰ এই লুপ্তপ্ৰায় আপুৰুগীয়া বাদ্যযন্ত্ৰ সমূহ চিনাকি কৰি দিয়াৰ,যাৰ বাবে অজিত গগৈক লাগে চৰকাৰৰ কিছু সদিচ্ছা। বাদ্যযন্ত্ৰ সংৰক্ষণৰ ওপৰিও অজিত গগৈয়ে অসমৰ বিভিন্ন প্ৰান্তত ঢোলৰ প্ৰশিক্ষণ প্ৰদান কৰে। নিজৰ বাসগৃহটো অজিত গগৈয়ে ঢোলৰ লগতে বিলুপ্তপ্ৰায় এই বাদ্যযন্ত্ৰ সমূহ বজোৱাৰ শিক্ষা প্ৰদান কৰে। অনাগত দিনত অসমীয়া লোক সংস্কৃতিৰ লগত জড়িত আৰু দহ বিধ বাদ্যযন্ত্ৰ সংৰক্ষণ কৰাৰ কথা জনাই অজিত গগৈয়ে।প্ৰায় ১১৩ বিধ বাদ্যযন্ত্ৰ সংৰক্ষণ কৰি অনাগত দিনত বিশ্ববাসীৰ আগত চিনাকি কৰি দিয়াৰ সপোন পুহি ৰাখিছে অজিত গগৈয়ে, কিন্তু ইয়াৰ বাবে চৰকাৰী কিছু সাহায্যৰ প্ৰয়োজন। অজিত গগৈয়ে বিচাৰিছে চৰকাৰৰ অকণমান মনোযোগো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
‘নাটু নাটু’ৰে বিশ্ববাসীৰ চিনাকী ৰামচৰণে টুইটাৰত অনুসৰণ কৰে মাত্ৰ ৬ জন ব্যক্তিক, ৰামচৰণে ফ’ল কৰা এই ৬ ব্যক্তিৰ ব্যক্তিত্ব সঁচাকৈয়ে বিশেষ, কোন এই ৬ ব্যক্তি?

‘মিছেছ কোহলি’ মাতোতেই খঙত অগ্নিশৰ্মা হৈ পৰিল অনুষ্কা? কিন্তু কিয় খং উঠিল অনুষ্কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন