সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাৰ বাবে উত্তাল শিৱসাগৰ চহৰৰ মাজমজিয়া। দল-সংগঠন, স্থানীয় লোকৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। সত্যৰঞ্জন, গীত কামৰূপাক গ্ৰেপ্তাৰৰ দাবী। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী জঁপিয়াই পৰাৰ অভিযোগ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ