• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুদক্ষিণা শৰ্মা আৰু দিলীপ শৰ্মাৰ সুপুত্ৰ ঋষিৰাজ শৰ্মা আৰু নাই

সুদক্ষিণা শৰ্মা আৰু দিলীপ শৰ্মাৰ সুপুত্ৰ ঋষিৰাজ শৰ্মা আৰু নাই

3 years ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

4 minutes ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

48 minutes ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

1 hour ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

2 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

3 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

3 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

4 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

21 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

22 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

22 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

23 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সুদক্ষিণা শৰ্মা আৰু দিলীপ শৰ্মাৰ সুপুত্ৰ ঋষিৰাজ শৰ্মা আৰু নাই

editor by editor
May 7, 2023
in অসম, জীৱনশৈলী
0
সুদক্ষিণা শৰ্মা আৰু দিলীপ শৰ্মাৰ সুপুত্ৰ ঋষিৰাজ শৰ্মা আৰু নাই
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজ্যৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী ঋষিৰাজ শৰ্মা আৰু নাই। সংগীত শিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ সুপুত্ৰ ঋষিৰাজ শৰ্মাই আজি পুৱা গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত মৃত্যুক সাবটি লৈছে।

দীৰ্ঘদিন ধৰি বৃক্কৰোগত আক্ৰান্ত হৈ আছিল ঋষিৰাজ শৰ্মা। বহুদিনীয়া চিকিৎসাৰ অন্তত বৃক্ক সংৰোপন কৰাৰ পিছত তেওঁ কিছু পৰিমাণে সুস্থ হৈ উঠি শনিবাৰে হোটেল ৰেডিশ্বনত তেওঁ অনুষ্ঠানো পৰিৱেশন কৰিছিল। কিন্তু হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পুৱা ৭ বাজি ৩০ মিনিটত গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতাল ভৰ্তি কৰোৱা হয়। হাস্পতালতেই শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। কণ্ঠশিল্পীগৰাকী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বুলি চিকিৎসকে প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা
জীৱনশৈলী

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক
জীৱনশৈলী

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

September 4, 2026
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা
অসম

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

September 4, 2026
Next Post
আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সন্মুখত প্ৰদৰ্শিত অসম সন্তানে নিৰ্মাণ কৰা চুটি ছবি

আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সন্মুখত প্ৰদৰ্শিত অসম সন্তানে নিৰ্মাণ কৰা চুটি ছবি

কৰ্ণাটক নিৰ্বাচন ২০২৩: দক্ষিণত বিজেপিৰ একমাত্ৰ দুৰ্গ বচাবলৈ যুঁজ প্ৰধানমন্ত্ৰী মোডীৰ

কৰ্ণাটক নিৰ্বাচন ২০২৩: দক্ষিণত বিজেপিৰ একমাত্ৰ দুৰ্গ বচাবলৈ যুঁজ প্ৰধানমন্ত্ৰী মোডীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.