• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুস্থ সৱল সন্তান জন্ম দিবলৈ অন্তঃসত্ত্বা অৱস্থাত ৰামায়ণ পাঠ কৰক! অন্তঃসত্ত্বাক উপদেশ ৰাজ্যপালৰ

সুস্থ সৱল সন্তান জন্ম দিবলৈ অন্তঃসত্ত্বা অৱস্থাত ৰামায়ণ পাঠ কৰক! অন্তঃসত্ত্বাক উপদেশ ৰাজ্যপালৰ

3 years ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

2 hours ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

2 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

3 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

3 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

4 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

15 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

16 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

16 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

17 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

18 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

18 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুস্থ সৱল সন্তান জন্ম দিবলৈ অন্তঃসত্ত্বা অৱস্থাত ৰামায়ণ পাঠ কৰক! অন্তঃসত্ত্বাক উপদেশ ৰাজ্যপালৰ

editor by editor
June 12, 2023
in জীৱনশৈলী, ভাৰত
0
সুস্থ সৱল সন্তান জন্ম দিবলৈ অন্তঃসত্ত্বা অৱস্থাত ৰামায়ণ পাঠ কৰক! অন্তঃসত্ত্বাক উপদেশ ৰাজ্যপালৰ
0
SHARES
947
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অন্তঃসত্ত্বা মহিলাসকলক ৰামায়ণ পাঠ কৰাওক। মানসিক আৰু শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিবলৈ সন্তান গৰ্ভত থাকোতেই মাতৃয়ে ৰামায়ণ পাঠ কৰক। এই মন্তব্য তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সুন্দৰৰাজনৰ। দেওবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আয়োজন কৰা ‘গৰ্ভ সংস্কাৰ’ অনুষ্ঠানত যোগ দি এই মন্তব্য আগবঢ়াইছে তেলেংগানাৰ ৰাজ্যপালগৰাকীয়ে।

ৰাজ্যপালগৰাকীয়ে ভাষণত সন্তান সম্ভৱা মহিলাসকলে কি কি কৰা উচিত সেই সম্পৰ্কে ভাষণত উল্লেখ কৰিছে। মন্তব্যত ৰাজ্যপালগৰাকীয়ে অন্তঃসত্ত্বাসকলক ৰামায়ন পাঠ কৰিবলৈ পৰামৰ্শ দিছে। তামিলিছাই সুন্দৰৰাজন কেৱল এগৰাকী ৰাজ্যপালেই নহয়। তেওঁ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু ভ্ৰুণ থেৰাপিষ্টো।

উল্লেখ্য যে প্ৰাচীন ভাৰতীয় মহাকাব্য ৰামায়ণত মুঠ ৭টা খণ্ড আছে। ইয়াৰ মাজতেই সন্তানসম্ভৱা মহিলাসকলক সুন্দৰকাণ্ড পঢ়িবলৈ নিৰ্দেশ দিছে সুন্দৰৰাজনে। এই অংশটো ৰামায়ণৰ পঞ্চম অংশত আছে। সুন্দৰকাণ্ডত হনুমানৰ দুঃসাহসিক বিভিন্ন কামৰো বৰ্ণনা কৰা আছে। ইয়াৰোপৰি প্ৰভু ৰামৰ প্ৰতি নিষ্ঠা আৰু ভক্তিও ফুটাই ফুটি উঠিছে ৰামায়ণৰ সেই বিশেষ অংশত। ‘গাঁৱত আমি গৰ্ভৱতী মহিলাসকলৰ ৰামায়ণ, মহাভাৰত আৰু অন্যান্য মহাকাব্য পঢ়া দেখিছো। তামিলনাডুতো এই লোকবিশ্বাস আছে। অন্তঃসত্ত্বা অৱস্থাত ৰামায়ণ পঢ়িলে সুস্থ সন্তানৰ জন্ম দিয়ে। এই প্ৰমাণ আমি পাই আহিছো।’

ইয়াৰোপৰি ৰাজ্যপালগৰাকীয়ে অন্তঃসত্ত্বা মহিলাসকলক যোগভ্যাস কৰাৰো পৰামৰ্শ দিছে তেলেংগানাৰ ৰাজ্যপালে। তেওঁ এই সন্দৰ্ভত কয়, ‘সন্তান সম্ভৱা মহিলাসকলৰ স্বাস্থ্য ঠিকে ৰখাৰ বাবে যোগভ্যাস নিতান্তই প্ৰয়োজন। এনেকৈ মহিলাসকলে প্ৰাকৃতিকভাৱে সুস্থ সৱল সন্তান জন্ম দিয়ে। সন্তানক ভাল সংস্কাৰ দিবলৈ হ’লে মহাকাব্য জনাটো নিতান্তই প্ৰয়োজন।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি
বিশ্ব

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

July 13, 2026
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!
জীৱনশৈলী

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

July 13, 2026
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব
জীৱনশৈলী

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

July 13, 2026
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক
জীৱনশৈলী

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

July 12, 2026
Next Post
গোৱালপাৰাত বিজেপি নেত্ৰীৰ ৰহস্যজনক মৃত্যু!

গোৱালপাৰাত বিজেপি নেত্ৰীৰ ৰহস্যজনক মৃত্যু!

আকৌ অঘটন! খাৰঘূলিৰ পাছত ৰাজগড় লিংক ৰোডত পানীৰ পাইপ ফুটি কেইবাফুট উচ্চতালৈ উঠিল পানী

আকৌ অঘটন! খাৰঘূলিৰ পাছত ৰাজগড় লিংক ৰোডত পানীৰ পাইপ ফুটি কেইবাফুট উচ্চতালৈ উঠিল পানী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.