• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ কিঃমিঃ যাবলৈ খৰচ হ’ব মাত্ৰ ৭পইছা! দেশবাসীৰ বাবে বিশেষ বাহন মুকলি TATAৰ

১ কিঃমিঃ যাবলৈ খৰচ হ’ব মাত্ৰ ৭পইছা! দেশবাসীৰ বাবে বিশেষ বাহন মুকলি TATAৰ

3 years ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

19 minutes ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

57 minutes ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

2 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

11 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

12 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

12 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

13 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

13 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

13 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

14 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

১ কিঃমিঃ যাবলৈ খৰচ হ’ব মাত্ৰ ৭পইছা! দেশবাসীৰ বাবে বিশেষ বাহন মুকলি TATAৰ

editor by editor
August 10, 2023
in বাণিজ্য, ভাৰত
0
১ কিঃমিঃ যাবলৈ খৰচ হ’ব মাত্ৰ ৭পইছা! দেশবাসীৰ বাবে বিশেষ বাহন মুকলি TATAৰ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বজাৰত টাটাই মুকলি কৰিলে আন এখন বিশেষ বাহন। TATA Stryder Max ইলেক্ট্ৰিক চাইকেল মুকলি কৰিছে টাটাই। বিশেষ চাইকেলখন এবাৰ চাৰ্জ দিলেই ৩৫ কিঃমিঃ যাত্ৰা কৰিব পাৰে। ইয়াৰপূৰ্বেও Stryder Zeeta Plus নামৰ এখন চাইকেল মুকলি কৰিছিল টাটাই। টাটাই দাবী কৰিছিল যে এই চাইকেল এবাৰ চাৰ্জ দিলেই প্ৰায় ৪০ কিঃমিঃ যাত্ৰা কৰিব পাৰিব। অৰ্থাৎ প্ৰতি ১ কিঃমিঃ বাবদ খৰছ হ’ব মাত্ৰ ১০ পইছা। Stryder হৈছে টাটা গ্ৰুপৰ অধীনত চাইকেল নিৰ্মাণ কৰা এটা বিশেষ সংস্থা। Stryder য়ে বহু হাইব্ৰিড ইলেক্ট্ৰিক চাইকেল তৈয়াৰ কৰিয়েই থাকে। বৰ্তমান এই সংস্থাৰ অধীনত শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ সকলোৰে বাবে চাইকেল নিৰ্মাণ কৰা হয়।

Stryder Zeeta Maxৰ বৈশিষ্ঠ্য

TATA Stryder Zeeta Max চাইকেল তৈয়াৰ হৈছে ষ্টিলৰ ফ্ৰেমেৰে। এই চাইকেলত লগোৱা বেটাৰীৰ কেপাচিটি হৈছে 36V, 7.5Ah, যিয়ে 270wh পৰ্যন্ত শক্তি উৎপাদন কৰিব পাৰে। এই বেটাৰী নন ৰিমভেৱেল। সংস্থাৰ দাবী যে, যিকোনো ৰাস্তাতেই এই চাইকেল চলাব পাৰি। বেয়া ৰাস্তাত যাত্ৰা কৰিবৰ বাবে আছে ছাচপেঞ্চন। এই চাইকেল সৰ্বোচ্চ ২৫ কিঃমিঃ প্ৰতি ঘণ্টাত যাত্ৰা কৰিব পাৰে। ইয়াত আছে ইউজাৰ ফ্ৰেণ্ডলি LCD ডিছপ্লে। চাইকেলখনৰ বেটাৰী ফুল চাৰ্জ হওঁতে সময় লাগে ৩ৰ পৰা ৪ঘণ্টা। ইয়াত আছে অটো কাট ব্ৰেক, ডিস্ক ব্ৰেক আৰু ছেফটি ফিচাৰ্ছ। ইয়াত ৫টা ৰাইডিং মুড লাভ কৰিব গ্ৰাহকে। ইয়াৰ আগৰ মডেলটো অৰ্থাৎ Zeeta Plusত আচে ৩টা ৰাইডিং মুড।Stryder Zeeta Max চাইকেলৰ দাম হৈছে ৩৫,৯৯৫টকা। এই চাইকেলৰ ওপৰত বিশেষ অফাৰো দি আছে টাটা গ্ৰুপ। ২৯,৯৯৫ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
Next Post
৪বজাত প্রধানমন্ত্ৰী মোদী উপস্থিত হ’ব সদনত, প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে মল্লিকাৰ্জূন খৰ্গেৰ প্ৰশ্ন, মোদী ভগৱান নে পৰমাত্মা?

৪বজাত প্রধানমন্ত্ৰী মোদী উপস্থিত হ’ব সদনত, প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে মল্লিকাৰ্জূন খৰ্গেৰ প্ৰশ্ন, মোদী ভগৱান নে পৰমাত্মা?

৫টা উপায়ঃ এই ৫ ঘৰুৱা উপায় মানিলেই সোনকালে ভাল হ’ব চকুৰ ৰোগ

৫টা উপায়ঃ এই ৫ ঘৰুৱা উপায় মানিলেই সোনকালে ভাল হ’ব চকুৰ ৰোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.