• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

2 months ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

2 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

3 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

3 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

4 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

5 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

6 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

8 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

9 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

10 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

11 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

12 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

editor by editor
April 6, 2026
in জীৱনশৈলী, বাণিজ্য
0
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
0
SHARES
974
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বিনিয়োগৰ উদ্দেশ্যই হৈছে ধন বঢ়োৱা৷ তাৰ বাবে বজাৰত বহু বিকল্প আছে তাত কোনো সন্দেহ নাই৷ কিন্তু সকলোবোৰ স্কিমেই যে নিৰাপদ তেনে নহয়৷ বহু ক্ষেত্ৰত বজাৰৰ ওঠানমাৰ সৈতে ধন হেৰুৱাৰো ৰিস্ক থাকে৷ যদি কোনোৱে নিৰাপদ বিনিয়োগ বিচাৰে আৰু বজাৰৰ ওঠানমাৰ পৰা দূৰৈত থাকিব খোজে তেন্তে ফিক্সড ডিপোজিট এক নিৰ্ভৰযোগ্য বিকল্প৷
দেশৰ বৃহত্তম চৰকাৰী বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া৷ এই বেংকে গ্ৰাহকৰ বাবে বিভিন্ন এফ ডি স্কিমত চমৎকাৰ সুদৰ হাৰ দিছে৷ এছ বি আইত ন্যূনতম ৭ দিনৰ বাবে এটা এফ ডি একাউণ্ট খুলিব পাৰে৷ ইয়াৰোপৰি এই চৰকাৰী বেংকত সৰ্বোচ্চ ১০বছৰৰ বাবে এটা এফ ডি একাউণ্ট খুলিব পাৰে৷ এছ বি আইয়ে তেওঁলোকৰ গ্ৰাহকক বিভিন্ন ম্যাদৰ এফ ডি একাউণ্টত ৩.০৫ শতাংশৰ পৰা ৭.০৫ শতাংশ পৰ্যন্ত সুদৰ হাৰ প্ৰদান কৰে৷ ইয়াতেই আমি জনাব খুজিছো এছ বি আইৰ এক ২১১ দিনৰ এফ ডিত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পোৱা যাব?
ষ্টেট বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ ৪৪৪ দিনৰ অমৃত বাৰ্ষিকি স্পেছিয়েল এফ ডি স্কিমত সাধাৰণ নাগৰিকসকলৰ বাবে সৰ্বোচ্চ সুদৰ হাৰ দিছে৷ এই বেংকে অমৃত বৰ্ষা এফ ডি প্ৰকল্পত সাধাৰণ নাগৰিকৰ বাবে সৰ্বোচ্চ ৬.৪৫ শতাংশ, চিনিয়ৰ চিটিজেনৰ বাবে ৬.৯৫ শতাংশ আৰু ছুপাৰ চিনিয়ৰ চিটিজেনৰ বাবে ৭.০৫ শতাংশ সুদ প্ৰদান কৰে৷ ইয়াৰোপৰি এছ বি আইয়ে ২১১ দিনৰ পৰা ১ বছৰৰ কম ম্যাদৰ এফ ডি প্ৰকল্পসমূহত সাধাৰণ নাগৰিকসকলৰ বাবে ৫.৯০ শতাংশ, চিনিয়ৰ চিটিজেনৰ বাবে ৬.৪০ শতাংশ আৰু ছুপাৰ চিনিয়ৰ চিটিজেনৰ বাবে সৰ্বোচ্চ ৬.৫০ শতাংশ সুদ প্ৰদান কৰে৷
কোনোৱে যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা ২১১ দিনৰ এফ ডি প্ৰকল্পত ২ লাখ টকা জমা কৰে, তেন্তে সাধাৰণ নাগৰিকে ম্যাদপূৰ্তিত ৬৮৮৭ টকা নিৰ্দিষ্ট সুদসহ মুঠ ২,০৬,৮৮৭ টকা পাব৷ একেদৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা ২১১ দিনৰ এফ ডি স্কিমত ২ লাখ জমা ৰাখিলে চিনিয়ৰ চিটিজেনে ম্যাদপূৰ্তিত ৭,৪৭৭ টকা নিৰ্দিষ্ট সুদসহ মুঠ ২,০৭,৪৭৭ টকা পাব৷ অন্য দিশত ছুপাৰ চিনিয়ৰ চিটিজেনে ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা ২১১ দিনৰ এফ ডি স্কিমত ২ লাখ টকা জমা ৰাখিলে নিৰ্দিষ্ট সুদসহ মুঠ ২,০৭,৫৯৫ টকা পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…
বাণিজ্য

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

June 10, 2026
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

June 10, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

June 10, 2026
Next Post
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ'ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.