- দেশ কঁপোৱা কাজিৰঙাৰ দুৰ্ঘটনাৰ মৃতকৰ পৰিচয় উদ্ধাৰ
- ইজনৰ পাছত আন এজন মৃতকৰ পৰিচয় উদ্ধাৰ
- অসম লাইভ24ৰ হাতত কেইবাটাও ডাঙৰ আপডেট
- বৰ্তমানলৈ প্ৰায় ২৬গৰাকীলৈ বৃদ্ধি মৃত্যু হোৱা লোকৰ সংখ্যা
- এতিয়ালৈ ৭গৰাকী মৃত যাত্ৰীৰ পৰিচয় উদ্ধাৰ
- ট্ৰেভেলাৰৰ হেণ্ডিমেন আৰু ড্ৰাইভাৰৰো মৃত্যু
- নিহত দুই ভগ্নী দৰ্শনা মাঝি আৰু জ্যোতি মাঝি
- দুয়োগৰাকী কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুলৰ ছাত্ৰী
- দুৰ্ঘটনাত মৃত্যু হোৱা চালকৰ নাম আব্দুল মজিদ
- অনুৰাগ গোৱালা, হাফিজা খাতুন, ফাৰহানা য়াছমিন, বিউটী দত্তৰ মৃত্যু
- দামিনী ঘাটোৱাল, বেবী কৰ্মকাৰৰ ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু
- কঁহৰা চিকিৎসালয়ত আছে ১৬ টা মৃতদেহ
- বোকাখাত চিকিৎসালয়ত আছে ৭টা মৃতদেহ
- যোৰহাটলৈ নি থকা অৱস্থাত ৩ জনৰ মৃত্যু
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















