অখিল গগৈ, জয়ন্ত বৰাৰ মাতৃক সাক্ষাৎ আঞ্চলিক গণ মৰ্চাৰ। বিজেপিৰ বিৰুদ্ধে দেশক নিশকটীয়া কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ। ২ মাতৃক কি আশ্বাস মৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাৰ?