• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ২০২০’

‘ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ২০২০’

6 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

15 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

15 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

16 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

17 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

17 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

18 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

19 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

19 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

20 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

20 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

21 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

‘ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ২০২০’

editor by editor
July 1, 2020
in লেখা
0
‘ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ২০২০’
41
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ জুলাই দিনটো ভাৰতবর্ষত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে ১৯১১ চনৰ পৰা উদযাপন কৰি অহা হৈছে। পশ্চিমবংগৰ দ্বিতীয়গৰাকী মুখ‍্যমন্ত্ৰী আৰু সুদক্ষ চিকিৎসক ডাঃ বিধান চন্দ্ৰ ৰায়ক চিকিৎসক হিচাপে সন্মান জনাই এই দিনটো National Doctor’s Day হিচাপে পালন কৰি অহা হৈছে।

ডাঃ সংগীতা দত্ত

চিকিৎসা সেৱা হ’ল মানৱ সেৱা। মই এগৰাকী মনোৰোগ চিকিৎসক আৰু মোৰ স্বামী (ডাঃ ৱালিউল ইছলাম) এজন শৈল‍্যৰোগ বিশেষজ্ঞ। দৈনিক ১২-১৪ ঘণ্টা সময় আমি ৰোগীৰ লগত ব‍্যস্ত হৈ থাকো। মনোৰোগ চিকিৎসক হিচাপে মানুহৰ মন অধ‍্যয়ন কৰাটো মোৰ কেৱল পেছা নহয়, ই মোৰ নিচাও। মানুহৰ মনৰ দুখ-কষ্ট নোহোৱা কৰাৰ বাবে আৰু সকলোকে জীৱনমুখী হোৱাৰ বাবে অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰোঁতে কৰা এই অক্লান্ত যাত্ৰাত মই যেন আগুৱাই গৈ আছো। জীৱন যাপন কৰাই মানুহৰ সর্বোচ্চ লক্ষ‍্য হ’ব নোৱাৰে; জীৱন উদযাপন কৰিবলৈ আৰু কৰাবলৈ চেষ্টা কৰি আহিছো। মানসিক ৰোগ সময়মতে চিনাক্তকৰণ আৰু সঠিক চিকিৎসা (ঔষধ আৰু থেৰাপি/Counselling) প্ৰদান কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি আৰু Stigma নোহোৱা কৰাৰ বাবে অর্হনিশে যত্ন কৰি আহিছো।

বর্তমান সময়ত Covid-19 মহামাৰীৰ সৈতে যুঁজিবলৈ একমনে কর্ম কৰি গৈছো। বিশেষকৈ সজাগতা বৃদ্ধি, Stigma কমোৱা (মনৰ ভ্ৰান্ত ধাৰণা) আৰু এই পৰিস্থিতৰ সৈতে হোৱা মানসিক সমস‍্যাবোৰ হ্ৰাস কৰিবলৈ মই ব্ৰতী হৈছো। এই মহামাৰীত অক্লান্তভাৱে, নিজৰ বা পৰিয়ালৰ বিষয়ে চিন্তা নকৰি, সম্পূর্ণ নিষ্ঠা আৰু ত‍্যাগেৰে সেৱা আগবঢ়াই যোৱা মোৰ সতীর্থ চিকিৎসকসকলক মোৰ প্ৰণাম। বহুবাৰ নিজেই Covid-19ৰ দ্বাৰা আক্ৰান্ত হৈও, নিজে চিকিৎসা লৈ, আৰোগ‍্য হৈ আকৌ তেখেতসকল নামি পৰিছে এই যুদ্ধত। আহকচোন এই মহান বৃত্তিক আৰু এনে মানৱ সেৱাত ব্ৰতী চিকিৎসকসকলক আমি আজি প্ৰণাম জনাওঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰো।যোগাত্মক চিন্তাধাৰাই হওক আমাৰ জীৱন প্ৰণালী, মানৱ সেৱাই হওক আমাৰ ধর্ম।

(ডাঃ  দত্ত এগৰাকী মনোৰোগ বিশেষজ্ঞ)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
‘ঘাইপথ নিৰ্মাণত চীনা প্ৰতিষ্ঠান নিষিদ্ধ’

‘ঘাইপথ নিৰ্মাণত চীনা প্ৰতিষ্ঠান নিষিদ্ধ’

UNLOCK-2.0 আৰম্ভ

UNLOCK-2.0 আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.