• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ঘাইপথ নিৰ্মাণত চীনা প্ৰতিষ্ঠান নিষিদ্ধ’

‘ঘাইপথ নিৰ্মাণত চীনা প্ৰতিষ্ঠান নিষিদ্ধ’

6 years ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

24 minutes ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

39 minutes ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

1 hour ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

3 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

3 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

4 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

6 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

15 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

15 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘ঘাইপথ নিৰ্মাণত চীনা প্ৰতিষ্ঠান নিষিদ্ধ’

editor by editor
July 1, 2020
in ভাৰত
0
‘ঘাইপথ নিৰ্মাণত চীনা প্ৰতিষ্ঠান নিষিদ্ধ’
25
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ-২৪ঃ ভাৰতত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত চীনা প্ৰতিষ্ঠানক নিষিদ্ধ কৰা হৈছে। আনকি চীনা প্ৰতিষ্ঠানে যুটীয়াভাৱেও ভাৰতত পথ নিৰ্মাণ কৰিব নোৱাৰিব। ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। গাডকাৰীয়ে কয় যে অতি সূক্ষ্ম, সূক্ষ্ম আৰু মধ‍্যমীয়া পৰ্যায়ৰ প্ৰকল্পটো চীনা বিনিয়োগকাৰীক নিষিদ্ধ কৰাটো নিশ্চিত কৰিব চৰকাৰে।

লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত‍্যকাত চীনা সেনাই চল-চাতুৰিৰে ২০ জনকৈ ভাৰতীয় সৈনিকক নিষ্ঠুৰভাৱে হত‍্যা কৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে। ইতিমধ‍্যে দেশৰ অখণ্ডতা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ‍্য ৰাখি সোমবাৰে চীনৰ ৫৯টা এপ্ নিষিদ্ধ কৰিছে ভাৰতে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰীগৰাকীয়ে কয় যে চীনা প্ৰতিষ্ঠানক নিৰ্মাণকাৰ্যত নিষিদ্ধ কৰিবলৈ শীঘ্ৰে এখন আঁচনি প্ৰস্তুত কৰা হ’ব আৰু ভাৰতীয় নিৰ্মাণ প্ৰতিষ্ঠানসমূহে ঘাইপথ নিৰ্মাণৰ কামত ব্ৰতী হ’ব পৰাকৈ যোগ‍্যতাৰ মাপকাঠি কিছু শিথিল কৰা হ’ব। গাডকাৰীয়ে কয় যে যদি কোনো যুটীয়া প্ৰকল্পত চীনা প্ৰতিষ্ঠানে কাম কৰি আছে, তেনেহ’লে পুনৰ নিবিদা আহ্বান কৰা হ’ব। যদি কোনো ঠিকাদাৰে সৰু প্ৰকল্পত কাম কৰিছে, তেওঁ ডাঙৰ প্ৰকল্পত কাম কৰাৰো যোগ‍্যতা আহৰণ কৰিব। গাডকাৰীয়ে আৰু কয় যে যোগ‍্যতা আহৰণৰ বাবে দেশৰ সৰু নিৰ্মাণ প্ৰতিষ্ঠানে যাতে বিদেশৰ ডাঙৰ প্ৰতিষ্ঠানৰে যুক্ত হ’ব নালাগে সেয়াও নিশ্চিত কৰিব চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: india china face off
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!
ভাৰত

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

August 5, 2026
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি
বিনোদন

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

August 4, 2026
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?
বিনোদন

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

August 4, 2026
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও
জীৱনশৈলী

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

August 4, 2026
Next Post
UNLOCK-2.0 আৰম্ভ

UNLOCK-2.0 আৰম্ভ

Tiktok Userৰ বাবে ভাল খবৰ। Tiktokৰ বিকল্প ভাৰতীয় এপ্ ROPOSOৰ জনপ্ৰিয়তা বৃদ্ধি।

Tiktok Userৰ বাবে ভাল খবৰ। Tiktokৰ বিকল্প ভাৰতীয় এপ্ ROPOSOৰ জনপ্ৰিয়তা বৃদ্ধি।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.