• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

1 month ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

8 minutes ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

8 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

11 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

12 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

12 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

13 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

13 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

14 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

14 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

14 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

15 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

এইগৰাকী অভিনেত্ৰীৰ বিবাহিত জীৱন উত্থান-পতনেৰে ভৰি আছে।

editor by editor
August 5, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনয় জগতত কাম কৰা অভিনেত্ৰীসকলৰ ব্যক্তিগত জীৱন সদায় দৰ্শকক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কিন্তু বাস্তৱ জীৱনত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। তেনে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ ব্যক্তিগত জীৱনতো বহু উত্থান-পতন ঘটিছিল। এটা সময়ত তেওঁতকৈ ১৮ বছৰ ডাঙৰ ব্যক্তি এজনৰ সৈতে বিয়া হৈছিল। কিন্তু পিছত তেওঁতকৈ ৭ বছৰ সৰু যুৱক এজনৰ সৈতে দ্বিতীয়বাৰ জীৱন আৰম্ভ কৰে।

তেওঁ হৈছে অভিনেত্ৰী তনাজ ইৰানী। ২০০০ চনত বহু চৰিত্ৰত অভিনয় কৰা নিশ্চয় দেখিছে। সৰু পৰ্দাৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰা তানাজ ইৰানীয়ে ছবিত চলমান খান, ৰাণী মুখাৰ্জী, ঋত্বিক ৰোশনৰ দৰে বহু তাৰকাৰ সৈতে কাম কৰি আহিছে। কিন্তু ৬ বছৰ পূৰ্বে অভিনেত্ৰীগৰাকীৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটিছিল যিয়ে তেওঁক হতাশ কৰি পেলাইছিল আৰু তেওঁৰ জীয়াই থকাৰ ইচ্ছাও শেষ হৈছিল।

এক সাক্ষাৎকাৰত তানাজে জীৱনৰ এটা সময়ৰ কথা মনত পেলায়, যেতিয়া তেওঁৰ জীয়াই থকাৰ ইচ্ছা ম্লান হৈ গৈছিল। তনাজে কয় যে মাত্ৰ ২০ বছৰ বয়সতে তেওঁতকৈ ১৮ বছৰ ডাঙৰ ব্যক্তি এজনক বিয়া পাতিছিল। বিয়াৰ এবছৰৰ পাছত তেওঁ মাতৃ হৈ পৰিল। সেই সময়ত ভাবিছিল যে জীৱনত সঠিক সিদ্ধান্ত লৈছে। কিন্তু সময়ৰ লগে লগে তেওঁ উপলব্ধি কৰিলে যে পৰিস্থিতি তেওঁৰ পক্ষত নহয়।

২৮ বছৰ বয়সত প্ৰথম স্বামীৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছিল তানাজৰ।অভিনেত্ৰীগৰাকীৰ এগৰাকী কন্যা আছে, যিয়ে তেওঁৰ প্ৰাক্তন স্বামীৰ সৈতে থাকে। তনাজৰ প্ৰথম বিবাহ বিচ্ছেদ হোৱাৰ পিছত জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ গ’ল। বিবাহ বিচ্ছেদৰ প্ৰভাৱ পৰিল তনাজ আৰু কন্যাৰ সম্পৰ্কত। জীয়েকে এতিয়াও দেউতাকৰ লগত থাকে আৰু দূৰত্বৰ বাবে তনাজক আৱেগিক অশান্তিৰ সৃষ্টি কৰিছে। অৱশ্যে তেওঁ হাৰ নামানিলে আৰু জীৱনটোক দ্বিতীয়বাৰৰ বাবে সুযোগ দিয়াৰ সিদ্ধান্ত ল’লে।

তনাজ আৰু তেওঁৰ স্বামী বাখতিয়াৰ ইৰানীৰ সৈতে প্ৰথম লগ হৈছিল ৰিয়েলিটি শ্ব’ ‘গুৰুকুল’ৰ চেটত। শ্ব’টোত তেওঁলোকৰ সম্পৰ্ক আৰম্ভ হৈছিল তৰ্ক আৰু কাজিয়াৰ পৰা। কিন্তু লাহে লাহে তেওঁলোকৰ সম্পৰ্ক প্ৰেমলৈ পৰিণত হ’ল।

বখতিয়াৰৰ লগত তানাজৰ বিবাহ সহজ নাছিল। অভিনেত্ৰীগৰাকী আছিল বিবাহ বিচ্ছেদ আৰু এগৰাকী কন্যা সন্তানৰ মাতৃ। বাখতিয়াৰৰ পৰিয়ালে এই সম্পৰ্কৰ বিৰোধিতা কৰিছিল। অৱশ্যে স্বামীয়ে পৰিয়ালটোক পতিয়ন নিয়াবলৈ বহুত চেষ্টা কৰি অৱশেষত বিয়া পাতিলে।

তানাজ আৰু বখতিয়াৰৰ দুটা সন্তান আছিল। ত্ৰিশ বছৰ বয়সত মাতৃ হোৱাৰ লগতে চল্লিশ বছৰ বয়সত দ্বিতীয় সন্তান জন্ম দিয়ে। ইফালে কৰ’না মহামাৰীৰ সময়ত তনাজ গুৰুতৰ ভাৱে অসুস্থ হৈছিল। তেওঁ ভাবিলে আৰু জীয়াই নাথাকিব। তেওঁ জীৱনত আৰু কেতিয়াও খোজ কাঢ়িব নোৱাৰিব। হুইল চেয়াৰৰ সহায়ত লণ্ডনলৈ গৈছিল। কিন্তু পিছত চিকিৎসাৰ সহায়ত সুস্থ হৈ উঠিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

September 16, 2026
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
Next Post
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ'ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.