• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুলৰ কাৰাগাৰ যাত্ৰা প্ৰায় খাটাং! গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতেই আৰম্ভ চৰ্চা, কি কৰিব এইবাৰ ৰাহুলে?

ৰাহুলৰ কাৰাগাৰ যাত্ৰা প্ৰায় খাটাং! গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতেই আৰম্ভ চৰ্চা, কি কৰিব এইবাৰ ৰাহুলে?

3 years ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

32 minutes ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

54 minutes ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

1 hour ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

2 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

3 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

4 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

4 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

5 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

6 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

7 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

7 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাহুলৰ কাৰাগাৰ যাত্ৰা প্ৰায় খাটাং! গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতেই আৰম্ভ চৰ্চা, কি কৰিব এইবাৰ ৰাহুলে?

editor by editor
July 7, 2023
in ভাৰত, ৰাজনীতি
0
ৰাহুলৰ কাৰাগাৰ যাত্ৰা প্ৰায় খাটাং! গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতেই আৰম্ভ চৰ্চা, কি কৰিব এইবাৰ ৰাহুলে?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লোকসভাৰ সাংসদ পদ ঘূৰাই পোৱাৰ আশাত কেতিয়াবাই যতি পৰিছিল। এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সন্মুখত থিয় হৈছে আন এক প্ৰত্যাহ্বান। কাৰাগাৰলৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৰাহুলৰ। ২৩ মাৰ্চত গুজৰাটৰ চুৰাট মেজিষ্ট্ৰেট আদালতে ৰাহুলক ‘অপৰাধমূলক মানহানিৰ’ গোচৰত দোষী সাব্যস্ত কৰিছিল ৰাহুলক। শুকুৰবাৰে চুৰাট আদালতে দিলে বিশেষ ৰায়।

‘অপৰাধমূলক অৱমাননা’ গোচৰত দোষী সাব্যস্ত কৰা ৰাহুলক দুবছৰৰ বাবে জে’লৰ শাস্তি বিহিছিল আদালতে। এই ৰায়ৰ ওপৰতে স্থগিতাদেশ বিচাৰি ৰাহুলে কৰা আবেদন খাৰিজ কৰিছে হাই কৰ্টৰ বিচাৰপতি হেমন্ত প্ৰচ্ছকৰ বিচাৰপীঠে। বিচাৰপতি প্ৰচ্ছক ৰায়ে ঘোষণা কয়, ‘নিম্ন আদালতে ৰাহুল গান্ধীৰ শাস্তিৰ ওপৰত যি ৰায় দিছে সেই ৰায়ে সঠিক।’ এই কথাৰ পাছতেই ৰাহুলে সাংসদ পদ ঘূৰাই নাপায় সেয়া প্ৰায় নিশ্চিত হৈ পৰিছিল। কিন্তু ইয়াৰ পাছতেই ২০২৪ লোকসভা নিৰ্বাচনত ৰাহুলে প্ৰতিদ্বন্দিতা কৰিব পাৰিবনে সেই বিষয়টোক লৈয়ো আৰম্ভ হৈছে চৰ্চা। কাৰাগাৰলৈকো যাব পাৰে ৰাহুল, সেই বিষয়টোক লৈয়ো বহুতেই আৰম্ভ কৰিছে চৰ্চা।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাহুলে মোদী উপাধিক লৈ আপত্তিকৰ মন্তব্য কৰিছিল। সেই আপত্তিকৰ মন্তব্যৰ বাবেই বিগত ২৩ মাৰ্চত গুজৰাটৰ চুৰাট আদালতে ২বছৰৰ জে’লৰ শাস্তি প্ৰদান কৰিছিল ৰাহুলক। এই অপৰাধমূলক মানহানি গোচৰত দোষী ৰাহুলক জামিনৰ আবেদন মঞ্জুৰ কৰি ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন জনাবলৈ ৩০ দিন সময় দিছিল বিচাৰকে। শেহতীয়াকৈ আজিৰ ৰায়ৰ পাছতেই ৰাহুল উচ্চতম ন্যায়ালতৰ দ্বাৰস্ত হ’ব পাৰে বুলি একাংশ বিশেষজ্ঞই প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান
ভাৰত

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
Next Post
এম এছ ধোনীৰ ওপজাদিন, ৪২ বছৰ বয়সতেই ধোনীৰ সফলতা আকাশচুম্বী, এখন ৰাজ্যৰ সৰ্বাধিক কৰদাতা ধোনীৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

এম এছ ধোনীৰ ওপজাদিন, ৪২ বছৰ বয়সতেই ধোনীৰ সফলতা আকাশচুম্বী, এখন ৰাজ্যৰ সৰ্বাধিক কৰদাতা ধোনীৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

মহাদেৱৰ প্ৰিয় শাওন মাহত ঘৰলৈ এই ৮বিধ সামগ্ৰী আনিলেই ঘৰলৈ আহিব শান্তি, অৰ্থৰ অভাৱ নহ’ব, সংসাৰ ভৰি পৰিব

মহাদেৱৰ প্ৰিয় শাওন মাহত ঘৰলৈ এই ৮বিধ সামগ্ৰী আনিলেই ঘৰলৈ আহিব শান্তি, অৰ্থৰ অভাৱ নহ’ব, সংসাৰ ভৰি পৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.