• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাদেৱৰ প্ৰিয় শাওন মাহত ঘৰলৈ এই ৮বিধ সামগ্ৰী আনিলেই ঘৰলৈ আহিব শান্তি, অৰ্থৰ অভাৱ নহ’ব, সংসাৰ ভৰি পৰিব

মহাদেৱৰ প্ৰিয় শাওন মাহত ঘৰলৈ এই ৮বিধ সামগ্ৰী আনিলেই ঘৰলৈ আহিব শান্তি, অৰ্থৰ অভাৱ নহ’ব, সংসাৰ ভৰি পৰিব

3 years ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

26 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

57 minutes ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

2 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

3 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

4 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

4 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

5 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

6 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

7 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

7 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাদেৱৰ প্ৰিয় শাওন মাহত ঘৰলৈ এই ৮বিধ সামগ্ৰী আনিলেই ঘৰলৈ আহিব শান্তি, অৰ্থৰ অভাৱ নহ’ব, সংসাৰ ভৰি পৰিব

editor by editor
July 7, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মহাদেৱৰ প্ৰিয় শাওন মাহত ঘৰলৈ এই ৮বিধ সামগ্ৰী আনিলেই ঘৰলৈ আহিব শান্তি, অৰ্থৰ অভাৱ নহ’ব, সংসাৰ ভৰি পৰিব
0
SHARES
15.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভগৱান শিৱক উপাসনা কৰিলে মনত শান্তিয়েই আহে তেনে নহয়। জীৱনত সুখ সমৃদ্ধিও আহে। শিৱ আৰু পাৰ্বতীক আৰাধনা কৰিলে দাম্পত্য জীৱন সুখকৰ হয় বুলি ধাৰণা। শাওন মাহ শিৱৰ প্ৰিয় মাহ বুলি জ্যোতিষশাস্ত্ৰতো উল্লেখ আছে। এই পবিত্ৰ মাহত শিৱক সন্তুষ্ট কৰিলে জীৱনলৈ শান্তি আহে। এই পবিত্ৰ মাহত ৮বিধ সামগ্ৰী ঘৰলৈ আনিলে সংসাৰত শান্তি সমৃদ্ধি বাঢ়ে।

দেৱাদিদেৱ মহাদেৱ অলপতেই সন্তুষ্ট হয়। গাখীৰ, গংগা জল, ধতুৰা ফুল, বেলপাত আদি দিলেই মহাদেৱ সন্তুষ্ট হয়। প্ৰতি সোমবাৰে মহাদেৱক পূজা অৰ্চনা কৰিলে ঘৰলৈ শান্তি আহে। শাওন মাহতেই শিৱৰ প্ৰিয় বাদ্যযন্ত্ৰ ডম্বৰু ঘৰলৈ আনিব পাৰে। লোকবিশ্বাস যে ডম্বৰুৰ শব্দত সমস্ত নেতিবাচক শক্তি দূৰ হয়। ঘৰ পবিত্ৰ হয়। ঘৰলৈ ৰুদ্ৰাক্ষ আনিব পাৰে। ধৰ্মীয় বিশ্বাস অনুসৰি শিৱৰ অশ্ৰুৰ পৰা ৰুদ্ৰাক্ষৰ উৎপত্তি। পূজাৰ স্থানত ৰুদ্ৰাক্ষ থব পাৰে। বা শৰীৰতো ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে।

শৰীৰত ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মহাদেৱ সন্তুষ্ট হয়। শাওন মাহত ৰুদ্ৰাক্ষ ঘৰত ৰাখিলেও ভক্তিসহকাৰে পূজা কৰা স্থানত ৰাখিব লাগে। ৰুদ্ৰাক্ষ ঘৰত থাকিলে জীৱনত সমৃদ্ধি আহে। ঘৰত ৰুদ্ৰাক্ষ থাকিলে সংসাৰত কেতিয়াও অৰ্থ বা শস্যৰ অভাৱ নহয়। বিবাহিত জীৱন মধুৰ হয়। ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মনত নেতিবাচক ভাৱে ক্ৰিয়া কৰিব নোৱাৰে। ঘৰত ৰূপৰ বেলপাত আনিব পাৰে। বেলপাত অবিহনে শিৱৰ পূজা অসম্পূৰ্ণ বুলি বহুতৰে ধাৰণা। কিন্তু মনত ৰখা প্ৰয়োজন যে বেলপাত অৰ্পণ কৰোতে চিঙি বা ফালি যাতে নাথাকে সেই কথাত মন দিব লাগে। শিৱক বেলপাত অৰ্পণ কৰিলে টকা পইছা সম্পৰ্কীয় বাধা আঁতৰ হয়।

শাওন মাহত ৰূপৰ বালা বা ব্ৰেছলেট পিন্ধাও ভাল। বিশ্বাস যে তীৰ্থযাত্ৰাৰ বাবে এই সময় শুভ। শাওন মাহৰ কোনো এটি সোমবাৰে আপুনি ৰূপৰ বালা বা ব্ৰেছলেট ক্ৰয় কৰিব পাৰে। ইয়াৰোপৰি ৰূপেৰে তৈয়াৰ কৰা ত্ৰিশূলো ঘৰলৈ আনিব পাৰে। ত্ৰিশূল হিন্দু ধৰ্মত অতি গুৰুত্বপূৰ্ণ। ত্ৰিশূলে নেতিবাচক শক্তি গৃহত প্ৰৱেশ কৰিবলৈ নিদিয়ে। ৰূপৰ নোৱাৰিলে তামৰ ত্ৰিশূলো ঘৰলৈ আনিব পাৰে।

জ্যোতিষশাস্ত্ৰত শাওন মাহত তাম বা ৰূপৰ নাগ ঘৰলৈ অনাটো মংগল বুলি কোৱা হয়। প্ৰতিখন পূজাতেই হিন্দু ধৰ্মাৱলম্বী লোকে গংগাজল ব্যৱহাৰ কৰে। যদি আপোনাৰ গৃহত গংগাজল নাই তেন্তে এই মাহতেই আনিব পাৰে। গংগাজলেৰে শিৱৰ অভিষেক কৰিলে শুভ বুলি ধাৰণা কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!
জীৱনশৈলী

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

July 26, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

July 26, 2026
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!
বিনোদন

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

July 26, 2026
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত
জীৱনশৈলী

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

July 26, 2026
Next Post
ধোনীৰ তেওঁ প্ৰথম প্ৰেম! তেওঁৰ মৃত্যুৱে সলাই পেলালে ধোনীৰ সমগ্ৰ জীৱন

ধোনীৰ তেওঁ প্ৰথম প্ৰেম! তেওঁৰ মৃত্যুৱে সলাই পেলালে ধোনীৰ সমগ্ৰ জীৱন

বজাৰলৈ অচিৰেই আহি আছে প্লাষ্টিক চিলিণ্ডাৰ! সংবাদমেলযোগে কি কি ঘোষণা কৰিলে IOCLয়ে?

বজাৰলৈ অচিৰেই আহি আছে প্লাষ্টিক চিলিণ্ডাৰ! সংবাদমেলযোগে কি কি ঘোষণা কৰিলে IOCLয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.