• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধোনীৰ তেওঁ প্ৰথম প্ৰেম! তেওঁৰ মৃত্যুৱে সলাই পেলালে ধোনীৰ সমগ্ৰ জীৱন

ধোনীৰ তেওঁ প্ৰথম প্ৰেম! তেওঁৰ মৃত্যুৱে সলাই পেলালে ধোনীৰ সমগ্ৰ জীৱন

3 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

2 hours ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

2 hours ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

3 hours ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

4 hours ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

5 hours ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

6 hours ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

7 hours ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

8 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

9 hours ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

10 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

23 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ধোনীৰ তেওঁ প্ৰথম প্ৰেম! তেওঁৰ মৃত্যুৱে সলাই পেলালে ধোনীৰ সমগ্ৰ জীৱন

editor by editor
July 7, 2023
in ভাৰত
0
ধোনীৰ তেওঁ প্ৰথম প্ৰেম! তেওঁৰ মৃত্যুৱে সলাই পেলালে ধোনীৰ সমগ্ৰ জীৱন
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শুকুৰবাৰে ৪২ বছৰ বয়সত ভৰি দিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে৷ নিজৰ যোগ্যতাৰ ভিত্তিতেই বিশ্ব ক্ৰিকেটতো সাফল্যৰ অন্য এক শৃঙ্গত ভৰি দিছিল ধোনীয়ে৷ এই সাফল্যৰ বাবেই ধোনীয়ে পদ্মভূষণ, পদ্মশ্ৰী আৰু ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰেৰেও সন্মানিত কৰা হৈছে ধোনীক৷ মহেন্দ্ৰ সিং ধোনীক সকলোৱে মাহি বুলিয়েই কয়৷ তেওঁ একমাত্ৰ ভাৰতীয় ক্ৰিকেট অধিনায়ক যাৰ নেতৃত্বত টীম ইণ্ডিয়াই তিনিটাকৈ আইচিচি খিতাপ অৰ্জনো কৰিছে৷ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও আইপিএলত এতিয়াও অংশগ্ৰহণ কৰি আছে মাহিয়ে৷ খেলৰ সমান্তৰালকৈ পত্নী সাক্ষীৰ সৈতে এখন সুখৰ সংসাৰো আছে ধোনীৰ৷

কিন্তু মাহিৰ জীৱনত সাক্ষীয়েই প্ৰথম মহিলা নহয়৷ সাক্ষীতকৈ পূৰ্বে মাহিৰ হৃদয়ত বসন্ত নমাইছিল আন এগৰাকী নাৰীয়েহে৷ কেইবা বছৰ আগৰ কথা৷ মহেন্দ্ৰ সিং ধোনীক লৈ এখন বায়োপিক ৰিলিজ হৈছিল৷ সেই বায়োপিকতেই এই কথা উল্লেখ আছে৷ ধোনীৰ জীৱনত প্ৰেমৰ অধ্যায় আধৰুৱাই হৈ ৰ’ল৷ মাহিৰ বয়স তেতিয়া মাত্ৰ ২০ বছৰ হৈছিল৷ ভাৰতীয় ক্ৰিকেট দলত তেওঁ তেতিয়া স্থান লাভ কৰিছিলহে৷ ধোনীৰ জীৱনত তেতিয়াই প্ৰেম আহিছিল৷ প্ৰিয়ংকা ঝা নামৰ এগৰাকী যুৱতীৰ সৈতে পৰিচিত হৈছিল মাহি৷ দুজনৰ মাজত ধীৰে ধীৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷ এই ভালপোৱাৰ সম্পৰ্ক ইমানেই গভীৰ আছিল যে এসময়ত ধোনীয়ে প্ৰিয়ংকাক বিয়াও কৰাবলৈকো আগবাঢ়িছিল৷

২০০৩-২০০৪ চনত জিম্বাৱোয়ে আৰু কেনিয়াত ভাৰতীয় দলটোৰ হৈ খেলিবলৈ সুযোগ লাভ কৰিছিল ধোনীয়ে৷ সেই ত্ৰিদেশীয় টুৰ্ণামেণ্টত ৬ ইনিংছত ধোনীয়ে ৩৬২ ৰান কৰিছিল৷ আৰু এই বেটিঙৰ সুবাদতেই ভাৰতীয় ক্ৰিকেট দলটোৰ প্ৰাক্তন অধিনায়ক সৌৰৱ আৰু কোচ ৰবি শাস্ত্ৰীৰ দৃষ্টি কাঢ়িছিল ধোনীয়ে৷ তাৰপাছতেই ২০০৪ চনত বাংলাদেশৰ বিৰুদ্ধে খেলতো সুযোগ লাভ কৰে ধোনীয়ে৷ ধোনীৰ জীৱনলৈ এটাৰ পাছত আনটো সফলতা আহিবলৈ ধৰোতেই ধোনীলৈ আহিছিল অনাকাংশিত খবৰটো৷ ধোনীৰ প্ৰেয়সী প্ৰিয়ংকাই ইহসংসাৰ ত্যাগ কৰাৰ খবৰ৷ ২০০৪ চনত এটা পথ দুৰ্ঘটনাত মৃত্যুৰ আঁকোৱালি লৈছিল মাহিৰ প্ৰিয় নাৰীয়ে৷ টুৰ্ণামেণ্টৰ পৰা দেশলৈ উভতি আহিয়েই এই খবৰ লাভ কৰিছিল ধোনীয়ে৷

প্ৰিয়ংকাৰ মৃত্যুৱে মহেন্দ্ৰ সিং ধোনীক সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল৷ কিন্তু জীৱন যুদ্ধত পৰাজিত হ’লে জানো এই খেলুৱৈজনক দেশে লাভ কৰিলহেতেন! মনোবল নেহেৰুৱাই ধোনীয়ে দেশৰ হকে খেলি গ’ল এখনৰ পাছত আনখন মেচ৷ কিন্তু ভিতৰি সম্পূৰ্ণৰূপে ভাঙি পৰিল মাহি৷ ইয়াৰ পাছতেই প্ৰিয়ংকাৰ মৃত্যুৰ ৬বছৰ পাছত ২০১০ চনত তেওঁৰ সৰুকালৰ বান্ধৱী সাক্ষী সিং ৰাওয়াতক বিয়া কৰায়৷ মাহিৰ ঘনিষ্ঠ এক সূত্ৰই জনোৱা অনুসৰি আজিও প্ৰিয়ংকাক পাহৰিব পৰা নাই মাহিয়ে৷ প্ৰিয়ংকাৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবেই ধোনীয়ে তেওঁৰ বায়োপিকত প্ৰিয়ংকাৰ প্ৰসংগটো আনিবলৈ অনুমতি দিছিল৷ প্ৰেয়সী নাথাকিলেও প্ৰেয়সীৰ কথাবোৰ সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিছিল মাহিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!
বাণিজ্য

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

June 28, 2026
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা
অপৰাধ

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

June 27, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী
অপৰাধ

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

June 27, 2026
Next Post
বজাৰলৈ অচিৰেই আহি আছে প্লাষ্টিক চিলিণ্ডাৰ! সংবাদমেলযোগে কি কি ঘোষণা কৰিলে IOCLয়ে?

বজাৰলৈ অচিৰেই আহি আছে প্লাষ্টিক চিলিণ্ডাৰ! সংবাদমেলযোগে কি কি ঘোষণা কৰিলে IOCLয়ে?

প্লাষ্টিকৰ আৱৰ্জনা মাচুল বিদ্যালয়খনৰ! গড়চুক পামোহীৰ বিশেষ বিদ্যালয় পৰিদৰ্শন কৰি কি ক’লে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে?

প্লাষ্টিকৰ আৱৰ্জনা মাচুল বিদ্যালয়খনৰ! গড়চুক পামোহীৰ বিশেষ বিদ্যালয় পৰিদৰ্শন কৰি কি ক’লে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.