• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্লাষ্টিকৰ আৱৰ্জনা মাচুল বিদ্যালয়খনৰ! গড়চুক পামোহীৰ বিশেষ বিদ্যালয় পৰিদৰ্শন কৰি কি ক’লে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে?

প্লাষ্টিকৰ আৱৰ্জনা মাচুল বিদ্যালয়খনৰ! গড়চুক পামোহীৰ বিশেষ বিদ্যালয় পৰিদৰ্শন কৰি কি ক’লে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে?

3 years ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

32 minutes ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

1 hour ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

2 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

3 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

4 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

4 hours ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

5 hours ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

6 hours ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

6 hours ago
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

7 hours ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

8 hours ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্লাষ্টিকৰ আৱৰ্জনা মাচুল বিদ্যালয়খনৰ! গড়চুক পামোহীৰ বিশেষ বিদ্যালয় পৰিদৰ্শন কৰি কি ক’লে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে?

editor by editor
July 7, 2023
in অসম, শিক্ষা
0
প্লাষ্টিকৰ আৱৰ্জনা মাচুল বিদ্যালয়খনৰ! গড়চুক পামোহীৰ বিশেষ বিদ্যালয় পৰিদৰ্শন কৰি কি ক’লে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে?
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গড়চুক পামোহীৰ এখন বিশেষ বিদ্যালয়৷ বিদ্যালয়খনে দেশ বিদেশত চৰ্চা লাভ কৰিছে৷ প্লাষ্টিকৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা, বিভিন্ন ধৰণৰ কাঠৰ আচবাব যেনে চকী, টেবুল নিৰ্মাণ আৰু বিভিন্ন ধৰণৰ শাক-পাচলি ৰূপনৰ পদ্ধতি বিষয়ৰ শিক্ষা দিয়ে।

আজি গড়চুক পামহীত নলবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ড০ অলকা দেশাই শৰ্মাৰ Akshar Forum বিদ্যালয় পৰিদৰ্শন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে৷ বিদ্যালয়খনলৈ যোৱাৰ পাছতেই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যালয়খন সন্দৰ্ভত সামাজিক মাধ্যমত লিখিছে, ‘আজি মই গড়চুক পামহীত নলবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ড০ অলকা দেশাই শৰ্মা ডাঙৰীয়ানিৰ Akshar Forum বিদ্যালয় পৰিদৰ্শন কৰি আনন্দিত হৈছোঁ। আচৰিত আৰু প্ৰশংসনীয় কথাটো হ’ল এই বিদ্যালয়খনত বিভিন্ন ধৰণৰ বঞ্চিত ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিক শিক্ষা লগতে ভিন্ন বিষয়ত বৃত্তিমুলক শিক্ষা প্ৰদান কৰি অহা হৈছে। প্লাষ্টিকৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা, বিভিন্ন ধৰণৰ কাঠৰ আচবাব যেনে চকী, টেবুল নিৰ্মাণ আৰু বিভিন্ন ধৰণৰ শাক-পাচলি ৰূপনৰ পদ্ধতি বিষয়ৰ শিক্ষা দিয়ে। উল্লেখনীয় দিশটো হ’ল জেষ্ঠ ছাত্ৰ ছাত্ৰীসকলে নিজৰকৈ নিম্ন শ্ৰেণীৰ কনিষ্ঠ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়া হয়। আজি মই অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ইণ্টাৰ্নশ্বিপ কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীসকলক ইয়াত লগ পাইছোঁ আৰু তেওঁলোকে এই বিদ্যালয়খনত আহি জীৱনৰ উৎকৃষ্ট মানৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি অৱগত কৰিছে। আমাৰ বিদ্যালয় সমূহতো যদিহে এই পদ্ধতিৰে শিক্ষা দানৰ ব্যৱস্থা কৰে, সকলো ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত শিক্ষা গ্ৰহণৰ সময়ৰে পৰা নিজৰ জীৱন গঢ়াৰ সকলো জ্ঞান আৰু অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব। মই ভাবো শিক্ষাৰ সৈতে জড়িত থকা আৰু এই দিশত ইচ্ছুক সকলো ব্যক্তিয়ে সেই বিদ্যালয় খনলৈ যদি যায়, শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে নতুন দিশ উদ্ভাৱন কৰিবলৈ সক্ষম হ’ব । মাননীয় প্ৰাক্তন বিধায়িকা ড০ অলকা দেশাই শৰ্মা ডাঙৰীয়ানী আৰু তেখেতৰ ফাউণ্ডেশ্যনৰ লগত জড়িতহৈ মানৱ সমাজলৈ সেৱা আগবঢ়োৱা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ । তেওঁলোক যেন সকলোৰে আদৰ্শ আৰু প্ৰেৰণা হৈ ৰয়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

July 18, 2026
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
Next Post
মাৰ্ক জুকাৰবাৰ্গে প্ৰত্যাহ্বান জনাবলৈ সাঁজু হৈছে মাস্কক! এলনৰ ‘টুইটাৰ’ক টক্কৰ দিবলৈ সাঁজু জুকাৰবাৰ্গৰ ‘থ্ৰেডছ’

মাৰ্ক জুকাৰবাৰ্গে প্ৰত্যাহ্বান জনাবলৈ সাঁজু হৈছে মাস্কক! এলনৰ 'টুইটাৰ'ক টক্কৰ দিবলৈ সাঁজু জুকাৰবাৰ্গৰ 'থ্ৰেডছ'

‘মই এতিয়া ভাৰতীয়, মই হিন্দু’ জে’লৰ পৰা ওলায়েই পাক বোৱাৰীয়ে ক’লে মই প্ৰেমৰ বাবেই ভাৰতীয়

'মই এতিয়া ভাৰতীয়, মই হিন্দু’ জে’লৰ পৰা ওলায়েই পাক বোৱাৰীয়ে ক’লে মই প্ৰেমৰ বাবেই ভাৰতীয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.