• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

3 years ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

37 minutes ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

1 hour ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

1 day ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

1 day ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

1 day ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

1 day ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

editor by editor
June 3, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সামান্য উপাৰ্জনেৰে কোনোমতে সংসাৰ চলাইছিল। ট্ৰেইনত হকাৰ হিচাপে যাত্ৰীৰ চাহ বিক্ৰি কৰিছিল পিনাকীয়ে? সংসাৰৰ হাজাৰটা বোজা কান্ধত তুলি পিনাকী মণ্ডলে ট্ৰেইন যাত্ৰীসকলৰ মাজত চাহ বিক্ৰি কৰি ফুৰিছিল। কিন্তু শুকুৰবাৰে নিশা পিনাকীৰ পৰিয়াললৈয়ো আহিল বেয়া খবৰটো। পিনাকী আৰু নাই। অভিশপ্ত কৰমণ্ডল এক্সপ্ৰেছত যাত্ৰীক চাহ যোগান ধৰিয়েই হেৰাই গ’ল পিনাকী।

ওড়িশাৰ শ্যামপুৰৰ পালতাবেড়িয়াৰ বাসিন্দা আছিল পিনাকী। কৰমণ্ডল এক্সপ্ৰেছত লকডাউনৰ পাছৰে পৰাই চাহ বিক্ৰি কৰা হকাৰ হিচাপে কৰ্মনিৰ্বাহ কৰিছিল পিনাকীয়ে। গতানুগতিকভাৱেই শুকুৰবাৰেও তেওঁ এই অভিশপ্ত ট্ৰেইনখনত যাত্ৰা কৰিছিল। হাঁহিমুখে যাত্ৰীক হেঁপাহৰ চাহকাপ বিলাই থকাৰ মাজতেই হঠাতেই এটা ধাক্কা, ক্ষণিকতেই সকলো শেষ।

মৰ্মান্তিক ট্ৰেইন দুৰ্ঘটনাটোত মৃত্যুক আঁকোৱালি ল’লে পিনাকী মণ্ডলে। পিনাকীৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকেই শোকত ভাঙি পৰিছে পিনাকীৰ পত্নী বৰ্ষা মণ্ডলৰ লগতে শ্যামপুৰবাসী। পিনাকীৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকেই পত্নী বৰ্ষাই কান্দি কান্দি কৈছে, ‘মাহৰ ২০-২২ দিন তেওঁ ওড়িশাতেই থাকে। কিছুদিন আগতে এবাৰ ঘৰলৈ আহিছিল। আকৌ কৰ্মস্থলীলৈ উভতিছিলহে। য’ত দুৰ্ঘটনাটো হৈছে তাৰ কাষতেই আমাৰ মাহীৰ ঘৰ। খবৰটো পাই মই বিশ্বাস কৰা নাছিলো। মাহীক ফোন কৰি এবাৰ সেই স্থানলৈ যাবলৈ খাটনি ধৰিলো। মাহীয়ে মোৰ কথামতেই তাত গৈ মৃতদেহৰ মাজত তেওঁৰ মৃতদেহ প্ৰত্যক্ষ কৰে। মৃতদেহ লাভ কৰিলেও মই এই মৃত্যুক মানি ল’ব পৰা নাই।’ কান্দোনত ভাঙি পৰা বৰ্ষাই লগতে কয়, ‘আমি পেটে-ভাটে খাই থকা মানুহ। তেওঁ হকাৰ কৰি যেনেতেনে ঘৰখন চলাই আছিল।’

উল্লেখ্য যে এই দুৰ্ঘটনাত বৰ্তমানলৈ ৩০০ ৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। হাস্পতালত ভৰ্তী হৈ আছে ১০০০ ৰো অধিক লোক। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আহতসকলৰো খবৰ লৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি
বাণিজ্য

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

April 27, 2026
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

April 27, 2026
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?
জীৱনশৈলী

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

April 26, 2026
Next Post
জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে ৰুতুৰাজে… বিবাহৰ বান্ধোনত বান্ধ খালে দুই ক্ৰিকেটাৰ ৰুতুৰাজ-উৎকৰ্ষা

জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে ৰুতুৰাজে... বিবাহৰ বান্ধোনত বান্ধ খালে দুই ক্ৰিকেটাৰ ৰুতুৰাজ-উৎকৰ্ষা

ইউনিফৰ্ম গাত থাকক বা নাথাকক এজন সেনা সদায়ে অন ডিউটিত থাকে! লাইভ লোকেশ্ব্যন পঠিয়াই প্ৰথমে দুৰ্ঘটনাৰ খবৰ জনাইছিল এজন সেনা জোৱানে, উদ্ধাৰ কৰিছিল বহু যাত্ৰীক

ইউনিফৰ্ম গাত থাকক বা নাথাকক এজন সেনা সদায়ে অন ডিউটিত থাকে! লাইভ লোকেশ্ব্যন পঠিয়াই প্ৰথমে দুৰ্ঘটনাৰ খবৰ জনাইছিল এজন সেনা জোৱানে, উদ্ধাৰ কৰিছিল বহু যাত্ৰীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.