• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ , গুজৰাটৰ আহমেদাবাদত বিমান দুৰ্ঘটনাত একেলগে ২৪২ যাত্ৰীৰ মৃত্যুৰ আশংকা

ভয়ংকৰ , গুজৰাটৰ আহমেদাবাদত বিমান দুৰ্ঘটনাত একেলগে ২৪২ যাত্ৰীৰ মৃত্যুৰ আশংকা

1 year ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

33 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

2 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

4 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

4 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

5 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

5 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

6 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

7 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

8 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ , গুজৰাটৰ আহমেদাবাদত বিমান দুৰ্ঘটনাত একেলগে ২৪২ যাত্ৰীৰ মৃত্যুৰ আশংকা

editor by editor
June 12, 2025
in বিবিধ, ভাৰত
0
ভয়ংকৰ , গুজৰাটৰ আহমেদাবাদত বিমান দুৰ্ঘটনাত একেলগে ২৪২ যাত্ৰীৰ মৃত্যুৰ আশংকা
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ , গুজৰাটৰ আহমেদাবাদত বিমান দুৰ্ঘটনাত একেলগে ২৪২ যাত্ৰীৰ মৃত্যুৰ আশংকা

গুজৰাটৰ পৰা আহিছে এক অতিকে ভয়ংকৰ তথা শিহৰণকাৰী দুৰ্ঘটনাৰ খবৰ। এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমান বয়িং ৭৩৭ আজি ১২ জুন তাৰিখ বৃহস্পতিবাৰে বিয়লি গুজৰাটৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয়। যাৰ ভয়ংকৰ ছবি ইতিমধ্যে প্ৰকাশ পাইছে।

আহমেদাবাদৰ মেঘনীনগৰ অঞ্চলত দেখা গৈছে বিশাল জুইৰ শিখা। একে সময়তে দূৰৰ পৰা ক’লা ধোঁৱা দেখা যায়। দুৰ্ঘটনাৰ সময়ত বিমানখনত আছিল ২৪২ গৰাকী যাত্ৰী। ৰাজ্যখনৰ আৰক্ষীবিভাগৰ ফালৰ পৰা সদৰি এই তথ্য। কেউজন যাত্ৰীয়ে এই দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাৰ আশংকা কৰা হৈছে।

প্ৰাথমিক তথ্য অনুসৰি চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছে এই কৰুণ দুৰ্ঘটনা। বিমানবন্দৰৰ সীমাৰ সমীপতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি অনুমান কৰা হৈছে।

https://x.com/priyankalathi1/status/1933083515387543927

যিখন প্ৰাৰম্ভিক ছবিখন ওলাইছে, তাত দেখা গৈছে যে বিমানখন উৰি গৈ টুকুৰা-টুকুৰ হৈ পৰিছে। সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে।

https://x.com/SHEKARREDDYBRS1/status/1933081694434930748

ছবিখনত দেখা যায় যে বিমানখনৰ এখন ডেউকা ভাঙি পৰি গৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে।

সম্প্ৰতি কিছু পৰিমাণে জুই নিয়ন্ত্ৰণ কৰা হৈছে। বিমানখনে বিমানবন্দৰৰ পৰা উৰা মৰাৰ পাছতে ১৫ কিলোমিটাৰ আঁতৰতে এই দুৰ্ঘটনা সংঘটিত হয়। লণ্ডনলৈ বুলি উৰা মাৰিছিল বিমানখনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Air India FlightgujratGujrat Flight Crash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭
ভাৰত

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

October 6, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?
অসম

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

October 6, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

October 6, 2026
Next Post
গুজৰাটত সংঘটিত বিমান দুৰ্ঘটনাত বিমানখনত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

গুজৰাটত সংঘটিত বিমান দুৰ্ঘটনাত বিমানখনত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্থ বিমানৰ যাত্ৰীতালিকা প্ৰকাশ, এই বিমানত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্থ বিমানৰ যাত্ৰীতালিকা প্ৰকাশ, এই বিমানত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.